CITU - Center of Indian Trade Unions, Bilasipara

CITU - Center of Indian Trade Unions, Bilasipara This is the official page of CITU, Bilasipara LC

CITU believes in socialism and works with the belief that exploitation of the working class can be stopped by socializing all means of production (distribution and exchange) and by establishing a socialist state. So, its main aim is to fight against all encroachments on the economic and social rights of the workers and works for the enlargement of their rights and liberties.

বিলাসীপাৰা আঞ্চলিক বাওঁ গণতান্ত্ৰিক গণসংগঠ সমূহৰ যৌথ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
19/09/2026

বিলাসীপাৰা আঞ্চলিক বাওঁ গণতান্ত্ৰিক গণসংগঠ সমূহৰ যৌথ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

10/08/2026

আজি ১০ আগষ্ট '২০২৬ ধুবুৰী জিলাতো জেলভৰো কাৰ্যসূচী পালন কৰি, সহস্ৰাধিক মেহনতী মানুহ গ্ৰেপ্তাৰ বৰণ কৰে।

অহা ১০ আগষ্টত হ'বলগীয়া দেশজুৰি কৃষক - শ্ৰমিক - ছাত্ৰ - যুৱ - মহিলাৰ উদ্যোগত অধিকাৰ বিচাৰি ধুবুৰীত আইন অমান্য আন্দোলন সা...
08/08/2026

অহা ১০ আগষ্টত হ'বলগীয়া দেশজুৰি কৃষক - শ্ৰমিক - ছাত্ৰ - যুৱ - মহিলাৰ উদ্যোগত অধিকাৰ বিচাৰি ধুবুৰীত আইন অমান্য আন্দোলন সাফল্য কামনাৰে বিলাসীপাৰাৰ বিভিন্ন ঠাইত পষ্টাৰ লগোৱাৰ কিছুমান দৃশ্য।

26/07/2026
অহা ইং ১০ আগষ্ট'২০২৬ ধুবুৰীত হ'বলগীয়া জেইল ভৰাওক আন্দোলনৰ অংশীদাৰ হিচাপে আজি ২৬ জুলাই তাৰিখে কমৰেড তাপশ চক্ৰবৰ্তীৰ সভাপ...
26/07/2026

অহা ইং ১০ আগষ্ট'২০২৬ ধুবুৰীত হ'বলগীয়া জেইল ভৰাওক আন্দোলনৰ অংশীদাৰ হিচাপে আজি ২৬ জুলাই তাৰিখে কমৰেড তাপশ চক্ৰবৰ্তীৰ সভাপতিত্বত গণ সংগঠন সমূহৰ যৌথ কনভেনচন দিনৰ ১২ বজাত বিলাসীপাৰাত অনুষ্ঠিত কৰা হয়।
মূখ্য বক্তা:-
কমৰেড অসিত দত্ত- CITU
কমৰেড দেবব্ৰত বোস -CITU
কমৰেড দীলিপ ৰায় -CITU






20/07/2026
20/07/2026

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আৰু ছোনম ৱাংচুকৰ প্ৰতি সংহতি জনাই, চিআইটিইউ ৰ আহ্বানত আজি ২০ জুলাই '২০২৬ ইং তাৰিখ সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাতো যৌথভাৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

চিটু অসম ৰাজ্যিক কমিটিৰ সিদ্ধান্ত অনুসৰি ধুবুৰী জিলা চিটুৰ আহ্বান মৰ্মে ধুবুৰী জিলা শ্ৰম আয়ুক্ত মহোদয়ৰ কাৰ্যালয় সমীপত ...
13/05/2026

চিটু অসম ৰাজ্যিক কমিটিৰ সিদ্ধান্ত অনুসৰি ধুবুৰী জিলা চিটুৰ আহ্বান মৰ্মে ধুবুৰী জিলা শ্ৰম আয়ুক্ত মহোদয়ৰ কাৰ্যালয় সমীপত এক বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী আয়োজন কৰা হৈছিল।
প্ৰায় ± একশত চিটুৰ সদস্য-সদস্যাৰ উল্লেখযোগ্য উপস্থিতিত/অংশগ্ৰহণ দ্বাৰা উক্ত কাৰ্যসূচী সফল ৰূপ লয়।
বতৰৰ প্ৰতিকূলতা নেওচি সদস্য সদস্যাৰ উপস্থিতি আছিল বিশেষকে উল্লেখযোগ্য।
চিটু ধুবুৰী জিলাৰ সভাপতিৰ সভাপতিত্বত এই বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়।ছয় দফা দাবীৰ সমৰ্থনত গগণভেদী স্লোগান ধ্বনিৰে পৰিবেশ উত্তাল হৈ পৰে।
উক্ত প্ৰদৰ্শনত বক্তব্য দাঙি ধৰে চিটু সভাপতি কমৰেড জেপি মজুমদাৰ,চিটু সম্পাদক কমৰেড দেৱব্ৰত বসু,জিলা কৃষক সভাৰ নেতা কমৰেড সপিয়াৰ ৰহমান।
কমৰেড সভাপতিৰ নেতৃত্বত, অভিভাবক কমৰেড জগদীশ চন্দ্ৰ দাস ডাঙৰীয়াৰ উপস্থিতিত 5 জনীয়া প্ৰতিনিধি মন্ডল সহকাৰি শ্ৰম আয়ুক্ত মহোদয়ক লগ ধৰি স্মাৰকপত্ৰ দি উক্ত ছয় দফা দাবীৰ উপৰত আলোকপাত কৰা হয়;আৰু খৰতকীয়াকে দাবী সমূহ বাস্তবায়িত কৰাৰ বাবে তেখেতৰ জৰিয়তে আকৌ এবাৰ শ্ৰম বিষয়াক সোঁৱৰাই দিয়া হয়।আমাৰ স্মাৰকপত্ৰ তেখেতে যথাস্থানত প্ৰেৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো শ্ৰমিক বন্ধু সকলক ধুবুৰী জিলা চিটুৰ পৰা সংগ্ৰামী অভিনন্দন জনোৱা হল।
ধন্যবাদ।নমস্কাৰ।
দেবব্ৰত বসু
সম্পাদক
সিআইটিইউ
ধুবুৰী জিলা কমিটি
ধুবুৰী,অসম।

Address

Bilasipara
783348

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919101030703

Website

Alerts

Be the first to know and let us send you an email when CITU - Center of Indian Trade Unions, Bilasipara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category