Jeevan Shiksha

Jeevan Shiksha At Jeevan Shiksha, we see ourselves as a tool for change, a change driven by learning from what exists, from past and present - from life.

We are a community organization based in rural parts of Assam and Uttarakhand. We engage with our primary stakeholders - the people at large to find solutions to challenges through active dialogue and cultural re-thinking & re-transformation. We use an instrumental living process to engage with the society - by restoring their ability for action directly or indirectly. We simply observe in awe, in

admiration of whatever happens as a result. The strength for our ideas and actions are backed by our core-values of Truth and Compassion. Jeevan Shiksha is a space for experiments and innovations. We live by example and each of our efforts is driven to create a beautiful and innovative society. Universal Welfare Society or UWS is our primary living tool to engage with the society, by restoring their ability for action directly or indirectly. UWS (also termed as 'सर्व जनहित समाज' in Hindi language). UWS has 11 components which ensures holistic approach to development in any society. The tool calls for all possible localisation of methods, processes and communication through constant learning from people and institutions. One interesting fact about UWS is that it allows us to view the elephant as a whole, instead of repeatedly trying to observe just one of its body parts. The approach to holistic development is not new though, however it has been rarely attempted in this fashion. As an organisation, we would like to use UWS to create inter-linked solutions to challenges which shall allow the communities to truly see results in long-term as well as short-term. At the same time, individuals within the community shall act as torch-bearers for us to quickly adapt and learn from existing solutions.

10/02/2025
ডিব্ৰুগড় জিলাৰ অন্যতম আৰ্থ-সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী সংস্থা জীৱন শিক্ষাৰ ৭ম বৰ্ষ পূৰ্তি (৩০ জুন) উপলক্ষে সংস্থাৰ ...
01/07/2024

ডিব্ৰুগড় জিলাৰ অন্যতম আৰ্থ-সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী সংস্থা জীৱন শিক্ষাৰ ৭ম বৰ্ষ পূৰ্তি (৩০ জুন) উপলক্ষে সংস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সকলো বিষয়ববীয়া সদস্যা-সদস্য, স্বেচ্ছাসেৱী, পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত সকলোকে তথা জীৱন শিক্ষাৰ সকলো শুভাকাংক্ষীকে এই চেগতে আন্তৰিক ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰিলো। আজিৰ এই শুভক্ষণত আন এটা ভাল খবৰ দিবলৈ ওলাইছো। যিটো খেলৰ বাবে অঞ্জনা আমেৰিকালৈ যাত্ৰা কৰিছে, একে খেলৰ বাবে বিৰচমনী মাঝি, জানকি পাহাৰীয়া আৰু অমৃতা জাল যাত্ৰা কৰিছে তামিলনাডুৰ কয়মবটোৰলৈ। এওঁলোক তিনিমাহ তাত থাকি এই খেলৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ লৱ। পুদিয়দৰ নামৰ সংস্থাটোৱে অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ শিৱিৰলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও প্ৰশিক্ষাৰ্থী আহিব। ইয়াৰে বিৰচমনী মাঝি লাহোৱাল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম চেমিষ্টাৰৰ ছাত্ৰী, অমৃতা জাল দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী। জানকি পাহাৰীয়াই ঘৰুৱা অসুবিধাৰ বাবে খুব কম বয়সতে নিজৰ শিক্ষা সামৰিছিল। ষষ্ঠ শ্ৰেণীৰ পৰা তাই পঢ়া বাদ দিব লগা হৈছিল । তাইৰ পঢ়িবৰ বহুত মন। আমি চেষ্টা কৰিম খেলৰ লগতে তাইক পুনৰ শিক্ষাৰ লগত জড়িত কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ। তিনিও গৰাকীয়ে বহুত ভাল আল্টিমেট ফ্ৰিচবী খেলে। আশা কৰিম আগন্তুক দিনত তেওঁলোকে যেন এই খেলখনৰ জৰিয়তে নিজৰ লগতে সমূহ চাবুৱাবাসীক গৌৰৱান্বিত কৰি তুলিব পাৰে। তেওঁলোক আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰাৰ বাবে লাহোৱাল মহাবিদ্যালয় আৰু দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষক জীৱন শিক্ষাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো লগতে পৰিয়ালবৰ্গকো ধন্যবাদ জ্ঞাপন কৰিছো।

শিশু অৱস্থাত বা কৈশোৰ কালত কোনো ধৰণৰ খেলত অংশগ্ৰহণ কৰি নোপোৱা, আনকি দৌৰিও নোপোৱা ছোৱালীজনী যে জীয়ৰী অৱস্থাত হঠাতে খেলৰ ...
26/06/2024

শিশু অৱস্থাত বা কৈশোৰ কালত কোনো ধৰণৰ খেলত অংশগ্ৰহণ কৰি নোপোৱা, আনকি দৌৰিও নোপোৱা ছোৱালীজনী যে জীয়ৰী অৱস্থাত হঠাতে খেলৰ সৈতে জড়িত হৈ যাব তাই নিজেও কোনোদিনে ভবা নাছিল। আজি সেই খেলৰ বাবেই তাই আমেৰিকালৈ উৰা মাৰিছে। ভাৰতৰ আন প্ৰশিক্ষকৰ সৈতে তাই এক বিশেষ খেলৰ প্ৰশিক্ষণ দিবলৈ গৈ আছে আমেৰিকাৰ নিউ জাৰ্ছী চহৰলৈ, যত একত্ৰিত হব আমেৰিকাৰ বিভিন্ন ৰাজ্যৰ পৰা অহা সহস্ৰাধিক প্ৰশিক্ষাৰ্থী। অঞ্জনা মাঝী চাবুৱাৰ নৰ্থ বালিজান চাহ বাগিছাৰ ডুমকা লাইনৰ ছোৱালী। সৰুতে মাকৰ মৰমৰ পৰা বঞ্চিত হোৱা আৰু বহু দুখ কষ্টৰ মাজেৰে ডাঙৰ দীঘল হোৱা তাই ঘৰৰ পৰিবেশৰ বাবে নিজৰ উচ্চ শিক্ষাও সম্পূৰ্ণ কৰিব নোৱাৰিলে। বাগিছাত দিন হাজিৰা কৰি পৰিয়ালৰ ভৰণ পোষণ দিয়া পিতৃৰ অৱসৰৰ পাছত যেন তাইৰ ওপৰতে সম্পূৰ্ণ দায়িত্ব আহি পৰিছিল। জীৱিকাৰ বাবে কম বয়সতে তাই দক্ষিণ ভাৰতলৈ যাত্ৰা কৰিছিল আৰু কোম্পানীৰ অধীনত ছমাহ দিন কাম ও কৰিছিল। ২০২১ চনত জীৱন শিক্ষাই অনুষ্ঠিত কৰা আল্টিমেট ফ্ৰিচবীৰ প্ৰশিক্ষণ সময়ত লগৰ সমনীয়াৰ লগত কিনো খেল হয় বুলি চাবলৈ অহা ছোৱালীজনীৰ জীৱনৰ গতি পথ যেন সেই দিনাই সলনি হৈছিল। কোনো দিন কোনো খেলৰ সৈতে জড়িত নথকা ছোৱালীজনীৰ প্ৰতিভাৰ উমান পাইছিল তামিলনাডুৰ পৰা অহা প্ৰশিক্ষকদ্বয় মৃণালিনী আৰু ভাৰতৰ ফ্ৰিচবীৰ জনক হিচাপে খ্যাত মনিকমে। তাই নিৰ্বাচিত হৈছিল এটা তিনিমহীয়া প্ৰশিক্ষণ শিৱিৰৰ বাবে যিটো অনুষ্ঠিত হৈছিল অৰভিল (Aurovile) নামৰ এক বিখ্যাত গাঁৱত। এই তিনিমহীয়া প্ৰশিক্ষণে তাইক পৈণত কৰি তুলিছিল। তাৰ পৰা আহি নিজৰ ঠাই তথা ওচৰ পাজৰৰ ছোৱালী সকলক লৈ প্ৰশিক্ষণ প্ৰদান কৰিছিল। তাই প্ৰশিক্ষণ দিবলৈ নিমন্ত্ৰণ পাইছিল মণিপুৰৰ পৰা। মণিপুৰত এমাহ থাকি অঞ্জনাই এই খেলৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। তাৰ পাছত যেন তাই ৰব লগীয়া হোৱা নাই। খেলৰ লগতে নিজৰ কাষৰ একেবাৰে ভিতৰুৱা গাঁও এখনৰ ছোৱালীবিলাকক নিজৰ ব্যস্ততাৰ মাজতো সময় অকণ উলিয়াই পঢ়াবলৈ চেষ্টা কৰিছে। তাই যেন এনেদৰেই আগুৱাই যাওক। তাইৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো।

Ultimate Frisbee tournament.Our girls are excited to play in the event. You can also join us and cheer for the girls. Ho...
20/12/2023

Ultimate Frisbee tournament.
Our girls are excited to play in the event. You can also join us and cheer for the girls. Hope to see you all on 18th Jan2024.




মানসিক আৰু মৃগী ৰোগৰ চিকিৎসা শিৱিৰৰ ৬ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ কিছু ছৱি।
13/12/2023

মানসিক আৰু মৃগী ৰোগৰ চিকিৎসা শিৱিৰৰ ৬ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ কিছু ছৱি।

আমাৰ সমাজত প্ৰায় লোকেই মানসিক আৰু মৃগী ৰোগত ভুক্তভোগী৷ এই ৰোগৰ সাধাৰণ লক্ষণবোৰ হ’ল যেনে - অস্বাভাৱিক ভয়, চিন্তা, দুৰ্বল ...
10/09/2023

আমাৰ সমাজত প্ৰায় লোকেই মানসিক আৰু মৃগী ৰোগত ভুক্তভোগী৷ এই ৰোগৰ সাধাৰণ লক্ষণবোৰ হ’ল যেনে - অস্বাভাৱিক ভয়, চিন্তা, দুৰ্বল মনোভাৱ, অতিমাত্ৰা কথা কোৱা বা অস্বাভাৱিক স্ফূৰ্তিৰ মনোভাৱ, অকলে কথা কৈ থকা আৰু কোনো কাৰণ নোহোৱাকৈ হঁহা বা কন্দা, অপ্ৰয়োজনীয়ভাৱে বাৰে বাৰে একেটা কামকে কৰা, অতিমাত্ৰা খং, বৃদ্ধাৱস্থাত স্মৃতিশক্তি হেৰুওৱা, টোপনি যাব নোৱাৰা, আত্মহত্যাৰ মনোভাৱ, অসহ্যকৰ মূৰত বিষ, অস্বাভাৱিক যৌন সমস্যা, বাস্তৱত নেদেখা বস্তু দেখা, অস্বাভাৱিক শব্দ শুনা, পৰিয়াল আৰু বন্ধু বান্ধৱৰ পৰা আতঁৰাত থকা, বুকুত ধপধপনি আৰু গোটেই গাত বিষ হোৱা আদি৷
আমি বিগত পাঁচটা বৰ্ষ ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত মানসিক আৰু মৃগী ৰোগৰ চিকিৎসা সেৱা আগবঢ়াই আহিছোঁ। আপোনালোকৰ পৰিচিত এনে কোনো ৰোগী থাকিলে অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব। এই ৰোগী সকলৰ সহায়ৰ বাবে আমি সদায় আছোঁ।

আজি ১০/০৯/২০২৩ তাৰিখে মাহৰ দ্বিতীয়টো দেওবাৰে জীৱন শিক্ষাৰ ৭০তম মানসিক আৰু মৃগী ৰোগৰ শিবিৰ অনুষ্ঠিত হৈ যায়৷

আমাৰ যোগাযোগ
নম্বৰ৭৮৯৬৩৫৬৯০৩,৯৬৭৮৪৯৪৮১২,৮৮৭৬০৯৫৫২৬

Sunday Cycling by Chabua Cycling Warriors, promoted by Jeevan Shiksha.For our next trip, we are going to a Children's Ho...
05/05/2023

Sunday Cycling by Chabua Cycling Warriors, promoted by Jeevan Shiksha.
For our next trip, we are going to a Children's Home in Makum and discover Health and Zero Waste with orphan children living in this shelter home.
There are a total of 12.67 crores cycles in India, as per an estimate, out of which 66% rural households own a cycle. Despite the staggering number of cycles in rural India, we often wondered why there are no Clubs or groups in villages - at least we did not see much in .
This led to the creation of in 2018 under the aegis of Jeevan Shiksha in the district of , Assam, India. It is a one of its kind attempt to bring together rural cyclists - young or old alike, in order to restart dialogues for true Development, Health, Society and individual challenges.
.wanderer .shankar

This is what's going on in districts of   and   within the last 30 days, and this is our Jeevan Shiksha office. The pict...
03/04/2023

This is what's going on in districts of and within the last 30 days, and this is our Jeevan Shiksha office. The pictures aren't able to clearly tell the story, as we don't have a professional photographer to create magic.
This isn't just our story, but the story of many who are suffering due to and lack of . It's high time that all of us should know that .
.india .ghy_ .wanderer

যোৱা ১২মাৰ্চ২০২৩ তাৰিখ দ্বিতীয় দেওবাৰে জীৱন শিক্ষাৰ উদ্যোগত মানসিক আৰু মৃগী ৰোগৰ মাহেকীয়া শিৱিৰ অনুষ্ঠিত হৈ যায়।    A...
21/03/2023

যোৱা ১২মাৰ্চ২০২৩ তাৰিখ দ্বিতীয় দেওবাৰে জীৱন শিক্ষাৰ উদ্যোগত মানসিক আৰু মৃগী ৰোগৰ মাহেকীয়া শিৱিৰ অনুষ্ঠিত হৈ যায়।



Ankit Banjaraa
Proshik Das
Munin Dutta

On last 21 February 2023 a Medical Health Camp at Maud TE jointly organized by Jeevan Shiksha and Panitola PHC in Associ...
28/02/2023

On last 21 February 2023 a Medical Health Camp at Maud TE jointly organized by Jeevan Shiksha and Panitola PHC in Association with District Health Society, NHM, Dibrugarh under Swasthya Sewa Abhiyan 6. 179 females and 76 male attended the camp. 128 school student benefited from the camp. In total 374 people benefited from the service. From District Health Society seven departments give their service mainly Eye Dept, ENT, Gynecologist, Medicine, TB, Leprosy and padiatric department.


Ankit Banjaraa
Proshik Das
Munin Dutta

Address

Chabua
786184

Alerts

Be the first to know and let us send you an email when Jeevan Shiksha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jeevan Shiksha:

Share