19/04/2026
বিজনী বাসী ৰাইজক জনোৱা হয় যে আজি অনুষ্ঠিত হ'বলগীয়া নৱম আৰু দশম শ্ৰেণীৰ বিনামূলীয়া পাঠদানৰ বাচনি পৰীক্ষা বিষেশ কাৰণত বাতিল কৰা হৈছে।
এই পৰীক্ষাটো আগন্তুক ৰবিবাৰ ২৬ এপ্ৰিল তাৰিখে ৰাতিপুৱা ১০বজাত আমাৰ বাসন্তী কালিবাৰী স্থিত মূখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হ'ব।।
ৰাইজলৈ আহ্বান জনাইছোঁ ছাত্ৰ-ছাত্ৰীক এই পৰীক্ষাৰ বিষয়ে অৱগত কৰি উপকৃত কৰে যেন।
ধন্যবাদ
,NGO
, ASSAM