সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা

সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা, Organisation à but non lucratif, Democratic Republic of the.

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিনৰ উপলক্ষে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰ...
18/11/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিনৰ উপলক্ষে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰ সোণাৰিত একাঁজলি শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান অনুষ্ঠিত কৰা হয়।।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা স...
18/11/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰ সোণাৰিত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাৰিটো সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰাণৰ শি...
17/11/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাৰিটো সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিন উপলক্ষে গছপুলি ৰোপণ কৰোঁ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি,ৰং তুলিকাৰ এদিন—বিষয়ঃ- জুবিন গাৰ্গঃ চিন্...
16/11/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি,
ৰং তুলিকাৰ এদিন—
বিষয়ঃ- জুবিন গাৰ্গঃ চিন্তা আৰু সৃষ্টি
সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থা

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰ সোণাৰিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যা...
23/10/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰ সোণাৰিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীৰে ন্যায় সমদল কাৰ্যসূচী ৰূপায়ন কৰা হয়।।
আমাৰ স্পষ্ট কথা জুবিন গাৰ্গে ন্যায় নোপোৱাৰ পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব ।।

এটি যুগৰ অৱসান ।জুবিন গাৰ্গ আৰু নাই ।এটি সহিব নোৱাৰা বাৰ্তা যি বাৰ্তাই সমগ্ৰ অসমবাসীক শোকস্তব্ধ কৰি তুলিল । সোণাৰি আঞ্চল...
19/09/2025

এটি যুগৰ অৱসান ।
জুবিন গাৰ্গ আৰু নাই ।
এটি সহিব নোৱাৰা বাৰ্তা যি বাৰ্তাই সমগ্ৰ অসমবাসীক শোকস্তব্ধ কৰি তুলিল ।
সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মহান শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি 🙏🏻

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত,সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ পৰা অবৈধ বাংলাদেশী , মৌলবাদীক উৎখাত আৰু অসম চুক্...
16/09/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত,
সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত
অসমৰ পৰা অবৈধ বাংলাদেশী , মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী জিলা সদৰ সোণাৰিত ৰূপায়ন কৰা হয়।

সোণাৰি বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি,সাধাৰণ সম্পাদককে ধৰি সকলো পদত আছু সমৰ্থিত প্ৰাৰ্থী জ...
15/09/2025

সোণাৰি বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি,সাধাৰণ সম্পাদককে ধৰি সকলো পদত আছু সমৰ্থিত প্ৰাৰ্থী জয়লাভ ✊✊

।। জয় আই অসম ।।

Adresse

Democratic Republic Of The

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager