Dabaka Town Press Club Official

Dabaka Town Press Club Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dabaka Town Press Club Official, Non-Governmental Organization (NGO), Doboka College Road Near Faire Bregadge Office, Dabaka.

29/11/2025

*ডবকা টাউন প্ৰেছ ক্নাৱৰ*
::::::::::::::::: *শোক বাৰ্তা* :::::::::::::: *****ডবকা টাউন কমিটিৰ সভানেত্ৰীৰ স্বামী জনাব জসিম উদ্দিন চাহাবৰ আজি ৰাতিপুৱা ইন্তেকাল হয়৷
*ইন্নালিল্লাহি অ ইন্নাইলাইহি ৰাজিঊন*
মহান আল্লাহে মৰহুমক জান্নাতুল-ফিৰদাউছ দান কৰক ৷ মৰহুমৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো৷
সভাপতি/সম্পাদক*
ডবকা টাউন প্ৰেছ ক্লাৱ

ডবকা টাউন প্ৰেছ ক্লাৱৰ শোক বাৰ্তা               এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষক মৌলানা আবুবক্কৰ চাহাবৰ...
17/11/2025

ডবকা টাউন প্ৰেছ ক্লাৱৰ শোক বাৰ্তা এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষক মৌলানা আবুবক্কৰ চাহাবৰ আজি কিছু সময়ৰ পূৰ্বে ইন্তেকাল হয়৷
ইন্নালিল্লাহি-অ-ইন্নাইলাইহি ৰাজিঊন
আল্লাহ-তালাই মৰহুমক জান্নাতুল-ফিৰদাউছ দান কৰক ৷ আমিন
তেখেতৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো৷
কমৰুল খান
সভাপতি
আমিৰ হুছেইন
সম্পাদক
ডবকা টাউন প্ৰেছ ক্লাৱ

Address

Doboka College Road Near Faire Bregadge Office
Dabaka
782445

Website

Alerts

Be the first to know and let us send you an email when Dabaka Town Press Club Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share