ABVP Barpeta Unit

ABVP Barpeta Unit knowledge character unity

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্ৰদেশৰাজ্যিক সদস্যতা কৰ্মশালা - ক্রমাংক ৩হৰদত্ত বীৰদত্ত ভবন, ৰঙিয়া📍১৭ জুলাই
18/07/2025

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্ৰদেশ
ৰাজ্যিক সদস্যতা কৰ্মশালা - ক্রমাংক ৩
হৰদত্ত বীৰদত্ত ভবন, ৰঙিয়া📍
১৭ জুলাই

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ A.B.V.P. ১৯৪৮ চনৰ ৯ জুলাই তাৰিখে জ্ঞান,চৰিত্ৰ আৰু একতা এই তিনিটা মূল মন্ত্ৰ লৈ গঢ়ি উঠা আজ...
09/07/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ A.B.V.P. ১৯৪৮ চনৰ ৯ জুলাই তাৰিখে জ্ঞান,চৰিত্ৰ আৰু একতা এই তিনিটা মূল মন্ত্ৰ লৈ গঢ়ি উঠা আজি বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনৰ ৰূপ লৈছে সেই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে বৰপেটা নগৰ শাখাত ৰাতিপুৱা পতকা উত্তোলন কৰা হয় লগতে বৃক্ষ ৰোপন আৰু এখনি বৈঠক অনুষ্ঠিত কৰা হয়

ছাত্ৰ শক্তি।।
ৰাষ্ট্ৰ শক্তি।।

ভাৰত মাতা কি জয়।।

ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰপেটা বিভাগৰ নৱ নিৰ্বাচিত বিভাগ সংযোজক ৰাকেশ ৰোশন দাস লৈ আৰু বৰপেটা জিলাৰ নৱ নিৰ্বাচিত জ...
04/07/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰপেটা বিভাগৰ নৱ নিৰ্বাচিত বিভাগ সংযোজক ৰাকেশ ৰোশন দাস লৈ আৰু বৰপেটা জিলাৰ নৱ নিৰ্বাচিত জিলা সংযোজক মৃন্ময় দাস লৈ আন্তৰিক অভিনন্দ আৰু শুভ কামনা জনালোঁ



ABVP Assam

27/06/2025

ৰাজ্যিক প্ৰশিক্ষণ শিবিৰৰ প্ৰস্তুতি ………বৰপেটাৰোড---

25/06/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ। ৰাজ্যিক প্ৰশিক্ষণ শিবিৰৰ প্ৰস্তুতি


ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ অনুস্থিত হব। অহা ৩০ জুন ১,২ আৰু ৩ জুলাই স্থান :- শঙ্কৰদেৱ শিশু বি...
25/06/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ অনুস্থিত হব। অহা ৩০ জুন ১,২ আৰু ৩ জুলাই
স্থান :- শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন , বৰপেটা ৰোড

কাশ্মীৰৰ পেহালগামত জাতীয় সুৰক্ষাৰ ওপৰত আঘাত সানি সন্ত্ৰাসবাদীয়ে কৰা নশৃংস হত্যাৰ বিৰোধিতাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ...
25/04/2025

কাশ্মীৰৰ পেহালগামত জাতীয় সুৰক্ষাৰ ওপৰত আঘাত সানি সন্ত্ৰাসবাদীয়ে কৰা নশৃংস হত্যাৰ বিৰোধিতাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা নগৰ শাখাৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী আৰু লগতে মৃতকক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয় ।



এবিভিপি বৰপেটা জিলাৰ উদ্যোগত অনুষ্ঠিত জিলা ভিত্তিত "মহাবীৰ লাচিত কাপ"ৰ সামৰণি  অনুষ্ঠানৰ দৃশ্যাংশ!
02/02/2025

এবিভিপি বৰপেটা জিলাৰ উদ্যোগত অনুষ্ঠিত জিলা ভিত্তিত "মহাবীৰ লাচিত কাপ"ৰ সামৰণি অনুষ্ঠানৰ দৃশ্যাংশ!


02/02/2025

Address

Barpeta

Alerts

Be the first to know and let us send you an email when ABVP Barpeta Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share