ABVP BAKSA district

ABVP BAKSA district bharat mata ki jai

আজি ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত বাগানপাৰাৰ বিভিন্ন অঞ্চলৰ স্থানীয় লোকৰ মাজত আগন্তুক বিধান সভা নিৰ্বাচনৰ লগত সংগতি ৰ...
03/04/2026

আজি ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত বাগানপাৰাৰ বিভিন্ন অঞ্চলৰ স্থানীয় লোকৰ মাজত আগন্তুক বিধান সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি পকেত বৈঠক অনুষ্ঠিত কৰা হয়।

আজি বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰিকাতা  অঞ্চলত এখন পকেট বৈঠক অনুষ্ঠিত হয় । বৈঠকত বিশেষভাৱে উপস্...
29/03/2026

আজি বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰিকাতা অঞ্চলত এখন পকেট বৈঠক অনুষ্ঠিত হয় । বৈঠকত বিশেষভাৱে উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং ডাঙৰীয়া , উত্তৰ পূব ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন ডাঙৰীয়া , ৰাজ্যিক সম্পাদক মানস প্ৰতিম কলিতা ডাঙৰীয়া , ৰাজ্যিক কাৰ্য্যসমিতি সদস্য প্ৰলয় কুমাৰ ডাঙৰীয়া



আজি বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নয়াবস্তি অঞ্চলত নাগৰিক আৰু ব্যৱসায়ী সকলৰ মাজত ১০০% ভোটদান সন্দৰ্ভত ...
28/03/2026

আজি বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নয়াবস্তি অঞ্চলত নাগৰিক আৰু ব্যৱসায়ী সকলৰ মাজত ১০০% ভোটদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু তেওঁলোকৰ মাজত গোহাৰি বিতৰণ কৰা হয় ।



28/03/2026
আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ১০০% ভোটদান নিশ্চিতকৰণৰ সজাগতা অভিযান সন্দৰ্ভত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী...
27/03/2026

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ১০০% ভোটদান নিশ্চিতকৰণৰ সজাগতা অভিযান সন্দৰ্ভত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বাগানপাৰা নগৰ শাখাৰ উদ্যোগত বাগানপাৰাত নাগৰিক আৰু ব্যৱসায় সকলৰ মাজত বৈঠক কৰা হয় আৰু পত্ৰক বিতৰণ কৰা হয়।


আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ১০০% ভোটদান নিশ্চিতকৰণৰ সজাগতা অভিযান সন্দৰ্ভত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী...
26/03/2026

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ১০০% ভোটদান নিশ্চিতকৰণৰ সজাগতা অভিযান সন্দৰ্ভত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বাক্সা জিলাৰ উদ্যোগত মুছলপুৰ নগৰত নাগৰিক আৰু ব্যৱসায় সকলৰ মাজত বৈঠক কৰা হয় আৰু পত্ৰক বিতৰণ কৰা হয়।


Address

Baksa
Barama
781372

Website

Alerts

Be the first to know and let us send you an email when ABVP BAKSA district posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share