Bijni Federation Of Veterans Association

Bijni Federation Of Veterans Association Its an association of all the ex-servicemen of Indian Defence forces in Bijni, Assam.

Today we members of  Bijni Federation Of Veterans Association attended the Wreath-laying ceremony of Nk. Manoj Basumatar...
23/08/2025

Today we members of Bijni Federation Of Veterans Association attended the Wreath-laying ceremony of Nk. Manoj Basumatary, resident of Vill- Namjaipara, Bijni, BTR Assam, and paid our heart felt condolence to his family.

We Indian Armed Force Veterans Bijni Federation Of Veterans Association celebrated the 79th Independence Day with pride ...
15/08/2025

We Indian Armed Force Veterans Bijni Federation Of Veterans Association celebrated the 79th Independence Day with pride by hosting the Tricolour Indian Flag.

On 12th of August, 2025 honourable CEM of BTR Mr. Pramod Boro laid the foundation stone for the construction of Ex-Armed...
15/08/2025

On 12th of August, 2025 honourable CEM of BTR Mr. Pramod Boro laid the foundation stone for the construction of Ex-Armed Force Sweet Home & Administrative Building of Bijni Federation Of Veterans Association, Bijni in presence of Kokrajhar LSC MP Sri Jayanta Basumatary, MCLA Madhav Chetry, MCLA Pradip Kr. Bayan, Former MLA Kamalsing Narzary, SDLAC Chaiman Shri Santosh Khaklary and BMB Chaiman Guneshwar Goyary.

On the momentous occasion of the 76th Republic Day of India, we, the proud members of the Bijni Federation Of Veterans A...
26/01/2025

On the momentous occasion of the 76th Republic Day of India, we, the proud members of the Bijni Federation Of Veterans Association, had the privilege of celebrating this significant day with great pride and fervor. The event was graced by the presence of the Hon’ble MCLA of Bodoland Territorial Region (BTR), Pradip Kumar Bayan, who had the honor of unfurling the National Flag. Adding to the solemnity of the occasion, Retd. Hon/Capt. Haren Chandra Das, the esteemed Zila Sainik Welfare Officer of Bongaigaon, also joined the celebration, lending his valuable presence to the event. The day was marked by patriotic zeal, bringing together individuals to pay tribute to the sacrifices and spirit that define our Republic.

আজি ৫/১/২০২৫ ইং তাৰিখ ৰবি বাৰ ৰাতিপুৱা ১০ বজাত Bijni Federation of Veterans Association ৰ এখন সাধাৰণ সভা  নিজা অফিচ প্ৰা...
06/01/2025

আজি ৫/১/২০২৫ ইং তাৰিখ ৰবি বাৰ ৰাতিপুৱা ১০ বজাত Bijni Federation of Veterans Association ৰ এখন সাধাৰণ সভা নিজা অফিচ প্ৰাংগনত অনুষ্ঠিত হয় সভাত উপস্থিত থাকে বঙাইগাঁও জিলা সৈনিক welfare Officer হৰেন দাস ডাঙৰীয়া । সভাত উপস্থিত থাকে ২০০ ৰ অধিক সদস্য আৰু সদস্যা লগতে লৰা ছোৱালী বোৰ ।সভাত সৈনিকৰ welfare ৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হয় । লগতে আগন্তুক হবলগীয়া ৰেলী আৰু প্ৰতিষ্ঠা দিৱস সম্পৰ্কে আলোচনা কৰা হয়।

যোৱা কালি ২৯/৯/২০২৪ ইং তাৰিখ ৰবিবাৰে ৰাতিপুৱা ১১ বজাত চেণ্ট্ৰেল সৈনিক welfare আৰু director sainik welfare office Guwahti...
30/09/2024

যোৱা কালি ২৯/৯/২০২৪ ইং তাৰিখ ৰবিবাৰে ৰাতিপুৱা ১১ বজাত চেণ্ট্ৰেল সৈনিক welfare আৰু director sainik welfare office Guwahti ৰ নিৰ্দেশ মৰ্মে স্বাচ্ছ ভাৰত অভিযান ৰ অধীনত Swachhata Hi Seva আমাৰ ফেডাৰেচন ৰ কৰ্মকৰ্তা একত্ৰিত হৈ আমাৰ ফেডাৰেচন ৰ অফিচ এলেকাত চাফাই অভিযান চলোৱা হয়। উক্ত অনুষ্ঠান ত উপস্থিত থাকে মাননীয় সৈনিক বোৰ্ড ৰ অফিচাৰ হৰেন দাস ডাঙৰীয়া । লগতে যোৱাকালি মাননীয় হৰেন দাস ডাঙৰীয়া আমাৰ ফেডাৰেচন ৰ এজন সক্ৰিয় সদস্য ৰূপে অন্তৰ্ভূক্ত হয় ।আমি আৰু জনাব বিছাৰিছো যে অহা ২/১০/২০২৪ ইং তাৰিখ বিজনী লক্ষ্মী মন্দিৰত চাফাই মিত্ৰাছ ৰ অধীনত ছাফাই কাম কৰাৰ সিদ্ধান্ত লোৱা হৈছে । উক্ত অনুষ্ঠান ত সকলোৰে উপস্থিত কামনা কৰা হল।

আজি Bijni Federation of Veterans association r সদস্য বৃন্দ একত্ৰিত হৈ ৭৮ তম স্বাধীনতা দিৱস পালন কৰে। লগতে গছ পুলি ৰোপন ক...
15/08/2024

আজি Bijni Federation of Veterans association r সদস্য বৃন্দ একত্ৰিত হৈ ৭৮ তম স্বাধীনতা দিৱস পালন কৰে। লগতে গছ পুলি ৰোপন কৰা কাৰ্য্য অনুষ্ঠিত কৰা হয় ।

আজি ৭/৪/২০২৪ ইং তাৰিখ ৰবিবাৰে ৰাতিপুৱা ১০.০০ বজাত  Bijni Federation of Veterans Association  সাধাৰণ সভা অনুস্থিত কৰা হয়...
07/04/2024

আজি ৭/৪/২০২৪ ইং তাৰিখ ৰবিবাৰে ৰাতিপুৱা ১০.০০ বজাত Bijni Federation of Veterans Association সাধাৰণ সভা অনুস্থিত কৰা হয়। উক্ত সভাত বিজনী মহকুমা বিভিন্ন প্ৰান্তৰ পৰা অৱসৰ প্ৰাপ্ত সৈনিক লগতে সৈনিক ৰ পত্নী সহ প্ৰায়ে ২০০ ৰো অধিক লোক সভাত উপস্থিত থাকে।লগতে আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বঙাইগাঁও জিলাৰ সৈনিক ওয়েল ফেয়েৰ অফিচ ৰ অফিচাৰ মাননীয় শ্ৰী যুত হৰেন চন্দ্ৰ দাস ডাঙৰীয়া ।সভাত সভপতিত্ব কৰে মাননীয় শ্ৰী য়ুত আদিত্য কুমাৰ ৰায়। সভাৰ উদেশ্য আৰু হিচাপ নিকাছ ৰ প্ৰতিবেদন বাখ্যা কৰে মাননীয় সম্পাদক শ্ৰী সৰ্বানন্দ ৰায় ডাঙৰীয়া। Association r কামৰ অগ্ৰ গণিৰ সকলো কাৰ্যাৱলীৰ বিতং বিৱৰণ ৰ প্ৰতিবেদন বাখ্যা কৰে মাননীয় সাধাৰণ সম্পাদক শ্ৰী থিৰেণ চন্দ্ৰ ৰায়। মুখ্য অতিথি ডাঙৰীয়াই সৈনিক ৰ লগতে সৈনিকৰ পত্নী ৰ বিভিন্ন সমস্যা ৰ শুধৰণী ৰ ওপৰত বিতং ভাবে বুজাই দিয়ে। মাননীয় উপ সভাপতি শ্ৰী প্ৰানেশ্বৰ নাৰ্জ ৰি ডাঙৰীয়াই বড়ো ভাষা ৰেও গোটেই মিটিং ৰ আলোচনা বজাই দিয়ে ।

আজি ৭/৩/২০২৪ ইং তাৰিখ বৃহ্পতিবাৰে ৰাতি পুৱা ১১ বজাত ঐতিহাসিক থান ভেটাগাওঁ বুঢ়ী থকুৰানি থানত  Bijni Federation of Vetera...
07/03/2024

আজি ৭/৩/২০২৪ ইং তাৰিখ বৃহ্পতিবাৰে ৰাতি পুৱা ১১ বজাত ঐতিহাসিক থান ভেটাগাওঁ বুঢ়ী থকুৰানি থানত Bijni Federation of Veterans Association (ex-army) এখন সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ২০ নং বিজনী বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী অজয় কুমাৰ ৰায় ডাঙৰীয়া । সভাত উপস্থিত থাকে বিজনীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমাজ সেৱক লগ সকল ।লগতে বিজনীৰ এক্স আৰ্মী সদস্য বৃন্দ । সভাত বিজনীৰ দেওকুৰা নদীৰ পাৰত এখন আটক ধুনীয়া উদ্যান (পাৰ্ক) নিৰ্মাণ কৰাৰ ওপৰত আলোচনা কৰা হয় ।

আজি ২/২/২৪ ইং তাৰিখ শুক্ৰ বাৰে ৰাতিপুৱা ১১ বজাত বঙাইগাঁও সৈনিক welfare office and Bijni Federation of veterans Associati...
02/02/2024

আজি ২/২/২৪ ইং তাৰিখ শুক্ৰ বাৰে ৰাতিপুৱা ১১ বজাত বঙাইগাঁও সৈনিক welfare office and Bijni Federation of veterans Association ৰ সহযোগত বিজনী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ প্ৰাংগণত সৈনিক কল্যাণ হেতু সজাগতা মূলক সভা অনুষ্ঠিত কৰা হয় ।সভাত উপস্থিত থাকে বঙাইগাঁও সৈনিক কল্যাণ অফিচ ৰ পৰা অফিচাৰ লগতে ষ্টাফ বৃন্দ । উপস্থিত থাকে মাননীয় ৩৩ নং বিজনী বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী অজয় কুমাৰ ৰায় ডাঙৰীয়া, পৰিষ দী য় সদস্য বি টি আৰ মাননীয় প্ৰদীপ কুমাৰ বায়ন ডাঙৰীয়া, বিজনী চহৰৰ পৌৰপতি মাননীয় গুনেশ্বৰ গয়া ৰী ডাঙৰীয়া, উপস্থিত থাকে বীৰ নাৰী শ্ৰী মতি কিৰণ বালা ৰায় আৰু শ্ৰী মতি ইলা বতি বসুমতাৰী ডাঙৰীয়া নী । আৰু মদন ৰায় ডাঙৰীয়া। সভাত বিভিন্ন প্ৰান্তৰ অৱসৰ প্ৰাপ্ত সৈনিক আহি সভা খন সাফল্য মন্দিত কৰে । সভাত বঙাইগাঁও সৈনিক কল্যাণ অফিচ ৰ অফিচাৰ মহোদ যে ৰাইজক সৈনিক কল্যাণ আঁচনি বোৰ বিতং ভাবে বুজাই দিয়ে । বিধায়ক ডাঙৰীয়া, এম চি এল ডাঙৰীয়া, আৰু পৌৰপতি ডাঙৰীয়া ই ৰাইজক বহুত অশ্ছাহৰ ভাষণ ডাঙি ধৰি আনন্দিত কৰে ।

সমূহ ৰাইজলৈ সামৰিক অভিনন্দন জনালো। আজি ১৩/১/২৪ ইং তাৰিখ গাঁও কাঁচদহা, বিজনী,চিৰাং জিলাৰ নিবাসী শ্ৰী মতী লীলা বসুমতাৰী য়ে...
13/01/2024

সমূহ ৰাইজলৈ সামৰিক অভিনন্দন জনালো। আজি ১৩/১/২৪ ইং তাৰিখ গাঁও কাঁচদহা, বিজনী,চিৰাং জিলাৰ নিবাসী শ্ৰী মতী লীলা বসুমতাৰী য়ে তাইৰ স্বামী অৱসৰ প্ৰাপ্ত সৈনিক চুবেদাৰ মেজৰ অনাৰী কেপ্টেইন আনন্দ বড়ো সোঁৱৰণী ত এখন ভলিবল প্ৰতিযোগিতা ৰ আয়োজন কৰে । উক্ত অনুষ্ঠানৰ উদ্বোধনী ত উপস্থিত থাকে বঙাইগাঁও জিলা সৈনিক ৱেলফেয়াৰ অফিচাৰ শ্ৰী হৰেন চন্দ্ৰ দাস ডাঙৰীয়া লগতে উপস্থিত থাকে Bijni Federation Of Veterans Association ফালৰ পৰা সভাপতি শ্ৰী আদিত্য কুমাৰ ৰায় ,উপ সভাপতি শ্ৰী সূৰ্য কান্ত ৰায় , সাধাৰণ সম্পাদক শ্ৰী থীৰেন চন্দ্ৰ ৰায়, সম্পাদক শ্ৰী সৰ্বানন্দ ৰায় আৰু লেখক নিৰীক্ষণ শ্ৰী প্ৰদীপ কুমাৰ বসুমতাৰী আৰু বহুতো ।লগতে মৃতকৰ পৰিয়ালৰ লগত এটি প্ৰীতি ভোজৰ আযোজন থাকে ।

Address

Bijni Town, Chirang
Bijni
783390

Website

Alerts

Be the first to know and let us send you an email when Bijni Federation Of Veterans Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share