Barpeta District ASSP

Barpeta District ASSP Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Barpeta District ASSP, Nonprofit Organization, Barpeta.

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ কৰা  সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত  সহকাৰী সাধ...
28/11/2022

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ কৰা সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক খন্দকাৰ ৰাকিবুল ইছলাম ডাঙৰীয়াক বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা অতি আনন্দৰে আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালো।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নৱনিৰ্বাচিত সভাপতি মোকাদ্দেছ আলী মন্ডল চাহাবৰ  লগতে  কাৰ্যকৰী সভাপতি ছেকান্দৰ আলী আহমেদ সাধ...
27/11/2022

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নৱনিৰ্বাচিত সভাপতি মোকাদ্দেছ আলী মন্ডল চাহাবৰ লগতে কাৰ্যকৰী সভাপতি ছেকান্দৰ আলী আহমেদ সাধাৰণ সম্পাদকদ্বয় মোৱাজ্জেম হুছেইন আৰু মোজ্জামেল হুছেইন ডাঙৰীয়াসহ সমূহ বিষয়ববীয়ালৈ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালো।

Address

Barpeta

Alerts

Be the first to know and let us send you an email when Barpeta District ASSP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share