Gajia yubak samaj

Gajia yubak samaj সভাপতি - বিদ্যুৎ তালুকদাৰ
সম্পাদক - মিঠুন তালুকদাৰ
গজিয়া যুৱক সমাজ
স্থাপিত : ১৯৬৫

12/07/2026

নমস্কাৰ ,

আমাৰ গজিয়া সত্ৰখন তাহানিৰ ১৮৯৭ চনৰ বৰভূইকপৰ পিছত সত্ৰ কণৰাৰ পৰা আহি আমাৰ পূৰ্ব-পুৰুষ সকলে আমাৰ গজিয়া সত্ৰ তথা গাওঁ স্হাপন কৰিছিলে আৰু সেই সত্ৰ কণৰাৰ সত্ৰৰ ৰীতি-নীতিৰে আজিও আমাৰ গজিয়া সত্ৰখন চলি আহিছে আৰু এই সত্ৰখন তথা গাওঁখন পৰিচালিনা কৰি আহিছে গজিয়া সত্ৰ উন্নয়ন সমিতিয়ে আৰু গজিয়া সত্ৰ উন্নয়ন সমিতিৰ প্ৰতিজন সদস্যকে আমি প্ৰণিপাত জনাইছো আৰু দীৰ্ঘায়ু কামনা কৰিছো ।

কিন্তু আজি বিগত কেইবছৰমান ধৰি গজিয়া সত্ৰ উন্নয়ন সমিতিয়ে আমাৰ গজিয়া সত্ৰ তথা গজিয়া গাওঁখনৰ পৰিচালনাৰ ক্ষেত্ৰত ফালৰি কটা যেন আমি অনুভৱ কৰিছো । আজি কিমান দিন ধৰি নিৰ্মিয়মান অৱস্হাত থকা পানীৰ টেকিং, প্ৰসাৱগাৰ লগতে নামঘৰৰ চৌহদৰ ওখ ওখ ঘাহ-বন, নামঘৰৰ দালানৰ সম্মুখভাগৰ এক অৰণ্য সদৃশ পৰিবেশ, উপযুক্ত পোহৰৰ অভাৱ, লগতে পূৰ্ব-পুৰুষৰ পৰা চলি অহা নামঘৰীয়া সংস্কৃতি যনে - গায়ন-বায়ন, থিয়নাম,ভাগৱত পাথ আদি আৰু লগতে পৰম্পৰাগতভাৱে চলি অহা লাৰু নাম ইত্যাদি আৰু লগতে গাওখনৰ বিভিন্ন সমস্যা যেনে - ৰাস্তাৰ লাইটৰ সংযোগ নথকা, সাহিত্য ভৱনৰ জৰাজিৰ্ন অৱস্হা, ৰাজহুৱা শ্মখানৰ অৰণ্য সদৃশ পৰিবেশ, বিলৰ মাছ মৰাৰ ওপৰত নিদিয়া, দক্ষিন হাতি সংযোগি ৰাস্তা, বটৰ তল সংযোগি ৰাস্তা ইত্যাদি বিভিন্ন সমস্যা সমূহৰ পৰা সম্পূৰ্ণভাৱে ফালৰি কাটি থকা যেন আমি অনুভৱ কৰিছো ।

আমি গজিয়া যুৱক সমাজ আৰু গজিয়াবাসী ৰাইজ হিচাপে আপোনালোকক সুধিব বিচাৰিছো, আপোনালোকে এতিয়া গাওঁ আৰু সত্ৰখন পৰিচালনা কৰা এৰি দিলে নেকি ? সত্ৰ উন্নয়ন সমিতিৰ সদস্যসকলে এতিয়া চকুত কাপোৰ বান্ধি বসবাস কৰে নেকি ? সত্ৰ উন্নয়ন সমিতিৰ বাৰ্ষিক আয়-ব্যয়ৰ হিচাপ ৪-৫ ৰ পৰা নিদিয়াৰ ৰহস্যৰ কাৰণ ? গাও সভাৰ আয়োজন নকৰাৰ কাৰণ ?

যদি আপোনালোকে সত্ৰখন আৰু গাওঁখন পৰিচালনা কৰিব নোৱাৰে আপোনালোকৰ সমিতিখনক পদত্যাগ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনালো ।

ইতি
গজিয়া যুৱক সমাজ

বৰ্ণিল বসন্ত অনুষ্ঠানত অংশগ্ৰহন কৰা গজিয়াৰ হোলী দল
01/03/2026

বৰ্ণিল বসন্ত অনুষ্ঠানত অংশগ্ৰহন কৰা গজিয়াৰ হোলী দল

গজিয়া গাও ষ্হাপনৰ পৰা আজি লৈকে সাক্ষী হৈ থকা একমাত্ৰ গছজোপা
09/01/2026

গজিয়া গাও ষ্হাপনৰ পৰা আজি লৈকে সাক্ষী হৈ থকা একমাত্ৰ গছজোপা

08/01/2026
08/01/2026
চিত্ৰাংকন প্ৰতিযোগিতা
06/01/2026

চিত্ৰাংকন প্ৰতিযোগিতা

পুহৰ সভাৰ আৰম্ভনি
06/01/2026

পুহৰ সভাৰ আৰম্ভনি

03/01/2026

सामने সভা ।

আহিব , আহিবা , আহিবি ।
03/01/2026

আহিব , আহিবা , আহিবি ।

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when Gajia yubak samaj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share