Katajhar Pather Ancholic Crida Sangha

Katajhar Pather Ancholic Crida Sangha আমাৰ ক্ৰীড়া সংঘৰ উদ্দেশ্য আৰু লক্ষ্য হল আমি সমাজত যুৱ প্ৰজন্মৰ মাজত খেল- ধেমালি প্ৰতি উৎসাহ আগবঢোৱা।

10/02/2025

বিশেষ বাৰ্তা.........
আগন্তুক 2025 বৰ্ষত হবলগীয়া হাই স্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰ - ছাত্ৰী লৈ কাটাঝাৰ পাথাৰ আঞ্চলিক ক্রীড়া সংঘৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ।
শিক্ষাই জ্ঞান.....
জ্ঞানেই শক্তি......
জয় আই অসম
জয় আই অসম
জয় আই অসম।
Best of luck 🤞 All Of You .......

কাটাঝাৰ পাথাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত টিকেন্দ্ৰ মোহন সৰকাৰ আৰু মৰমী অটো মোবাইলচ'ৰ পৃষ্ঠপোষকতাত প্ৰাইজমানী ভলীবল প্ৰত...
15/12/2024

কাটাঝাৰ পাথাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত টিকেন্দ্ৰ মোহন সৰকাৰ আৰু মৰমী অটো মোবাইলচ'ৰ পৃষ্ঠপোষকতাত প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা অহা ১৮ ডিচেম্বৰ ২০২৪ ইং তাৰিখ বুধবাৰ আবেলি ৪.০০ বজাত অনুষ্ঠিত হ'ব।

04/11/2024
কাটাঝাৰ পাথাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ তৰফৰ পৰা বি.এছ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত জয়লাভ কৰা জয়...
31/10/2024

কাটাঝাৰ পাথাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ তৰফৰ পৰা বি.এছ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত জয়লাভ কৰা জয়নাল হকক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কাটাঝাৰ পাথাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি ছুলতান মাহমুদ আৰু তেওঁৰ সৈতে উপস্থিত থাকে উপঃসভাপতি জিতুল হুছেইন সাধাৰণ সম্পাদক মোবাৰক আলী, খেল সম্পাদক মাইনদ্দিন সাংস্কৃতিক সম্পাদক নায়েব আলী, ধনভঁৰালী জহিৰুল শেখ, জেষ্ঠ সদস্য ইচহাক আলী, জাহিদুল মণ্ডল, জামাল উদ্দিন, গুলদাৰ মণ্ডল আদি কৰি ক্লাবৰ বিভিন্ন পদত থকা কাৰ্যকৰ্তা সকলে উপস্থিত থাকে।

29/10/2024
Aji r khel
26/10/2024

Aji r khel

19/10/2024
19/10/2024

আজি কাটাঝাৰ পাথাৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অংকাৰ চিড্চৰ সহযোন্যত চেমি ফাইনেলৰ অন্তিমটো খেলত অংশগ্ৰহণ কৰিব হাউলী হাবসা আৰু তাৰ বিপৰীতে তিব্ৰ পতিদ্বনিতাৰে খেলিব কাটাঝাৰ পাথাৰ আঞ্চলিক ক্ৰীড়া সংঘ । সেয়েহে উক্ত খেলত সৰ্বস্তৰ ৰাইজৰ অংশগ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিলোঁ।

Address

Barpeta Road
Barpeta Road

Alerts

Be the first to know and let us send you an email when Katajhar Pather Ancholic Crida Sangha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share