Akash Subor Mon Society NGO

Akash Subor Mon Society NGO Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Akash Subor Mon Society NGO, Non-Governmental Organization (NGO), Bilasipara.

আজি ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে আমাৰ Akash Subor Mon Society NGO ৰ উদ্যোগত পতাকা উত্তোলন কৰা হয়।
15/08/2024

আজি ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে আমাৰ Akash Subor Mon Society NGO ৰ উদ্যোগত পতাকা উত্তোলন কৰা হয়।

Akash Subor Mon society ৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ অন্তত আজি বঁটা বিতৰণী সভা আৰু সজাগতামূলক সভাৰ আয়োজন ...
29/07/2024

Akash Subor Mon society ৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ অন্তত আজি বঁটা বিতৰণী সভা আৰু সজাগতামূলক সভাৰ আয়োজন কৰা হয়।।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদশ্বা ডাঙৰীয়া ,
বিশিষ্ট অতিথি -
ছাদ্দাম হুছেইন, অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ, ৰত্নপীঠ মহাবিদ্যালয়।
আব্দুল কাদেৰ, প্ৰধান শিক্ষক পশ্চিম শালকোচা এম,ই, স্কুল।
আয়ুব উদ্দিন আহমেদ, প্ৰধান শিক্ষক ১৯০নং বেতবাৰী এল,পি, স্কুল।
লগতে শিক্ষক সমাজ।

Akash Subor Mon Society NGO  ৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ অন্তত আজি বঁটা বিতৰণী সভা আৰু সজাগতামূলক সভাৰ আয...
29/07/2024

Akash Subor Mon Society NGO ৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ অন্তত আজি বঁটা বিতৰণী সভা আৰু সজাগতামূলক সভাৰ আয়োজন কৰা হয়।।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদশ্বা ডাঙৰীয়া ,
বিশিষ্ট অতিথি -
আব্দুল কাদেৰ, প্ৰধান শিক্ষক পশ্চিম শালকোচা এম,ই, স্কুল।
আয়ুব উদ্দিন আহমেদ, প্ৰধান শিক্ষক ১৯০নং বেতবাৰী এল,পি, স্কুল।
লগতে শিক্ষক সমাজ।

24/07/2024
আকাশ চুবৰ মন ছ'ছাইটিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ অন্তত আজি পৰীক্ষা অনুষ্ঠিত কৰা হয়।
24/07/2024

আকাশ চুবৰ মন ছ'ছাইটিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ অন্তত আজি পৰীক্ষা অনুষ্ঠিত কৰা হয়।

16/07/2024
With Arunodoi Assam 24x7 – I just got recognized as one of their rising fans! 🎉
14/07/2024

With Arunodoi Assam 24x7 – I just got recognized as one of their rising fans! 🎉

14/07/2024

আকাশ চুবৰ মন ছ'ছাইটিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান সফলভাৱে চলি থকাৰ উপৰিও আজি দেওবাৰ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন প্ৰতিভা প্ৰকাশৰ বাবে গান, নৃত্য আদি প্ৰশিক্ষণ দিয়া হয়।

আকাশ চুবৰ মন ছ'ছাইটিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান সফলভাৱে চলি থকাৰ উপৰিও আজি দেওবাৰ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ সৰ...
14/07/2024

আকাশ চুবৰ মন ছ'ছাইটিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান সফলভাৱে চলি থকাৰ উপৰিও আজি দেওবাৰ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন প্ৰতিভা প্ৰকাশৰ বাবে গান, নৃত্য আদি প্ৰশিক্ষণ দিয়া হয়।
Akash Subor Mon Society NGO

বাতৰি কাকত প্ৰকাশিত হয় আকাশ চুবৰ মন ছ'ছাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এদিনীয়া শিক্ষক প্ৰশিক্ষণ কৰ্মশালাৰ বিষয়টো।
11/07/2024

বাতৰি কাকত প্ৰকাশিত হয় আকাশ চুবৰ মন ছ'ছাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এদিনীয়া শিক্ষক প্ৰশিক্ষণ কৰ্মশালাৰ বিষয়টো।

Address

Bilasipara
783348

Website

Alerts

Be the first to know and let us send you an email when Akash Subor Mon Society NGO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share