Dour Ek Progotisil Lokhyor Dishe.

Dour Ek Progotisil Lokhyor Dishe. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dour Ek Progotisil Lokhyor Dishe., Community Service, Rajabahar Gaon, D. K. D College Road, Dergaon.

Empowering communities across Assam through education, health, social welfare, and youth development. ✅ Registered with 80G & 12A | ✅ CSR Eligible | Join us in building a stronger, inclusive, and progressive society.

"দৌৰ" পৰিয়ালৰ তৰফৰ পৰা দেৰগাঁও কমল দুৱৰা মহাবিদ‍্যালয়ৰ নৱনিযুক্ত অধ‍্যক্ষ DrPranjol Protim Kakoty ছাৰক তেখেতৰ কাৰ্যালয়ত ...
08/09/2026

"দৌৰ" পৰিয়ালৰ তৰফৰ পৰা দেৰগাঁও কমল দুৱৰা মহাবিদ‍্যালয়ৰ নৱনিযুক্ত অধ‍্যক্ষ DrPranjol Protim Kakoty ছাৰক তেখেতৰ কাৰ্যালয়ত অভিনন্দন জ্ঞাপন কৰা হয়।

"মানুহে মানুহৰ বাবেযদিহে অকণো নাভাবে..."​মানৱতাৰ জয়গান গোৱা বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতব...
08/09/2026

"মানুহে মানুহৰ বাবে
যদিহে অকণো নাভাবে..."
​মানৱতাৰ জয়গান গোৱা বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীত 'দৌৰ' পৰিয়ালৰ বিনম্ৰ শ্ৰদ্ধাৰ্ঘ্য।
​অসমীয়া জাতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে একতা আৰু মানৱতাৰ যি সুদৃঢ় ভেটি তেখেতে গঢ়ি থৈ গ’ল, তাৰ বাবে সমগ্ৰ জাতি চিৰদিন ঋণী হৈ ৰ’ব। তেখেতৰ যুগমীয়া সৃষ্টি আৰু আদৰ্শই আমাক সদায় সমাজ সেৱাৰ পথত অনুপ্ৰাণিত কৰি ৰাখক।
​অসমীয়া কৃষ্টি-সংস্কৃতি তথা সমাজ জীৱনৰ উত্তৰণৰ বাবে তেখেতে নিৰ্মাণ কৰি যোৱা ভেটি সদায় অমৰ হৈ থাকিব।
​

আমাৰ প্ৰতিটো পদক্ষেপৰ প্ৰতি বহুত মানুহৰ এক গভীৰ বিশ্বাস আৰু আস্থা আছে। সেই নিস্বাৰ্থ বিশ্বাসৰ বাবেই প্ৰতিটো সামাজিক কাম ...
03/09/2026

আমাৰ প্ৰতিটো পদক্ষেপৰ প্ৰতি বহুত মানুহৰ এক গভীৰ বিশ্বাস আৰু আস্থা আছে। সেই নিস্বাৰ্থ বিশ্বাসৰ বাবেই প্ৰতিটো সামাজিক কাম আৰু শেহতীয়াকৈ অনুষ্ঠিত হোৱা 'সদৌ অসম কুইজ প্ৰতিযোগিতা'খনতো বহু শুভাকাংক্ষীয়ে আমাক নিঃচৰ্তভাৱে সহযোগিতা আৰু দিহা-পৰামৰ্শ আগবঢ়াই আহিছে।
​ব্যস্ততা বা বিভিন্ন কাৰণবশতঃ কুইজৰ দিনা অনুষ্ঠানস্থলীত উপস্থিত থাকিব নোৱৰা আমাৰ তেনে কেইগৰাকীমান শ্ৰদ্ধাৰ শুভাকাংক্ষীৰ ঘৰলৈ গৈ 'দৌৰ' পৰিয়ালৰ তৰফৰ পৰা এটি সৰু সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ কিছু মুহূৰ্ত।
​আপোনালোকৰ এই বিশ্বাস, সহযোগিতা আৰু দিহা-পৰামৰ্শই আমাৰ বাবে আটাইতকৈ ডাঙৰ শক্তি। সমাজৰ হকে সদায় কাম কৰি যাবলৈ আপোনালোকৰ এই আশীৰ্বাদ আৰু মৰম সদায় আমাৰ লগত থাকক, তাৰেই কামনা কৰিলোঁ।
​ধন্যবাদসহ,
'দৌৰ' পৰিয়াল
এক প্ৰগতিশীল লক্ষ্যৰ দিশে

ধন্যবাদ
02/09/2026

ধন্যবাদ

31/08/2026

Prag News ধন্যবাদ।

যোৱা ২৯ আৰু ৩০ আগষ্টত আমাৰ 'দৌৰ'ৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা কৰ্মশালা আৰু কুইজ প্ৰতিযোগিতাত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ ...
31/08/2026

যোৱা ২৯ আৰু ৩০ আগষ্টত আমাৰ 'দৌৰ'ৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা কৰ্মশালা আৰু কুইজ প্ৰতিযোগিতাত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰতিগৰাকী সন্মানীয় ব্যক্তিক সম্বৰ্ধনা জনাবলৈ পাই আমি অত্যন্ত ধন্য আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ।
​ব্যস্ত সময়সূচীৰ মাজতো আমাৰ অনুষ্ঠানত উপস্থিত হৈ পদধূলা দিয়াৰ লগতে এই দুয়োটা দিনত আপোনালোকে যি সহায়-সহযোগিতা আৰু দিহা-পৰামৰ্শ আগবঢ়ালে, তাৰ বাবে 'দৌৰ' পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
​ভৱিষ্যতেও আপোনালোকৰ এনে আশীৰ্বাদ, মৰম আৰু মাৰ্গদৰ্শন যাতে আমাৰ ওপৰত সদায় থাকে, যাতে 'দৌৰ'-এ সদায় নিষ্ঠাৰে সমাজৰ হকে কাম কৰি যাব পাৰে।
​ধন্যবাদসহ,
'দৌৰ' পৰিয়াল
এক প্ৰগতিশীল লক্ষ্যৰ দিশে

ধন্যবাদ
31/08/2026

ধন্যবাদ

31/08/2026

Address

Rajabahar Gaon, D. K. D College Road
Dergaon
785614

Telephone

9707081999

Website

Alerts

Be the first to know and let us send you an email when Dour Ek Progotisil Lokhyor Dishe. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Dour Ek Progotisil Lokhyor Dishe.:

Shortcuts

Share