Gerimari Ogragami yubok songho গেৰিমাৰী অগ্রগামী যুৱক সংঘ ৷

  • Home
  • India
  • Darrang
  • Gerimari Ogragami yubok songho গেৰিমাৰী অগ্রগামী যুৱক সংঘ ৷

Gerimari Ogragami yubok songho গেৰিমাৰী অগ্রগামী যুৱক সংঘ ৷ Socialism

শ্ৰদ্ধাৰ শিল্পী সুধাকন্ঠ ভাৰতৰত্ন'ৰে বিভূষিত জনতাৰ প্ৰাণৰ শিল্পী ড° ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথিত গেৰিমাৰী অগ্ৰগামী যু...
05/11/2025

শ্ৰদ্ধাৰ শিল্পী সুধাকন্ঠ ভাৰতৰত্ন'ৰে বিভূষিত জনতাৰ প্ৰাণৰ শিল্পী ড° ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথিত গেৰিমাৰী অগ্ৰগামী যুৱক সংঘই শ্ৰদ্ধাঞ্জলি জনাইছোঁ।।

হে শিল্পী তুমি অমৰ
হে শিল্পী তুমি মহান

জয়তু গেৰিমাৰী অগ্ৰগামী যুৱক সংঘ‌‌‌।।

২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰত সংঘটিত হোৱা   বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰি গেৰিমাৰী অগ্ৰগামী যুৱক...
30/10/2025

২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গেৰিমাৰী অগ্ৰগামী যুৱক সংঘৰ প্ৰাঙ্গণত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।।

সন্ত্রাসবাদ নিপাত যাওঁক 🙏🙏
শান্তি গেৰিমাৰী বাসী ৰাইজৰ কাম্য🙏🙏।
জয়তু গেৰিমাৰী অগ্ৰগামী যুৱক সংঘ।।

অন্য বৰ্ষৰ দৰে এই বেলিও এদিনীয়া বিভিন্ন কাৰ্যসূচীৰে সপ্তদশ বাৰ্ষিক মা লক্ষ্মীপূজা ভাগ আয়োজন কৰা হৈছে সেয়েহে সমূহ ৰাইজ...
05/10/2025

অন্য বৰ্ষৰ দৰে এই বেলিও এদিনীয়া বিভিন্ন কাৰ্যসূচীৰে সপ্তদশ বাৰ্ষিক মা লক্ষ্মীপূজা ভাগ আয়োজন কৰা হৈছে সেয়েহে সমূহ ৰাইজৰ উপস্থিতি লগতে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।।

22/09/2025

অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ তথা হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ মৃত্যুত আমি মৰ্মাহত ।জুবিন দাৰ মৃত্যুত শোকাভিভূত হৈ গেৰিমাৰী অগ্ৰগামী যুৱক সংঘৰ উদ্যোগত সংঘৰ স্থায়ী খেলপথাৰত আজি সন্ধিয়া ৬ বজাত "ৰাজহুৱা শ্ৰদ্ধাঞ্জলি" কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছ। প্ৰত্যেকজন গুণমুগ্ধৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏🙏🙏

অসমৰ মহান শিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই।। মহান শিল্পী গৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি গেৰিমাৰী অগ্ৰগামি যুৱক সংঘ...
19/09/2025

অসমৰ মহান শিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই।। মহান শিল্পী গৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি গেৰিমাৰী অগ্ৰগামি যুৱক সংঘৰ বাকৰিত আজি সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
হে মহান শিল্পী আপুনি অসমৰ জনগণৰ মাজত সদায় জিলিকি থাকক।
জয় জুবিন দা..
জয়তু গেৰিমাৰী অগ্ৰগামি যুৱক সংঘৰ। # #

Address

Mangaldoi (near Law College)
Darrang

Website

Alerts

Be the first to know and let us send you an email when Gerimari Ogragami yubok songho গেৰিমাৰী অগ্রগামী যুৱক সংঘ ৷ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share