Uday-A Dream, উদয়-এটি সপোন NGO

Uday-A Dream, উদয়-এটি সপোন NGO Motto:We are always with You.

(উদয়-এটি সপোন) is a NGO establish for Social Welfare works as like Quality Education, Health&Hygiene care, Socio Economic Devlmnt,Environmental & Plantation.

নমস্কাৰ/আচ্ছালামু আলাইকুম শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তি সকল।আপোনালোকৰ উপস্থিত আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ ।...
06/08/2026

নমস্কাৰ/আচ্ছালামু আলাইকুম
শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তি সকল।
আপোনালোকৰ উপস্থিত আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ ।ধন্যবাদ

Felicitation & Carreer Counselling Program..
01/05/2026

Felicitation & Carreer Counselling Program..

সদ্য ঘোষিত HSLC & HS ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ বাবে কেৰিয়াৰ সজাগতা আৰু অভিনন্দন অনুষ্ঠান আয...
01/05/2026

সদ্য ঘোষিত HSLC & HS ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ বাবে কেৰিয়াৰ সজাগতা আৰু অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়।
Chief Counsellor Dr Rahul Sharma, Asstt Professor, Zoology Department, Biswanath College &
Counsellor Mr Milan Sarma,GT (Maths) , MRA HS

সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
30/04/2026

সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।

আমাৰ গৌৰৱ নিলোফা ইয়াছমিন....সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশ্বনাথ জিলাৰ বালিপুখুৰীৰ আব্দুল কৰিম আৰু আফ্ৰুজা খ...
16/04/2026

আমাৰ গৌৰৱ নিলোফা ইয়াছমিন....
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশ্বনাথ জিলাৰ বালিপুখুৰীৰ আব্দুল কৰিম আৰু আফ্ৰুজা খাতুনৰ সুযোগ্য সন্তান নিলোফা ইয়াচমিনয়ে তিনিটা বিষয়(অসমীয়া 80,গণিত 80 আৰু বিজ্ঞান 80)ত লেটাৰ নম্বৰ সহ 68.16% লৈ উত্তীৰ্ণ হৈছে। বেচৰকাৰী সংস্থা উদয় এটি সপোনৰ পৰিয়ালবৰ্গ তৰফৰ উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাই বিজ্ঞান বিভাগত অধ্যয়ন কৰিব । তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।

16/04/2026

Congratulations 🎉

“আমাৰ বাঘমাৰীৰ গৌৰৱ”বিশ্বনাথ জিলাৰ বাঘমাৰী নিবাসী মকবুল হুছেইন এম ই/হাইস্কুলৰ প্ৰতিষ্ঠাপক  প্ৰধান শিক্ষক (প্ৰাক্তন) তথা ...
16/04/2026

“আমাৰ বাঘমাৰীৰ গৌৰৱ”
বিশ্বনাথ জিলাৰ বাঘমাৰী নিবাসী মকবুল হুছেইন এম ই/হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক (প্ৰাক্তন) তথা বৰ্তমান ঝুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মঃ আমিন হুছেইন আৰু শিক্ষয়িত্ৰী আইছা বেগমৰ জেষ্ঠ সুযোগ্য কন্যা মিছ তৈয়বা তাহিৰাই এইবাৰ ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ড (CBSE)-ৰ চূড়ান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি মুঠ ৮৭% নম্বৰৰে ডিষ্টিংচনসহ উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।
তেখেতে এই সাফল্যৰে সমগ্ৰ বাঘমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতলৈ বেচৰকাৰী সংস্থা "উদয় এটি সপোন"ৰ পৰিয়ালবৰ্গ তৰফৰ বহুত বহুত আন্তৰিক শুভেচ্ছা আৰু উষ্ম অভিনন্দন🎉🎉 জ্ঞাপন কৰিলোঁ। লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক শুভকামনা জনালোঁ।

বিশ্বনাথ জিলাৰ নিজ বাঘমাৰী সুসন্তান সকলে শিক্ষা বিভাগত নিযুক্তি লাভ কৰাৰ বাবে বেচৰকাৰী সংস্থা উদয় এটি সপোনৰ পৰিয়ালবৰ্গ...
21/03/2026

বিশ্বনাথ জিলাৰ নিজ বাঘমাৰী সুসন্তান সকলে শিক্ষা বিভাগত নিযুক্তি লাভ কৰাৰ বাবে বেচৰকাৰী সংস্থা উদয় এটি সপোনৰ পৰিয়ালবৰ্গ তৰফৰ উষ্ম অভিনন্দন জ্ঞাপন কৰা কিছু দৃশ্য

ওৱাজিদা মাৰ্জিনালৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ
21/03/2026

ওৱাজিদা মাৰ্জিনালৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ

সহকাৰী শিক্ষক পদত নিযুক্ত লাভ কৰাৰ বাবে ছাহিদুল হকলৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ
21/03/2026

সহকাৰী শিক্ষক পদত নিযুক্ত লাভ কৰাৰ বাবে ছাহিদুল হকলৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ

Address

Niz Baghmari
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when Uday-A Dream, উদয়-এটি সপোন NGO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Uday-A Dream, উদয়-এটি সপোন NGO:

Shortcuts

Share