Uttar Athiyabari Sports Association

Uttar Athiyabari Sports Association Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Uttar Athiyabari Sports Association, Non-Governmental Organization (NGO), Barpeta Road, Barpeta Road.

Uttar Athiyabari sports club ৰ উদ্যোগত আজিৰ পৰা KPL Tournament ৰ আয়োজন কৰা হৈছে এই Tournament ত চাৰিটা দলে অংশগ্ৰহণ কৰি...
25/01/2025

Uttar Athiyabari sports club ৰ উদ্যোগত আজিৰ পৰা KPL Tournament ৰ আয়োজন কৰা হৈছে এই Tournament ত চাৰিটা দলে অংশগ্ৰহণ কৰিব,Azadnagar Super kings (ASK),Kings XI Barpeta Road(BK-XI),Khalpar Titens(KT), আৰু Rising Star(RS)
25/01/25 আজি চেমি ফাইনেল খেল আৰাম্ভ হব
ৰাতিপুৱা ১০:০০ বজাত ASK vs RS,
আবেলি ১:৩০ বজাত। BK-XI vs KT
উক্ত খেলত সকলো ৰাইজৰ সহায় সহযোগিতা একান্ত ভাবে কামনা কৰিলোঁ।

অহাকালী KPL Tournament ৰ দ্বিতীয় খন  Semi Final খেল BK-XI vs KT ৰ মাজত High voltage খেল আৰাম্ভ হব আবেলি 1:30 বজাত।উক্ত ...
24/01/2025

অহাকালী KPL Tournament ৰ দ্বিতীয় খন Semi Final খেল BK-XI vs KT ৰ মাজত High voltage খেল আৰাম্ভ হব আবেলি 1:30 বজাত।
উক্ত Tournament ত সকলো ৰাইজৰ সহায়- সহযোগিতা একান্ত ভাবে কামনা কৰিলোঁ।

অহাকালী KPL Tournament ৰ প্ৰথম খন  Semi Final খেল ASK vs RS ৰ মাজত High voltage খেল আৰাম্ভ হব ৰাতিপুৱা 10:00 বজাত।উক্ত T...
24/01/2025

অহাকালী KPL Tournament ৰ প্ৰথম খন Semi Final খেল ASK vs RS ৰ মাজত High voltage খেল আৰাম্ভ হব ৰাতিপুৱা 10:00 বজাত।
উক্ত Tournament ত সকলো ৰাইজৰ সহায়- সহযোগিতা একান্ত ভাবে কামনা কৰিলোঁ।

23/01/2025

Uttar Athiyabari sports club ৰ উদ্যোগত গণৰাজ্য দিৱস উপলক্ষে 26 জানুৱাৰী তাৰিখে KPL Tournament, ৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়া লগতে Dance Competition অনুষ্ঠিত কৰা হৈছে।
সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈকে । যদি কোনো ইচ্ছুক প্ৰতিযোগীয়ে নাম দিব বিচাৰে 25 January ৰ ভিতৰত জমা দিয়ে যেন ।
ইতি
Uttar Athiyabari sports club

Address

Barpeta Road
Barpeta Road
BARPETARPAD 781315

Website

Alerts

Be the first to know and let us send you an email when Uttar Athiyabari Sports Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share