11/08/2026
কাজিয়ামাটি গাঁৱৰ উদীয়মান যুৱক ইব্ৰাহিম আলী আৰু জাকাৰিয়া আহমেদ দুজনে কিছু ফল-মূল আৰু খাদ্য সামগ্ৰী লৈ GBS ৰ বৃদ্ধ সকলৰ মাজত বিতৰণ কৰি দিয়ে দুয়োজনকে নিবিড় বয়োজ্যেষ্ঠৰ আশ্ৰমৰ ফালৰ পৰা হিয়া উজাৰি আশীৰ্বাদ ও ধন্যবাদ জ্ঞাপন কৰি দুয়োকে সম্বৰ্ধনা জ্ঞাপন কৰোঁ।