All Rabha Student's Union/বঙাইগাঁও জিলা সমিতি

  • Home
  • India
  • Bongaigaon
  • All Rabha Student's Union/বঙাইগাঁও জিলা সমিতি

All Rabha Student's Union/বঙাইগাঁও জিলা সমিতি Unity and Struggle for Autonomy
Estd :- 17th July 1992

বহাগ বিহু উপলক্ষে আজিৰ কাৰ্যসূচী......আশাৰ দিন পালন বিশিষ্ট সমাজ কৰ্মী তথা জাতিৰ কল্যাণৰ কাম কাজত জড়িত ব্যক্তি মাননীয় ...
15/04/2026

বহাগ বিহু উপলক্ষে আজিৰ কাৰ্যসূচী......আশাৰ দিন পালন
বিশিষ্ট সমাজ কৰ্মী তথা জাতিৰ কল্যাণৰ কাম কাজত জড়িত ব্যক্তি মাননীয় শ্ৰীযুত কৃষ্ণকান্ত ৰাভা দেৱক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

16/07/2025
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ মহোদয়ৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰা হয় আৰু বঙাইগাঁও জিলাত বসবাস ক...
28/06/2025

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ মহোদয়ৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰা হয় আৰু বঙাইগাঁও জিলাত বসবাস কৰা ৰাভা জাতিৰ উন্নতি স্বাৰ্থত আলোচনা কৰা হয়।

যোৱা 22 জুন ইং তাৰিখ দিনা ৰাভা উন্নয়ন পৰিষদ গঠনক ।সংবাদ মেলৰ জৰিয়তে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হয়।
25/06/2025

যোৱা 22 জুন ইং তাৰিখ দিনা ৰাভা উন্নয়ন পৰিষদ গঠনক ।
সংবাদ মেলৰ জৰিয়তে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হয়।

যোৱা ২২ জুনত ৰাভা উন্নয়ন পৰিষদৰ ঐতিহাসিক অনুমোদনৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম কেবিনেটলৈ আন্...
23/06/2025

যোৱা ২২ জুনত ৰাভা উন্নয়ন পৰিষদৰ ঐতিহাসিক অনুমোদনৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম কেবিনেটলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।এই সিদ্ধান্তই RHAC এলেকাৰ বাহিৰত বাস কৰা ৰাভা জনগোষ্ঠীৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক প্ৰয়োজনীয়তা পূৰণ কৰিব।

সমগ্ৰ অসমতে সৰ্বাংগীন উন্নয়ন আৰু ৰাভা জনগোষ্ঠীৰ বহল স্বীকৃতিৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ।

*•গোঁসাইপাৰা :১৫ জুন ২০২৫ ইং*আজি গোঁসাইপাৰা এল. পি. স্কুল প্ৰাঙ্গনত অনুষ্ঠিত হোৱা সভাত আগন্তুক ৰাভা দিৱসৰ প্ৰস্তুতি সন্দ...
15/06/2025

*•গোঁসাইপাৰা :১৫ জুন ২০২৫ ইং*

আজি গোঁসাইপাৰা এল. পি. স্কুল প্ৰাঙ্গনত অনুষ্ঠিত হোৱা সভাত আগন্তুক ৰাভা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়।

15/06/2025
সমুহ ৰাভা ৰাইজক বায়খো পূজাৰ আন্তৰিক শুভেচ্ছা জানালোঁ।   #বায়খো
11/06/2025

সমুহ ৰাভা ৰাইজক বায়খো পূজাৰ আন্তৰিক শুভেচ্ছা জানালোঁ। #বায়খো

Address

Gossaipara
Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when All Rabha Student's Union/বঙাইগাঁও জিলা সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share