Assam Association Bangalore

Assam Association Bangalore Assam Association Bangalore - Joint forum of all Assamese people living in Bangalore. Come, be a part of the great initiative.

Booking open now...
24/10/2025

Booking open now...

Roi Roi Binale (2025), Drama released in Assamese language in theatre near you in Bengaluru.

On this Festival of Lights, Assam Association Bangalore extends heartfelt wishes to everyone celebrating across the worl...
20/10/2025

On this Festival of Lights, Assam Association Bangalore extends heartfelt wishes to everyone celebrating across the world.

May the glow of every diya dispel darkness, bring hope to every heart, and guide us all toward truth and harmony.

This Deepavali, as we light our homes and hearts, we also remember our beloved Zubeen Garg — the eternal light of Assam’s music and spirit. His voice united us, and his truth continues to guide us.

Let every flame we kindle tonight stand for hope, unity, and justice —
for Zubeen Da, for truth, and for all that he stood for.

* *

This Kati Bihu, as we light the saki to guide our fields through darkness, our hearts burn with a deeper prayer — a pray...
18/10/2025

This Kati Bihu, as we light the saki to guide our fields through darkness, our hearts burn with a deeper prayer — a prayer for truth, justice, and the soul of our beloved Zubeen Garg.
Kati Bihu teaches us faith amid scarcity and strength amid silence.

And today, as Assam mourns its voice, we stand united — not just in grief, but in resolve.

Let every lamp we light tonight be a beacon of hope and a cry for justice.

The music may have paused, but Zubeen Da’s spirit echoes in every heart — and we will not rest until justice is served.

13/10/2025

সকলোলৈ নমস্কাৰ৷ জুবিন দাৰ কায়িক বিদায়ৰ অনাকাংক্ষিত ঘটনাত আমি সকলোৱে মৰ্মাহত৷ কিন্তু জুবিন দাৰ দৰে ঈশ্বৰপু্ত্ৰৰ সত্ত্বা জী থাকিব অনন্তকাললৈ৷ আমি জুবিন দাৰ সৃষ্টিকামী মানৱমুখী আদৰ্শৰ অনুকৰণেৰে জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিব লাগিব চিৰদিন৷ এই উদ্দেশ্যতেই অসম এছ’চিয়েছন বাঙ্গালোৰে আমাৰ হিয়াৰ আপোন জুবিন দাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি এখনি আলোচনী প্ৰকাশৰ সিদ্ধান্ত লৈছে৷ উক্ত আলোচনী আপোনালোকৰ লিখনিৰে সজোৱাৰ হেতুকে অসমীয়া নাইবা ইংৰাজী ভাষাৰ লিখনি অক্টোবৰ মাহৰ ২৬ তাৰিখৰ ভিতৰত হোৱাটছআপ যোগে তলৰ যিকোনো এটা নম্বৰলৈ পঠিয়াবলৈ অনুৰোধ জনালো৷ লিখনিৰ বিষয় জুবিন গাৰ্গ৷

বিশেষ শিতানঃ জুবিন দাৰ সৈতে নিবিড় মূহুৰ্ত

১/ আমাৰ হিয়াৰ আমঠু জুবিন দাৰ লগত আপোনাৰ ফটো আছে যদি আমালৈ পঠিয়াওক৷ ফটোখনৰ বিৱৰণ ৫-৬শাৰীৰ ভিতৰত লিখি আমালৈ পঠিয়াওক৷

২/ জুবিন দাৰ সৈতে আপোনাৰ যদি বিশেষ অনুভৱ আছে, আপোনাৰ যদি কথোপকথন হৈছিল সেয়াও লিখি আমালৈ পঠিয়াওক৷

আলোচনীখনৰ অনলাইন সংখ্যাত সন্নিৱিষ্ট কৰি আমি এইখিনি তথ্য সংৰক্ষণৰ ব্যৱস্থা কৰিম৷

লিখনি আৰু ফটো পঠোৱাৰ নম্বৰঃ
৮০৯৫৫২২৮০৯
৯৫৯৯৯৬২০০৪
৭০০২১৮২২০৮

What a moment of pride for all of us! 🙏❤️Assam Association Bangalore has been awarded the 🏆 SERA BHOG (Best Community Fe...
11/10/2025

What a moment of pride for all of us! 🙏❤️

Assam Association Bangalore has been awarded the 🏆 SERA BHOG (Best Community Feast) at Maitree Bandhaan Durgotsav Puroshkar 2025!

When Team Maitree Bandhaan visited our Bhog, we had almost run out of food — yet what followed was pure magic. Volunteers came together, leaders rolled up their sleeves, and the kitchen turned into a symbol of love, unity, and true Assamese spirit. 💛

This award isn’t just for the taste — it’s for the heart we put into every plate served.

Thank you, everyone from AAB, for making this a story to remember. Together, we didn’t just serve food… we served love and community. 🌾✨

https://www.facebook.com/share/1HKjTYRT9b/?mibextid=

What a moment of pride for all of us! 🙏❤️Assam Association Bangalore has been awarded the 🏆 SERA BHOG (Best Community Fe...
11/10/2025

What a moment of pride for all of us! 🙏❤️

Assam Association Bangalore has been awarded the 🏆 SERA BHOG (Best Community Feast) at Maitree Bandhaan Durgotsav Puroshkar 2025!

When Team Maitree Bandhaan visited our Bhog, we had almost run out of food — yet what followed was pure magic. Volunteers came together, leaders rolled up their sleeves, and the kitchen turned into a symbol of love, unity, and true Assamese spirit. 💛

This award isn’t just for the taste — it’s for the heart we put into every plate served.

Thank you, everyone from AAB, for making this a story to remember. Together, we didn’t just serve food… we served love and community. 🌾✨

‎মায়াবিনী এসন্ধ্যা 🎶💝‎‎তুমি শাশ্বত, তুমি ভাস্বত, ‎পৃথিৱীৰ য’ত শেষ..‎তাতেই তোমাৰ আৰম্ভণি। ‎‎তুমি সুৰৰ বাটেৰে স্পৰ্শ কৰা হ...
11/10/2025

‎মায়াবিনী এসন্ধ্যা 🎶💝

‎তুমি শাশ্বত, তুমি ভাস্বত,
‎পৃথিৱীৰ য’ত শেষ..
‎তাতেই তোমাৰ আৰম্ভণি।

‎তুমি সুৰৰ বাটেৰে স্পৰ্শ কৰা হৃদয়,
‎তুমি প্ৰেমৰ মাধুৰীত সমন্বিত কৰা প্ৰজন্ম।
‎জুবিন দা!
‎তুমি মাথো এটা নাম নহয়,
‎নহয় এজন শিল্পী মাথো,
‎তুমি প্ৰেম, প্ৰেৰণা, আদৰ্শ,
তুমি এক জীয়া অনুভৱ৷
‎তুমি অসমীয়াৰ আত্মাৰ সুৰ,
‎তুমি এটা জীৱনৰ উৎসৱ।
‎অসমীয়াৰ হৃদয়ৰ প্ৰতিটো স্পন্দনত
‎বাজে তোমাৰ গান।
‎তোমাৰ সুমধুৰ গীতৰ ৰাগিনীত শৃংগৱান
‎কৌটি কৌটি অসমীয়াৰ মান।

‎আহক, ‎চৌদিশ সুৰেৰে, আৱেগেৰে, অনুভৱৰ উষ্ণতাৰে ভৰাই উদযাপন কৰো জুবিন দাৰ জন্মদিন৷ ‎উদযাপন কৰো তেওঁৰ ব্যক্তিত্ব, জীৱন, আদৰ্শ, ‎তেওঁৰ অমৰ সুৰৰ যাদু। ‎য’ত আমি সকলো মিলি হ’ম সহযাত্ৰী - ‎এটি জুবিনময় যাত্ৰাৰ৷ ‎এটি মায়াবিনী সুৰৰ অন্তহীন যাত্ৰাৰ।

‎‎✨ অসম এছ’চিয়েছন বাঙ্গালোৰৰ উদ্যোগত*
‎অহা ২২ নবেম্বৰ, ২০২৫ শনিবাৰে
‎“মায়াবিনী এসন্ধ্যা” 🎶
*‎জুবিন দাৰ সুৰেৰে জীপাল এটি আৱেগসনা সন্ধিয়া 💫







08/10/2025

উৰুলি (ইংৰাজী: Uruli ) এবিধ মুখবাদ্য৷ সাধাৰণতে হিন্দু ধৰ্মাৱলম্বী নাৰীয়ে মাংগলিক কাৰ্য্যত উৰুলি ধ্বনি কৰে৷ অসমীয়া, বঙালী আৰু উড়ীয়া লোকসংস্কৃতিত ই এক এৰাব নোৱৰা সামজিক প্ৰথা৷ ই কেৱল মহিলাসকলৰ দ্বাৰাহে কৰা হয়৷ উৰুলিক উৎসৱ আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷

07/10/2025

Maa Lakkhi Pujar Bhog Prasad. 🙏🏻🙂🙏🏻

Address

Assam Association Bangalore, 18/1, Cambridge Road 2nd Cross, Cambridge Layout, Halasuru
Bangalore
560008

Alerts

Be the first to know and let us send you an email when Assam Association Bangalore posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assam Association Bangalore:

Share