03/10/2024
আজি 2/10/2024 তাৰিখে বৰপেটা জিলা কেৰম সন্থা দ্বাৰা এখনি কাৰ্য্যবাঁহী সভা অনুষ্ঠিত কৰা হয় l এই সভাৰ জৰিয়তে জিলা কেৰম সন্থা তৰফাৰ পৰা সদ্য সমাপ্ত জুনিয়ৰ শাখাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেৰম্ প্ৰতিযোগিতা খন সৰ্বভাৰতীয় কেৰম ফেডাৰেচনৰ উদ্যোগত মধ্য প্ৰদেশৰ গুৱালিয়ৰ জিলা অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত অসম দলৰ হৈ অংশগ্ৰহণ কৰা বৰপেটা চহৰৰ ভকতপাৰা বাঢ়িহাতী নিবাসী শ্ৰী মতিলাল পাঠকৰ কনিষ্ঠ সন্তান শ্ৰী চন্দন পাঠকে অংশগ্ৰহন কৰি বৰপেটা বাখী ৰাইজৰ বাৱে গৌৰৱ কঢ়িয়াই আনে l অমি কেৰম সন্থা তৰফৰ পৰা তেখেতক সম্বৰ্থনা পত্ৰ প্ৰদান কৰা হয় l
এই ক্ষেত্ৰত অসম কেৰম সন্থাৰ সন্মানীয় সভাপতি শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই, বৰপেটা জিলা কেৰম সন্থাৰ লগতে খেলুৱৈ সকলৰ উন্নয়নৰ হকে যি প্ৰচেষ্টা হাতত লৈ আহিছে ই সঁচাকৈ গৌৰৱৰ বিষয় lllllllllllll