নাহৰ যুৱ সংঘ, ভেৰগাঁও

নাহৰ যুৱ সংঘ, ভেৰগাঁও Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নাহৰ যুৱ সংঘ, ভেৰগাঁও, Youth Organization, Darrang.

08/08/2025

Bhergaon

যোবা বেলিৰ দৰে এই বেলিও ২ আৰু ৩ মাঘ (ইং ১৭ আৰু ১৮ জানুৱাৰী ২০২৪) তাৰিখে নাহৰ যুব সংঘৰ উদ্যোগত ষষ্ঠ বৰ্ষিক ভোগালী বিহু আৰ...
03/01/2024

যোবা বেলিৰ দৰে এই বেলিও ২ আৰু ৩ মাঘ (ইং ১৭ আৰু ১৮ জানুৱাৰী ২০২৪) তাৰিখে নাহৰ যুব সংঘৰ উদ্যোগত ষষ্ঠ বৰ্ষিক ভোগালী বিহু আৰু শিল্পী দিৱস উদযাপন কৰিবলৈ মনস্ত কৰিছো সেয়েহে সকলো ৰাইজৰ সহায় - সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ

Rinku Manoj Narzary
Rings Entertainment

14/04/2023

"বহাগ এটি ঋতু নহয়,
নহয় এটি মাথোঁ মাহ,
অসমীয়া জাতিৰ ই আয়ুসৰেখা,
গণ জীৱনৰ ই সাহ।"

সমূহ ৰাইজলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

নাচি নাচিয়েই গুচি গ'লিগৈ!আমি সকলোয়ে বহুত মিছ কৰিম তোক। নাহৰ যুব সংঘ, ভেৰগাঁও ৰ লগত ওতঃপ্ৰোত ভাবে জৰিত, ভেৰগাঁও হিৰিম্বা ...
27/03/2023

নাচি নাচিয়েই গুচি গ'লিগৈ!
আমি সকলোয়ে বহুত মিছ কৰিম তোক।
নাহৰ যুব সংঘ, ভেৰগাঁও ৰ লগত ওতঃপ্ৰোত ভাবে জৰিত, ভেৰগাঁও হিৰিম্বা ক্লাৱ আৰু ভেৰগাঁও এথলেটিকছ ক্লাৱৰ সুদক্ষ ডিফেণ্ডাৰ, ভেৰগাঁও মহকুমা দুৰ্গা পূজা কমিতিৰ এগৰাকী অন্যতম সদস্য, উদীয়মান ব্যৱসায়ী জিতু কছাৰী কালি ৰাতি হঠাতে হৃৎস্পণ্ডন বন্ধ হৈ আমাক এৰি চিৰদিনৰ বাবে এই পৃথিৱী এৰি গুচি যায়।

তোৰ বিদেহি আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
ঔম শান্তি।।

28/01/2023

18 January, 2013
Shilpi divas & Bhoogali bihu celebration 2023.
Singer : Anil Toppo
Venue : Bhergaon U. V. H. S. Field.

Click on the link below to watch the video-👇
22/01/2023

Click on the link below to watch the video-👇

Maya Zubeen Garg assamese song stage shkw by Pallab Krishna at Nahor Yuva Sangha Bhergaon 18 January 2023Song : MAYA MATHUAlbum : MAYASinger : ZUBEEN GARGLyr...

২ আৰু ৩ মাঘ (ইং ১৭ আৰু ১৮ জানুৱাৰী ২০২৩) তাৰিখে নাহৰ যুব সংঘৰ উদ্যোগত অনুষ্ঠিত পঞ্চম বৰ্ষিক ভোগালী বিহু আৰু শিল্পী দিৱস ...
22/01/2023

২ আৰু ৩ মাঘ (ইং ১৭ আৰু ১৮ জানুৱাৰী ২০২৩) তাৰিখে নাহৰ যুব সংঘৰ উদ্যোগত অনুষ্ঠিত পঞ্চম বৰ্ষিক ভোগালী বিহু আৰু শিল্পী দিৱস উদযাপন ৰ ৩ মাঘ (১৮ জানুৱাৰী) ৰ সাংস্কৃতিক সন্ধিয়া কিছু মূহুৰ্ত।

22/01/2023

২ আৰু ৩ মাঘ (ইং ১৭ আৰু ১৮ জানুৱাৰী ২০২৩) তাৰিখে নাহৰ যুব সংঘৰ উদ্যোগত অনুষ্ঠিত পঞ্চম বৰ্ষিক ভোগালী বিহু আৰু শিল্পী দিৱস উদযাপন ৰ ২ মাঘ (১৭ জানুৱাৰী ২০২৩) তাৰিখৰ জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান পোৱা ৰিমঝিম বৰষাৰ।
Kalyan Rabha
Manoj Narzary

২ আৰু ৩ মাঘ (ইং ১৭ আৰু ১৮ জানুৱাৰী ২০২৩) তাৰিখে নাহৰ যুব সংঘৰ উদ্যোগত অনুষ্ঠিত পঞ্চম বৰ্ষিক ভোগালী বিহু আৰু শিল্পী দিৱস ...
20/01/2023

২ আৰু ৩ মাঘ (ইং ১৭ আৰু ১৮ জানুৱাৰী ২০২৩) তাৰিখে নাহৰ যুব সংঘৰ উদ্যোগত অনুষ্ঠিত পঞ্চম বৰ্ষিক ভোগালী বিহু আৰু শিল্পী দিৱস উদযাপন ৰ ৩ মাঘ (১৮ জানুৱাৰী) ৰ অন্তিম মূহুৰ্ত।

২ আৰু ৩ মাঘ (ইং ১৭ আৰু ১৮ জানুৱাৰী ২০২৩) তাৰিখে নাহৰ যুব সংঘৰ উদ্যোগত অনুষ্ঠিত পঞ্চম বৰ্ষিক ভোগালী বিহু আৰু শিল্পী দিৱস ...
19/01/2023

২ আৰু ৩ মাঘ (ইং ১৭ আৰু ১৮ জানুৱাৰী ২০২৩) তাৰিখে নাহৰ যুব সংঘৰ উদ্যোগত অনুষ্ঠিত পঞ্চম বৰ্ষিক ভোগালী বিহু আৰু শিল্পী দিৱস উদযাপন ৰ ৩ মাঘ (১৮ জানুৱাৰী) ৰ বৃক্ষৰোপন কাৰ্য্যসূচীৰ কিছু মূহুৰ্ত।

Address

Darrang
784522

Website

Alerts

Be the first to know and let us send you an email when নাহৰ যুৱ সংঘ, ভেৰগাঁও posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share