Luitkontho Zubeen Garg Foundation, Chapar

Luitkontho Zubeen Garg Foundation, Chapar “এই page ot আমি সকলো Zubeen দাৰ অনুৰাগী। আহক, আমি দাদাৰ নীতি আৰু আদৰ্শৰ সৈতে একেলগে আগুৱাই যাওঁ। জয় জুবিন দা! �
(1)

30/08/2026

বহু ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই আমাক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ বাবে ৰবি শৰ্মা দাদাক অশেষ ধন্যবাদ 🙏🏻


Luitkontho Zubeen Garg Foundation, Chapar'ৰ উদ্যোগত উজনি অসমৰ বানপীড়িত ৰাইজৰ সহায়ৰ বাবে সংগ্ৰহ কৰা ধনৰাশিৰ সম্পূৰ্ণ হি...
28/08/2026

Luitkontho Zubeen Garg Foundation, Chapar'ৰ উদ্যোগত উজনি অসমৰ বানপীড়িত ৰাইজৰ সহায়ৰ বাবে সংগ্ৰহ কৰা ধনৰাশিৰ সম্পূৰ্ণ হিচাপ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰাৰ লগতে ফাউণ্ডেশ্বনৰ এটি সজাতি দলে শিৱসাগৰ আৰু নাজিৰাৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক সামগ্ৰী বিতৰণৰ উদ্দেশ্যেৰে আজি যাত্ৰা আৰম্ভ কৰিছে।

বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ধাৰা অব্যাহত ৰখাৰ বাবে ফাউণ্ডেশ্বনৰ এটি সৰু প্ৰয়াস।



14/08/2026

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আবৃতিৰে লুইতকন্ঠ জুবিন গাৰ্গ ফাউণ্ডেশ্বন, চাপৰৰ তৰফৰ পৰা যাচিলোঁ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ঢেৰ শুভকামনা🇮🇳🇮🇳🇮🇳


Luitkontho Zubeen Garg Foundation, Chapar

01/08/2026

#চাপৰআঞ্চলিকছাত্ৰসন্থাৰবানসাহায্যকাৰ্য্যসূচী

#জুবিন দাৰ আদৰ্শৰে আমি #লুইতকন্ঠজুবিনগাৰ্গফাউণ্ডেশ্বনে চাপৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বান সাহায্য কাৰ্য্যসূচীৰ জৰিয়তে, কিছুমান প্ৰয়োজনীয় সামগ্ৰী চাপৰ আঞ্চলিক আছুৰ হাতত প্ৰদান কৰাৰ লগতে আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়াওঁ ।




17/05/2026

সাম্প্ৰতিক সময়ত জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্ম ঠাই 'চাপৰ'ত সুৰা বিপনী খোলাক লৈ এক প্ৰতিবাদ মূখৰ উত্তাল পৰিৱেশ বিৰাজমান। এই প্ৰসংগত আমাৰ স্থিতি সম্পৰ্কে LKZGFC ৰ সহ: আহ্বায়ক তথা মুখপাত্ৰ Julfikar Parvez ৰ এক বিশেষ ভিডিও বাৰ্তা। চাওঁ আহকচোন...

এফালে যুগান্তকাৰী সুৰৰ আকাশ,আনফালে নতুন প্ৰজন্মৰ গানৰ তৰা।অগ্ৰজ-অনুজৰ এই অমূল্য হাঁহিত যেনজীয়াই আছে অসমীয়া সংস্কৃতিৰ প...
19/04/2026

এফালে যুগান্তকাৰী সুৰৰ আকাশ,
আনফালে নতুন প্ৰজন্মৰ গানৰ তৰা।
অগ্ৰজ-অনুজৰ এই অমূল্য হাঁহিত যেন
জীয়াই আছে অসমীয়া সংস্কৃতিৰ পৰম্পৰা।
এজনৰ কণ্ঠেৰে বাজিছে ইতিহাসৰ ধ্বনি,
আনজনৰ বুকুত আগুৱাই নিয়াৰ হেঁপাহখিনি।

পিছে আজি দুয়ো এক সোণালী ইতিহাস মাথোঁ...

16/04/2026

পহিলা ব'হাগ...
বছৰে বাগৰ সলায়...
প্ৰতিজন অসমীয়াই প্ৰতিবছৰে উলাহেৰে ৰঙালীক আদৰে,
প্ৰতিজন অসমীয়াৰ বাবে বিহু বাপতি সাহোন...

আৰু গ'ল্ডীদা...

প্ৰতিজন স্বাভিমানী অসমীয়াৰ হৃদস্পন্দন বুলি কলেও কিজানি অত্যুক্তি কৰা নহ'ব...

এইবছৰ গ'ল্ডীদা নাই...
আমাৰ হৃদস্পন্দনো যেন স্থবিৰ আজি...
আমি মৃতপ্ৰায় এজাক স্বাভিমানী অসমীয়া...

নোৱাৰিলো এইবাৰ, আমি আমাৰ বাপতি সাহোন বিহুক চিকুণাব... আনহে নালাগে, বিহুত কোনেও গেঞ্জী এটা ল'বলৈকো মৰসাহ গোটাব নোৱাৰিলো...

সেয়ে, মন-মগজুত দ' কৈ বহি যোৱা কেঁচা ঘাটুকুৰা সহি, দাদাৰ প্ৰতিচ্ছৱি সমুখত ৰাখি, চাপৰৰ বৌদ্ধিক সমাজৰ কেইগৰাকীমান বয়োজ্যেষ্ঠ ব্যক্তিৰ উপদেশ তথা আশীৰ্বাদ গ্ৰহণ কৰি এইভাগে ৰঙালী বিহু অনাড়ম্বৰকৈ উদযাপন কৰিলোহক...

জয় আই অসম, জয় জুবিনদা...🙏🙏🙏



Send a message to learn more

🙏 জুবিনবিহীন ন' ব'হাগৰ পহিলা দিন...সেমেকা ৰঙালী, উছাহহীন নৱবৰ্ষ... 😭😭😭
16/04/2026

🙏 জুবিনবিহীন ন' ব'হাগৰ পহিলা দিন...
সেমেকা ৰঙালী, উছাহহীন নৱবৰ্ষ...


😭😭😭

04/03/2026

Not just a footstep. A movement for safer NH17. As silence on the road costs lives. Awareness Saves Them.







জয় জুবিন দা 🙏🏻

25/02/2026

আহক, সুৰক্ষাৰ অধিকাৰৰ বাবে একেলগ হওঁ

NH-17 ৰে যাত্ৰা কৰা প্ৰতিজন লোকে নিজকে সুৰক্ষিত অনুভৱ কৰিব লাগিব।

কোনো পৰিয়ালে নিজৰ প্ৰিয়জনক হেৰুৱাব নালাগে আৰু সপোনবোৰ চুৰমাৰ নহ’ব লাগে।

এতিয়া পদক্ষেপ লোৱাৰ সময়...

আমি, লুইতকন্ঠ জুবিন গাৰ্গ ফাউণ্ডেশ্বন, চাপৰ —

নিৰাপদ পথ আৰু নিৰাপদ চাপৰ-বহলপুৰ-বইটামাৰীৰ বাবে এটা ডিজিটেল অভিযান আৰম্ভ কৰিছোঁ।

সেয়া হৈছে
👇🏻👇🏻👇🏻

Address

Chapar
783371

Website

Alerts

Be the first to know and let us send you an email when Luitkontho Zubeen Garg Foundation, Chapar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share