20/06/2026
সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা শ্ৰী যুত নিপেন সোনোৱাল ডাঙৰীয়াৰ পিতৃ হঠাৎ উচ্চ ৰক্তচাপ ত আক্ৰান্ত হৈ অয়লাস গামি হয়। সেই উপলক্ষে তৃতীয় দিনা ৰ কাৰ্য সূচী ত গাওঁৰ সামাজিক নীতি নিয়ম ৰে সম্পন্ন কৰে । আৰু আমি All Assam Sonowal Kachari Students' Union গোলাঘাট জিলা সমিতিৰ উদ্যোগত সভাপতি তৰুণ অসম সম্পাদক প্ৰণৱজ্যোতি সোনোৱাল সৈতে জিলা সমিতিৰ এটা সঁজাতি দলে উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাওঁ।
Amrit Sonowal
Debananda Chelleng
D M Bhaktiari
Bishnu Sonowal
Mondeep Hoggral
Mahendra Sonowal M Muktal
Mridupawan Sonowal
Rantu Sonowal
Khiring Rahul Sonowal
শ্ৰী উদয় মাক্ৰাৰী