কলবাৰী ৰামধেনু সংঘ, কলবাৰী

  • Home
  • India
  • Bijni
  • কলবাৰী ৰামধেনু সংঘ, কলবাৰী

কলবাৰী ৰামধেনু সংঘ, কলবাৰী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from কলবাৰী ৰামধেনু সংঘ, কলবাৰী, Community Organization, Kalbari (*Boupara), Bijni.

কলবাৰী ৰামধেনু সংঘ (স্থাপিত: ১৮-০৩-১৯৮৭)
অঞ্চলটোৰ এক অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান।
✨ মূলমন্ত্ৰ: একতা, সেৱা আৰু সংস্কৃতি।
🎯 লক্ষ্য: একতাৰে আগুৱাম, সেৱাৰে গঢ়িম, সংস্কৃতিৰে জীয়াই ৰাখিম।
আমাৰ প্ৰয়াস: গাঁওৰ সৰ্বাংগীণ উন্নতি আৰু নিঃস্বাৰ্থ সমাজ সেৱা। 🤝

27/04/2026

🌿🌿🌿কলবাৰী ৰামধেনু সংঘৰ সৌজন্যত আয়োজিত ৩৯ তম ৰঙালী বিহু উদ্‌যাপন এটি মূহুৰ্ত সাঁচি ৰাখিলোঁ।🌿🌿🌿🌿

“কাৰ পৰশ, কাৰ সুবাস আৰু কাৰ উশাহ      জীয়াই থাকিবলৈ লাগে আমাক...”🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂
27/04/2026

“কাৰ পৰশ, কাৰ সুবাস আৰু কাৰ উশাহ
জীয়াই থাকিবলৈ লাগে আমাক...”
🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂

27/04/2026

🌿🌿🌿হৈ যোৱা কলবাৰী ৰামধেনু সংঘৰ সৌজন্যত আয়োজিত ৩৯ তম ৰঙালী বিহু উদ্‌যাপনৰ মুকলি বিহুৰ এটি মূহুৰ্ত।

🪔🪔🪔 🌼🪔🪔🪔                            শ্ৰদ্ধাঞ্জলিমৃত্যু এক অমোঘ সত্য, কিন্তু কিছুমান বিয়োগ অসহ্যকৰ।কলবাৰী ৰামধেনু সংঘৰ স...
27/04/2026

🪔🪔🪔 🌼🪔🪔🪔
শ্ৰদ্ধাঞ্জলি
মৃত্যু এক অমোঘ সত্য, কিন্তু কিছুমান বিয়োগ অসহ্যকৰ।

কলবাৰী ৰামধেনু সংঘৰ সৌজন্যত আয়োজিত ৩৯ তম ৰঙালী বিহু উদ্‌যাপন সমিতিৰ তৰফৰ পৰা সদ্য প্ৰয়াত ভাস্কৰজোতি বিহু হুঁচৰি দলৰ মূল বিহুৱতী তথা ‘নাগাৰা নাম’ৰ পাঠিকা নিশা মণি হালৈলৈ আমাৰ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
তেখেতৰ এই অকাল বিয়োগে আমাক গভীৰভাৱে শোকাহত কৰিছে। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
🪔 🪔🪔

🌿🌿🌿কলবাৰী ৰামধেনু সংঘ আৰু জোনবাই বিহুৱা দলৰ তৰফৰ পৰা সমূহ ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু হেঁপাহৰ ৰঙালী বিহু...
14/04/2026

🌿🌿🌿কলবাৰী ৰামধেনু সংঘ আৰু জোনবাই বিহুৱা দলৰ তৰফৰ পৰা সমূহ ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু হেঁপাহৰ ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ।🌿🌿🌿
ঢোলৰ গুমগুমণি আৰু পেঁপাৰ লহৰত আপোনালোকৰ জীৱন আনন্দময় হৈ উঠক। নতুন বছৰে কঢ়িয়াই আনক শান্তি আৰু সমৃদ্ধিৰ বতৰা।🌿🌿🌿

জয়তু ৰামধেনু সংঘ🌿🌿
জয় আই অসম 🌿🌿🌿

সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিলোঁ।🙏
12/04/2026

সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিলোঁ।🙏

Address

Kalbari (*Boupara)
Bijni
783391

Website

Alerts

Be the first to know and let us send you an email when কলবাৰী ৰামধেনু সংঘ, কলবাৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share