AAMSU, Puran Bijni Anchalik

AAMSU, Puran Bijni Anchalik Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AAMSU, Puran Bijni Anchalik, Nonprofit Organization, Bijni.

১৮-০২-২০২৫ তাৰিখে লুংজাৰত অৱস্থিত আমছু বিজনী জিলা সমিতিৰ কাৰ্যালয়ৰ অন্তৰ্গত নোয়াপাৰা আঞ্চলিক সমিতিৰ চৌহদত কলা বেজ পৰিধ...
18/02/2025

১৮-০২-২০২৫ তাৰিখে লুংজাৰত অৱস্থিত আমছু বিজনী জিলা সমিতিৰ কাৰ্যালয়ৰ অন্তৰ্গত নোয়াপাৰা আঞ্চলিক সমিতিৰ চৌহদত কলা বেজ পৰিধান কৰি কলা দিৱস পালন কৰা হয়।পিছত নেলী গণহত্যাত মৃত্যু হোৱাসকলৰ বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কাৰ্যসূচীৰ আয়োজন কৰা হয়।আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাছুল খান ডাঙৰীয়া, বিজনী জিলা সমিতিৰ সভাপতি জাহেদ আলী ডাঙৰীয়া, আলাল উদ্দিন আৰু ইয়ানুছ শ্বেখ দুয়োৰে সাধাৰণ সম্পাদক আৰু বিভিন্ন অঞ্চলৰ বিষয়াসকল।

11/02/2025

ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা

--------আমছু জিন্দাবাদ------

11/02/2025
----------- ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা----------পঞ্চম দিন------১১-০২-২০২৫ ইং তাৰিখে বিজনী জিলা সমিতি আমছুৰ উদ্যোগত আৰ...
11/02/2025

----------- ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা----------

পঞ্চম দিন------

১১-০২-২০২৫ ইং তাৰিখে বিজনী জিলা সমিতি আমছুৰ উদ্যোগত আৰু পুৰাণ বিজনী আঞ্চলিকৰ সহযোগত পুৰাণ বিজনী আঞ্চলিকৰ অন্তৰ্গত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি বিভিন্ন অভাৱ অভিযোগৰ বুজ লোৱা হয় । আজিৰ কাৰ্যসূচীত উপস্থিত থাকে বিজনী জিলা সমিতি আমছুৰ সভাপতি জাহেদ আলী, সাধাৰণ সম্পাদক আলাল উদ্দিন আৰু পুৰাণ বিজনী আঞ্চলিকৰ সভাপতি, সাধাৰণ সম্পাদকসহ কেইবাজনো বিষয়ববীয়া।

---------------------আমছু জিন্দাবাদ---------------------

Address

Bijni

Website

Alerts

Be the first to know and let us send you an email when AAMSU, Puran Bijni Anchalik posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share