Fazu Bazar Book And Trade Fair

Appeler Itinéraire

Fazu Bazar Book And Trade Fair Fazu Bazar Book And Trade Fair ����

১৩ নবেম্বৰৰ পৰা ১৯ নবেম্বৰ লৈ দশম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলা অনুষ্ঠিত হ'ব। গতিকে সকলো ৰাইজৰ সহায় সহযোগিত...
03/09/2026

১৩ নবেম্বৰৰ পৰা ১৯ নবেম্বৰ লৈ দশম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলা অনুষ্ঠিত হ'ব। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

আজি দশম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্ত আৰু বানিজ্য মেলাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সাধাৰণ সভাত নতুন কৈ কমিটি গঠন কৰা হ...
23/08/2026

আজি দশম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্ত আৰু বানিজ্য মেলাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সাধাৰণ সভাত নতুন কৈ কমিটি গঠন কৰা হয়।

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ  সপ্তম দিনৰ কাৰ্যসূচীত তথা সামৰণি অনুষ্ঠানত সা সকলোৰে সহায় সহযোগিতা আম...
29/10/2024

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ সপ্তম দিনৰ কাৰ্যসূচীত তথা সামৰণি অনুষ্ঠানত সা সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ l
Fazu Bazar Book And Trade Fair

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ  ষষ্ট দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছ...
29/10/2024

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ ষষ্ট দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ l
Fazu Bazar Book And Trade Fair

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ  পঞ্চম দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰি...
28/10/2024

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ পঞ্চম দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ।
Fazu Bazar Book And Trade Fair

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ  চতুৰ্থ দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰ...
26/10/2024

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ চতুৰ্থ দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ l
Fazu Bazar Book And Trade Fair

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ  তৃতীয় দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰ...
26/10/2024

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ তৃতীয় দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ l
Fazu Bazar Book And Trade Fair

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা ক...
24/10/2024

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ ।
Fazu Bazar Book And Trade Fair

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলা ২০২৪ শুভ উদ্বোধন কৰা হয়। উক্ত  উদ্বোধনী অনুষ্ঠানত সভাপতি কৰে অষ্টম ফজু ...
24/10/2024

অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলা ২০২৪ শুভ উদ্বোধন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত সভাপতি কৰে অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ সভাপতি মাননীয় দেলুৱাৰ হুছেইন ডাঙৰীয়া । উক্ত উদ্বোধনী অনুষ্ঠানত উদ্বোধনী কৰে সৰুক্ষেত্রী বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আৰু তাৰ লগতে উপস্থিত থাকে হৰেন্দ্ৰ চিত্রা মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ড জাকিৰ হুছেইন ডাঙৰীয়া। আৰু তাৰ লগতে উপস্থিত থাকে বিশিষ্ট ব্যক্তিসকল। সকলোকে আয়োজক সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদ।

24/10/2024

Adresse

Kayakuchi
Democratic Republic Of The
781352

Téléphone

+919394637468

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Fazu Bazar Book And Trade Fair publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Raccourcis

Partager

Catégorie