Imdadul Haque Sarder, General Secretary, Udalguri Dist AAMSU

  • Home
  • India
  • Darrang
  • Imdadul Haque Sarder, General Secretary, Udalguri Dist AAMSU

Imdadul Haque Sarder, General Secretary, Udalguri Dist AAMSU ZG
"A" Positive

জুবিন দাৰ ৫৩ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি ৫৩ জোপা নাহৰ পুলি ৰোপন কৰা হয়।
19/11/2025

জুবিন দাৰ ৫৩ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি ৫৩ জোপা নাহৰ পুলি ৰোপন কৰা হয়।

30/07/2025

অসহায় মানুহবোৰৰ কাৰণে সচাঁ কথাটো কোৱা মানুহৰ অভাৱৰ মাজতো আমছুয়ে চেষ্টা কৰি আছে চৰকাৰ অমানৱীয় অত্যাচাৰৰ ছবিখন দাঙি ধৰিবলৈ--

AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Minnatul Islam, General Secretary AAMSU
Udalguri District AAMSU
Imdad Sarder
মুদৈবাৰী আঞ্চলিক আমছু

19th Raising Day celebration of the Battalion At SSB camp Bezpara (Mudaibari)..Date - 03 July 2025AAMSU OfficialRejaul K...
04/07/2025

19th Raising Day celebration of the Battalion At SSB camp Bezpara (Mudaibari)..

Date - 03 July 2025

AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Minnatul Islam, General Secretary AAMSU
Imdad Sarder

অভিনন্দন আমছু কৰ্মী ইশ্মিতাৰা বেগমলৈসদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু ৰ শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত পশ্চিম বৰগাওঁ আ...
24/06/2025

অভিনন্দন আমছু কৰ্মী ইশ্মিতাৰা বেগমলৈ

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু ৰ শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত পশ্চিম বৰগাওঁ আঞ্চলিক সমিতি ৰ সাধাৰণ সম্পাদিকা, ঠেলামৰা ধীৰাই মাজুলীৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা ইশ্মিতাৰা বেগমে সদ্যঘোষিত সৰ্বভাৰতীয় NEET পৰীক্ষাত ৫৭২ নম্বৰ পাই উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি আমছুৰ পৰিয়ালৰ ফালৰ পৰা অভিনন্দন জনালোঁ।
AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Minnatul Islam, General Secretary AAMSU
Imdad Sarder
Udalguri District AAMSU

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ওদালগুৰি জিলা সমিতিৰ উদ্যোগত অমানৱীয় উচ্ছেদৰ...
20/06/2025

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ওদালগুৰি জিলা সমিতিৰ উদ্যোগত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে যোৱা কালি ওদালগুৰি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দুই (২) ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

আমছু — ন্যায়, অধিকাৰ আৰু মানবতাৰ পক্ষে সদায় আগভাগত ✊✊✊

AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Minnatul Islam, General Secretary AAMSU
Imdad Sarder

দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে ওদালগুৰি জিলাৰ অন্তৰ্গত  ধনশ্ৰী মাজৰচুৱাৰ গাঁওৰ মোস্তাক আহমেদ নামৰ এজন ...
15/06/2025

দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে ওদালগুৰি জিলাৰ অন্তৰ্গত ধনশ্ৰী মাজৰচুৱাৰ গাঁওৰ মোস্তাক আহমেদ নামৰ এজন ছাত্ৰই।যোৱা কালি ঘোষিত NEET পৰীক্ষাত ৫৭০ নম্বৰলৈ উত্তীৰ্ণ হৈ মোস্তাক আহমেদে অঞ্চল লৈ গৌৰৱ কঢ়িয়াই আনিছে।মোস্তাকৰ দেউতাক পেছাত এজন মছজিদৰ ইমাম। তেওঁ সৰ্বভাৰতীয় ৫৪৬৩ ৰেংক পাবলৈ সক্ষম হৈছে।আমি ওদালগুৰি জিলা আমছুৰ এক সজাতি দলে তেওঁৰ ঘৰলৈ গৈ মিঠাই খুৱাই জাপি,গামোছাৰে সম্বৰ্ধনা জনাওঁ।

AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Minnatul Islam, General Secretary AAMSU
Imdad Sarder

উৎকট গৰমত নেওজি আমছু সহ সংখ্যালঘু সমন্বয় সমিতিৰ প্ৰতিবাদত উত্তাল গুৱাহাটী। বিদেশীৰ নামত চৰকাৰে কৰা অত্যাচাৰ বন্ধ, অমানৱী...
11/06/2025

উৎকট গৰমত নেওজি আমছু সহ সংখ্যালঘু সমন্বয় সমিতিৰ প্ৰতিবাদত উত্তাল গুৱাহাটী। বিদেশীৰ নামত চৰকাৰে কৰা অত্যাচাৰ বন্ধ, অমানৱীয় উচ্ছেদি বন্ধ কৰাৰ ভাবে সংগ্ৰাম কৰি যোৱাত আমছু বদ্ধপৰিকৰ।

AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Minnatul Islam, General Secretary AAMSU
Imdad Sarder

যোৱা কিছু দিনৰ পৰা অসমৰ বিভিন্ন জিলাৰ পৰা বহু সংখ্যক সংখ্যালঘু লোকক সীমান্ত আৰক্ষীয়ে সন্দেহজনক নাগৰিক হিচাপে যদে-মধে  গ...
07/06/2025

যোৱা কিছু দিনৰ পৰা অসমৰ বিভিন্ন জিলাৰ পৰা বহু সংখ্যক সংখ্যালঘু লোকক সীমান্ত আৰক্ষীয়ে সন্দেহজনক নাগৰিক হিচাপে যদে-মধে গ্ৰেপ্তাৰ কৰিছে। কিছুমানক আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ কৰি No Man's Land ত থৈ আহিছে।কিছুমানক ডিটেনচন কেম্পত ৰাখিছে আৰু কিছুমানৰ এতিয়াও সন্ধানৰ বাহিৰত আছে । সেয়ে আমছুৰ সন্মানীয় সভাপতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমৰ লগতে ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত বকুলতলা,কলাইগাও,মুদৈবাৰী,শিৱপুৰ,ইকৰাবাৰী,ওৰাং আৰু ৬৬ নং ধনশ্ৰীত‌ ঈদৰ নামাজৰ পিছত ক'লা বেজ পৰিধান কৰি হাতে হাতে প্লেকাৰ্ড লৈ শান্তিপূৰ্ণ বাবে মৌন প্ৰতিবাদ সাব্যস্ত কৰা হয়।

AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Minnatul Islam, General Secretary AAMSU

২৬ মে'ৰ অসমৰ সংখ্যালঘুৰ জাতীয় শ্বহীদ দিৱস।       ১৯৮০ চনৰ পৰা বৰ্তমানলৈকে আমছুৰ জাতীয় আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা...
26/05/2025

২৬ মে'ৰ অসমৰ সংখ্যালঘুৰ জাতীয় শ্বহীদ দিৱস।

১৯৮০ চনৰ পৰা বৰ্তমানলৈকে আমছুৰ জাতীয় আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা শ্ৰদ্ধাৰ ব্যক্তি সকল -

মিজানুৰ ৰহমান, লেংটিছিঙা
আব্দুছ ছাত্তাৰ, লেংটিছিঙা
গোপাল সাহা, বিজনী
নিৰ্মল সৰকাৰ, বিজনী
বজল উদ্দিন সেখ, বিজনী
বিশ্বজিত কুণ্ডু, বিজনী
মনিৰুদ্দিন সেখ, বিজনী
ৰমেন চৰকাৰ, বিজনী
শ্ৰীমন্ত বৰ্মন, বিজনী
সুবল বাৰৈ, বিজনী
হৰিপদ বৰ্মন, বিজনী
সুনীল চন্দ্ৰ মণ্ডল, বিজনী
কামাল উদ্দিন, সোনাৰীবালী
আব্দুল আলী, সোনাৰীবালী
চামচুল হক, সোনাৰীবালী
আব্দুল আলী(দ্বিতীয়), সোনাৰীবালী
শ্বাহ আলম, খাৰুপেটীয়া
মাজম আলী, বৰপেটা
খণ্ডকাৰ মোতালেব আলী, বৰপেটা
চিৰাজুল হক, বৰপেটা
মইদুল ইছলাম, বৰপেটা।

আজিৰ এই সংখ্যালঘুৰ জাতীয় শ্বহীদ দিৱসৰ দিনা জাতীয় স্বাৰ্থত নিজৰ জীৱন বলিদান দিয়া বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।

ৰেজাউল কৰিম চৰকাৰ
সভাপতি, আমছু।
২৬.০৫.২০২৫ ইং।

AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Minnatul Islam, General Secretary AAMSU
Imdad Sarder

সতীৰ্থৰ সৈতে আজি ডিমাকুছিত।AAMSU OfficialRejaul Karim Sarkar , President of AAMSUMinnatul Islam, General Secretary AAMSU...
25/04/2025

সতীৰ্থৰ সৈতে আজি ডিমাকুছিত।

AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Minnatul Islam, General Secretary AAMSU
Udalguri District AAMSU
মুদৈবাৰী আঞ্চলিক আমছু

ওদালগুৰি জিলাৰ আমছুৰ উদ্যোগত কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ আক্ৰমণত নিহত প্ৰতিগৰাকী ব্যক্তিৰ আত্মাৰ সদগতি কামনা আৰু আহ...
23/04/2025

ওদালগুৰি জিলাৰ আমছুৰ উদ্যোগত কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ আক্ৰমণত নিহত প্ৰতিগৰাকী ব্যক্তিৰ আত্মাৰ সদগতি কামনা আৰু আহত সকলৰ শীঘ্ৰ আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন আৰু ন্যায় বিচাৰি প্ৰতিবাদ কৰোঁ

স্থান: ৰৌতা বাগান চ'ক (ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত)
তাৰিখ: ২৩ এপ্ৰিল ২০২৫

Address

Darrang

Telephone

+919577856294

Website

Alerts

Be the first to know and let us send you an email when Imdadul Haque Sarder, General Secretary, Udalguri Dist AAMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share