31/01/2022
সমূহ অসমবাসীলৈ আহোম সকলৰ পৱিত্ৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফি ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷।
এই উৎসৱ , #আহোমসকলৰ ধৰ্মীয় নিয়ম অনুসৰি পালন কৰা এক সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে....