GRACE Mission "Hema"

GRACE Mission "Hema" Amguri Sivasagar Assam

23/08/2025

তোমাৰ বাক্যই সত্য; সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা। John 17:17

09/08/2025

মোৰ প্ৰহৰীস্থানত মই থিয় হম, আৰু পহৰা দিয়া ওখ স্তম্ভত মই নিজে থাকিম, আৰু মই সাৱধানে পহৰা দিম।
আৰু তেওঁ মোক কি ক’ব, আৰু মোৰ অভিযোগৰ পৰা মই কেনেকৈ ঘূৰিব পাৰোঁ, সেই বিষয়ে মই চাম।
যিহোৱাই মোক উত্তৰ দি ক’লে,
“এই দৰ্শনৰ কথা লিখি থোৱা, আৰু এনে স্পষ্টকৈ ফলিত লিখা, যাতে যি কোনোৱে খৰকৈ পঢ়িব পাৰে।
কাৰণ এই দৰ্শন যদিও ভবিষ্যত সময়ৰ বাবে তথাপিও শেষত এই দৰ্শন প্রকাশ পাব আৰু বিফল নহ’ব।
যদিও পলম হয়, তাৰ বাবে অপেক্ষা কৰা; কাৰণ সেয়া নিশ্চয় সিদ্ধ হ’ব, আৰু পলম নহব।
চোৱা! মানুহৰ আত্মা অহংকাৰী হয়, আৰু নিজেই নিজৰ বাবে ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।
ৰক্তপাতেৰে নগৰ নিৰ্মাণ কৰা জনৰ আৰু অপৰাধৰ দ্বাৰাই নগৰ স্থাপন কৰা জনৰ সন্তাপ হ’ব।”হব 2:1-4, 12

09/08/2025
পাছত চৌলে দায়ূদক ক’লে, “হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।” ।1Sam. 26:25
08/07/2025

পাছত চৌলে দায়ূদক ক’লে, “হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।” ।1Sam. 26:25

18/04/2025

Through the Cross God has done these things.
1Corint 1:18, - For the
preaching of the CROSS is
to them that perish
foolishness; but unto us
which are saved it is the
power of God.
A. God deals with all sin.
1.God reveals His power
through the Cross.
1cor.1:18. Rom 1:16.
2. God shows His love on the Cross, Rom 5:8.
3. God reveals our sorrows on the Cross, Isa.53:4.
4. Jesus took the punishment for our sins on the Cross, Isa.53:5,6, 1Pet.2:24.
5. B. New relationship with God through the Cross.
1. We became Acceptable to God through the Cross, 2 Corint. 5:21
2. We received forgiveness through the Cross. Col.1:13,14, In. 2:1,2.
3. We became members of God's family through the Cross, Heb. 2:11,12, In.1:12.
4. Social barriers are broken through the Cross, Eph.2:13-16.
C. Freedom through the
Cross.
1.Freedom from Satan,
Col.2:15,1:13.
2. Freedom from past sins,Jn.8:36.Col.2:13.
3. Freedom from present sins, Rom.6:14.
4. Freedom from sickness, Matt.8:17.
5. Freedom from the curse, Gala.3:13, Deut.28:15-19.
6. Freedom from the judgement, Heb.9:36.
7. Freedom from everlasting death, Jn.3:16.
D.Love and justice meet on
the Cross, Rom.5:8-11.
E. The Cross is the center of
history, Gen.3.chapter.

Happy palm Sunday everyone
12/04/2025

Happy palm Sunday everyone

26/03/2025

Address

Amguri Sivasagar
Amguri
785680

Website

Alerts

Be the first to know and let us send you an email when GRACE Mission "Hema" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to GRACE Mission "Hema":

Share