শৈক্ষিক উত্তৰণ ন্যাস

শৈক্ষিক উত্তৰণ ন্যাস This is a non profitable organisation to uplift the society with true value of education

বহৰিৰ মথাউৰিৰ গাতে লাগি থকা এল. কে. উচ্চ মাধ্যমিক বিদ্যালয়ত আজি আমাৰ ন্যাসৰ সদস্য সকলে মিলিত হৈ এক সজাগতা সভা অনুষ্ঠিত ক...
30/09/2025

বহৰিৰ মথাউৰিৰ গাতে লাগি থকা এল. কে. উচ্চ মাধ্যমিক বিদ্যালয়ত আজি আমাৰ ন্যাসৰ সদস্য সকলে মিলিত হৈ এক সজাগতা সভা অনুষ্ঠিত কৰে । আজিৰ সভাৰ বিষয় বস্তু আছিল -- " শিক্ষাৰ্থী পৰিচালনাত অভিভাৱকৰ ভূমিকা "
দিনাংকঃ ৩০ ছেপ্তেম্বৰ , ২০২৫ খ্ৰীষ্টাব্দ ।

আমাৰ ন্যাসৰ তৰফৰ পৰা সকলোৰে হিয়াৰ আমঠু,আমাৰ  প্ৰিয় শিল্পী জুবিন গাৰ্গ দেৱলৈ গধূৰ হৃদয় আৰু অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি...
20/09/2025

আমাৰ ন্যাসৰ তৰফৰ পৰা সকলোৰে হিয়াৰ আমঠু,আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ দেৱলৈ গধূৰ হৃদয় আৰু অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।
স্থানঃ বহৰি বজাৰ
দিনাংকঃ ২০ছেপ্তেম্বৰ,২০২৫ খ্ৰীষ্টাব্দ

সংগীত জগতৰ ভগৱান, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, আমাৰ নয়নৰ মনি সন্মানীয় জুবিন গাৰ্গ লৈ "শ্ৰদ্ধাঞ্জলি অৰ্পণ" অনুষ্ঠান আজি গধূলি...
20/09/2025

সংগীত জগতৰ ভগৱান, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, আমাৰ নয়নৰ মনি সন্মানীয় জুবিন গাৰ্গ লৈ "শ্ৰদ্ধাঞ্জলি অৰ্পণ" অনুষ্ঠান আজি গধূলি ৬ বজাত বহৰি বজাৰত অনুষ্ঠিত কৰা হ'ব। গতিকে উক্ত "শ্ৰদ্ধাঞ্জলি অৰ্পণ" অনুষ্ঠানত আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ।

য'তে ইচ্ছা ত'তে বাট।মোৰ ওচৰ চুবুৰীয়া এই আটাইকেইজন শিক্ষাৰ্থী বৰ্তমান কলা আৰু বিজ্ঞান শাখাত অধ্যয়নৰত।কোনোবাৰ সপোন ভাৰতীয় ...
06/08/2025

য'তে ইচ্ছা ত'তে বাট।মোৰ ওচৰ চুবুৰীয়া এই আটাইকেইজন
শিক্ষাৰ্থী বৰ্তমান কলা আৰু বিজ্ঞান শাখাত অধ্যয়নৰত।কোনোবাৰ সপোন ভাৰতীয় সেনা হোৱাৰ,কোনোবাৰ ৰেলৱেত চাকৰি কৰাৰ আৰু কোনোবাৰ প্ৰফেচৰ হোৱাৰ।প্ৰায় এঘণ্টা সময় তেওঁলোকক কেৰিয়াৰ সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই সঁচাকৈ বহুত ভাল লাগিল।আমাৰ সংকল্প - প্ৰতি গৰাকী শিক্ষাৰ্থীক ঢুকি পোৱা।

30/07/2025

Appreciable

সংবিধান প্ৰস্তুতকৰণৰ কাম চলি আছে।আগন্তুক দিনত পূৰ্ণ উদ্যোমেৰে শিক্ষাৰ্থী সমাজক জাগ্ৰত কৰা হ'ব।
30/07/2025

সংবিধান প্ৰস্তুতকৰণৰ কাম চলি আছে।আগন্তুক দিনত পূৰ্ণ উদ্যোমেৰে শিক্ষাৰ্থী সমাজক জাগ্ৰত কৰা হ'ব।

আজি ২৬ জুলাই,২০২৫ খ্ৰীষ্টাব্দ শনিবাৰে সন্ধিয়া শৈক্ষিক উত্তৰণ ন্যাস,হৰিপুৰ,বহৰি ৰ তৰফৰ পৰা NEET পৰীক্ষা,২০২৫ ত উত্তীৰ্ণ হ...
26/07/2025

আজি ২৬ জুলাই,২০২৫ খ্ৰীষ্টাব্দ শনিবাৰে সন্ধিয়া শৈক্ষিক উত্তৰণ ন্যাস,হৰিপুৰ,বহৰি ৰ তৰফৰ পৰা NEET পৰীক্ষা,২০২৫ ত উত্তীৰ্ণ হোৱা বহৰি আৰু হৰিপুৰৰ দুগৰাকী শিক্ষাৰ্থী ক্ৰমে জুনাইদ আৰু তাৰিফ ক সম্বৰ্ধনা জনোৱা হয়।লগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ দুগৰাকী শিক্ষাৰ্থীক বিভিন্ন পৰামৰ্শ,উপদেশ আগবঢ়োৱা হয় আৰু কেৰিয়াৰ সম্পৰ্কে কিছু সজাগ কৰিবলৈ যত্ন কৰা হয়।আমি এক "জাগৰণ যাত্ৰা" আৰম্ভ কৰিলো।সুৰ শলাকাত যেনেদৰে এবাৰ টুকুৰিয়াই দিলে বহু সময় জুৰি কম্পনাংক বিৰাজমান হৈ থাকে ঠিক তেনেদৰে আমাৰ এই "জাগৰণ যাত্ৰা" প্ৰতিগৰাকী শিক্ষাৰ্থীক ঢুকি নোপোৱালৈকে অব্যাহত থাকিব।

অলপতে হৈ যোৱা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক তেওঁলোকৰ মেধা আ...
06/04/2025

অলপতে হৈ যোৱা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক তেওঁলোকৰ মেধা আৰু অভিৰুচি অনুযায়ী আগন্তুক দিনত সঠিক পথ প্ৰদৰ্শন কৰাৰ বাবে ' শৈক্ষিক উত্তৰণ ন্যাস' ( হৰিপুৰ, বহৰি ) য়ে চিন্তা চৰ্চা চলাই আছে ।

আজি ২৫/১০/২০২৪ খ্ৰীঃ শুক্ৰবাৰে আমাৰ ন্যাসৰ সভাপতি আৰু সতীৰ্থ সকলে সন্মানীয় বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াৰ পৰামৰ্শ আৰু স...
25/10/2024

আজি ২৫/১০/২০২৪ খ্ৰীঃ শুক্ৰবাৰে আমাৰ ন্যাসৰ সভাপতি আৰু সতীৰ্থ সকলে সন্মানীয় বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াৰ পৰামৰ্শ আৰু সহায় সহযোগ বিচাৰি এক সৌজন্যমূলক বৈঠকত মিলিত হয়।

16/10/2024

Address

Haripur ( Bahari ), Barpeta ( Assam )
Barpeta
781302

Website

Alerts

Be the first to know and let us send you an email when শৈক্ষিক উত্তৰণ ন্যাস posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share