Morning Club - মৰ্ণিং ক্লাব

Morning Club - মৰ্ণিং ক্লাব A Sports,Cultural,Health,Education & Socio-Economic Development Organisation....

সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ।
14/04/2026

সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ।


End of an era..!কিংবদন্তি কণ্ঠশিল্পী, সমগ্ৰ দেশবাসীৰ গৌৰৱ আশা ভোছলে ডাঙৰীয়ানীৰ বিয়োগ ভাৰতীয় সংগীত জগতৰ বাবে এক অপূৰণী...
12/04/2026

End of an era..!
কিংবদন্তি কণ্ঠশিল্পী, সমগ্ৰ দেশবাসীৰ গৌৰৱ আশা ভোছলে ডাঙৰীয়ানীৰ বিয়োগ ভাৰতীয় সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।



সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছাৰে.... বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক বিদ্যা বুদ্ধি আৰু সম...
23/01/2026

সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছাৰে....
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক বিদ্যা বুদ্ধি আৰু সমাজলৈ কঢ়িয়াই আনক জ্ঞানৰ পোহৰ.....



21/01/2026

Thank You DDNews Assamese অম্লান কাশ্যপ 🙏❤️

মৰ্ণিং ক্লাব'ৰ উদ্যোগত অষ্টম বাৰ্ষিক হৰেকৃষ্ণ বিশ্বাস আৰু মন্তোষ চৰকাৰ সোঁৱৰণী (আন্ত:জিলা) আৰু খৰসিং তেৰাং আৰু দ্বীপ সেন...
21/01/2026

মৰ্ণিং ক্লাব'ৰ উদ্যোগত অষ্টম বাৰ্ষিক হৰেকৃষ্ণ বিশ্বাস আৰু মন্তোষ চৰকাৰ সোঁৱৰণী (আন্ত:জিলা) আৰু খৰসিং তেৰাং আৰু দ্বীপ সেন সোঁৱৰণী (সমষ্টি ভিত্তিত) আয়োজিত দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম দিনৰ খেলৰ কিছু দৃশ্যাংশ।



উৰুকাৰ উম, মেজিৰ পোহৰ,পিঠা-পনা, লাৰু-তিলৰ মিঠাস।এই মাঘ বিহুৱে আপোনাৰ জীৱনলৈশান্তি, সুখ, সুস্বাস্থ্য আৰু সমৃদ্ধি আনক।ভোগা...
14/01/2026

উৰুকাৰ উম, মেজিৰ পোহৰ,
পিঠা-পনা, লাৰু-তিলৰ মিঠাস।
এই মাঘ বিহুৱে আপোনাৰ জীৱনলৈ
শান্তি, সুখ, সুস্বাস্থ্য আৰু সমৃদ্ধি আনক।

ভোগালীৰ ভোগে ভৰাই তোলক মন-প্ৰাণ,
লগতে নতুন বছৰে আনক নতুন আশাৰ পোহৰ।
আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল।



Let the shuttle fly and the spirits soar! Morning Club - মৰ্ণিং ক্লাব  presents its Badminton Tournament! 🏆🏸📍 Bedeti TE ...
12/01/2026

Let the shuttle fly and the spirits soar!

Morning Club - মৰ্ণিং ক্লাব presents its Badminton Tournament! 🏆🏸

📍 Bedeti TE Club Court
🗓 20–21 January 2026
⏰ 6 PM onwards



12/10/2025
আমি বাকৰুদ্ধ, ভাষাহীন !আমাৰ সকলোৰে প্ৰিয় শিল্পী Zubeen Garg  আমাৰ মাজত নাই। জনপ্ৰিয় কণ্ঠশিল্পী, যুৱ প্ৰজন্মৰ হাৰ্ট থ্র...
19/09/2025

আমি বাকৰুদ্ধ, ভাষাহীন !

আমাৰ সকলোৰে প্ৰিয় শিল্পী Zubeen Garg আমাৰ মাজত নাই। জনপ্ৰিয় কণ্ঠশিল্পী, যুৱ প্ৰজন্মৰ হাৰ্ট থ্র'ৱ, আমাৰ সকলোৰে হিয়াৰ আমঠু, অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ খবৰ পাই অতিশয় মৰ্মাহত হৈছোঁ। এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত তথা এয়া অসমৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। এটা বৰ্ণিল যুগৰ সৃষ্টিকাৰী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।



Address

Bedeti
Biswanath Chariali
784179

Alerts

Be the first to know and let us send you an email when Morning Club - মৰ্ণিং ক্লাব posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Morning Club - মৰ্ণিং ক্লাব:

Share