"pohar" N.G.O

"pohar" N.G.O পোহৰ

20/01/2026

অৰুণাচল প্ৰদেশৰ টাৱাঙ চেলাপাছৰ বৰফৰ হ্ৰদত পিচল খাই পৰি ২জন কেৰালাৰ পৰ্যটক দুৰ্ঘটনাত মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ। মৃত্যু হোৱা লোক দুজনৰ আত্মাৰ সদগতিৰ কামনা কৰিলো লগতে পৰিয়াল বৰ্গলৈ "পোহৰ"এন.জি .অ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিলো ।

15/01/2026
13/01/2026

ভোগালী বিহুৰ শুভেচ্ছাৰে "পোহৰ" এন.জি.অ।

হঠাতে শীতৰ প্ৰকোপ বৃদ্ধিৰ কাৰনে "পোহৰ" এন .জি. অৰ উদ্যোগত দুমুনীচকী,সোনাপুৰ, মাৰুৱা চকী,শিঙিমাৰি,হেতামতোলা,বাথান,চমুৱা প...
02/01/2026

হঠাতে শীতৰ প্ৰকোপ বৃদ্ধিৰ কাৰনে "পোহৰ" এন .জি. অৰ উদ্যোগত দুমুনীচকী,সোনাপুৰ, মাৰুৱা চকী,শিঙিমাৰি,হেতামতোলা,বাথান,চমুৱা পাৰাৰ আৰ্তজনক নববৰ্ষৰ প্ৰথম দিনা কম্বল বিতৰণ কৰা হয়।
ধন্যবাদ। "পোহৰ" এন.জি.অ দুমুনীচকী। Abdul Matin Im'dad Ahmed Muhammad Kaifee Abdul Hannan Moon Moon Merajul Hoque Akhtarul Iman @Fukkon Intaz Ali Jitu Ahmed ZG Mansur Alam Kabul Hussain

01/01/2026

"পোহৰ"এন জি অ তৰফৰ পৰা ইংৰাজী নববৰ্ষৰ সমুহ ৰাইজক শুভেচ্ছা জনালো। জয় জুবিন দা ।

"পোহৰ" এন .জি. অৰ উদ্যোগত আবাহন থিয়েটাৰে এইবেলি ব্যয়বহুল আয়োজনৰে নাট্য প্ৰেমী ৰাইজৰ বাবে দুখন অতি সুন্দৰ নাট লৈ দুমুন...
28/12/2025

"পোহৰ" এন .জি. অৰ উদ্যোগত আবাহন থিয়েটাৰে এইবেলি ব্যয়বহুল আয়োজনৰে নাট্য প্ৰেমী ৰাইজৰ বাবে দুখন অতি সুন্দৰ নাট লৈ দুমুনি চকীত আহি আছে ১৪,১৫ জানুৱাৰীত। ৰাইজৰ বিপুল সঁহাৰিৰ বাবে ইতিমধ্যে ভিভিআইপি আৰু ছিজন টিকট শেষ হৈছে # VVIP& Season All tickets soldout. ধন্যবাদ।
"পোহৰ" এন জি অ. দুমুনি চকী।

19/11/2025

জুবিন দাৰ জন্ম দিনত আমন্ত্ৰিত শিল্পীৰ গীত।

জুবিন দা অহা একে স্থানত দাদাৰ জন্ম দিন উপলক্ষ্যে আমন্ত্ৰিত শিল্পীসকল আৰু উপস্থিত ৰাইজ মিলিত হৈ মায়াবিনী গীত পৰিবেশন কৰা...
15/11/2025

জুবিন দা অহা একে স্থানত দাদাৰ জন্ম দিন উপলক্ষ্যে আমন্ত্ৰিত শিল্পীসকল আৰু উপস্থিত ৰাইজ মিলিত হৈ মায়াবিনী গীত পৰিবেশন কৰা হব। সকলো ৰাইজক আমাৰ হিয়াৰ আমঠু জুবিন দাক গীতৰ মাজেৰে শ্রদ্ধাঞ্জলি জনাবৰ বাবে এন.জি.অ তৰফৰ পৰা অনুৰোধ জনালো।
১৮ নৱেম্বৰ গধূলি ৫ বজাৰ পৰা আনুষ্ঠান আৰম্ভ হব।
দুমুনীচকী।

29/10/2025

জুবিন দাই দুমুনীচকীৰ বাবে কিছু কথা কৈ যোৱাৰ সময়ত। Zubeen Garg

"পোহৰ" এন.জি.অৰ উদ্যোগত চিপাঝাৰ বিধান সভাৰ বিধায়ক মাননীয় ডঃ পৰমানন্দ ৰাজবংশী দেবৰ লগত অন্তৰংগ আলাপত মিলিত হৈ  দুমুনীচক...
26/10/2025

"পোহৰ" এন.জি.অৰ উদ্যোগত চিপাঝাৰ বিধান সভাৰ বিধায়ক মাননীয় ডঃ পৰমানন্দ ৰাজবংশী দেবৰ লগত অন্তৰংগ আলাপত মিলিত হৈ দুমুনীচকীৰ বহুদিনৰ পৰা বিল আনাদায়ৰ কাৰনে বন্ধ হৈ থকা Street High Mast Light টি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি পুনৰাই জ্বলাই দুমুনীচকী চকত পোহৰ ব্যবস্থা কৰি দিয়ে। বিধায়ক মহোদয়ক "পোহৰ" এন.জি.অ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। Dr-Paramananda Rajbongshi

সকলো ৰাইজৰ সহায় সহযোগিতাৰ কামনা কৰিলো। Abdul Hannan Abdul Matin Muhammad Kaifee Moon Moon Akhtarul Iman Kabul Hussain I...
21/10/2025

সকলো ৰাইজৰ সহায় সহযোগিতাৰ কামনা কৰিলো। Abdul Hannan Abdul Matin Muhammad Kaifee Moon Moon Akhtarul Iman Kabul Hussain Intaz Ali Jitu Ahmed ZG Najrul Islam Im'dad Ahmed Raja Shah Siddik Malik A A Mortoza Faijul Hoque Mansur Alam Saidul Ahmedd

Address

Darrang
784145

Alerts

Be the first to know and let us send you an email when "pohar" N.G.O posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to "pohar" N.G.O:

Share