25/06/2025
সত্ৰকণৰা ৪ নং বৰদলনীৰ বিশিষ্ট সমাজ সেৱক #আফছাৰ_আলী আজি আবেলি ৩:৩০ বজাত মৃত্যুবৰণ কৰে!
তেখেতৰ কাৰণে সকলোৱে দুৱা কৰিব যাতে আল্লাহ তা-আলাই তেওঁক বেহেস্ত নচিব কৰে।🤲
আজি সন্ধিয়া ৭:০০ বজাত জানাজাৰ নামাজ আদায় কৰা হব...( সত্ৰকণৰা হাইস্কুলত)