Ati Dibya Bikash Ashram

Ati Dibya Bikash Ashram Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de Ati Dibya Bikash Ashram, Organisme communautaire, Democratic Republic of the.

01/01/2026
Jai Jaganath....
23/12/2025

Jai Jaganath....

25/11/2025

Our next project ...
"Dibya Shishu Batika"

বাৰ্মিংহামত ইতিহাস ৰচিলে এগৰাকী অসমীয়াই৷ লনবলৰ দলীয় শাখাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰি স্বৰ্ণজয় কৰিলে অসমকন্যা নয়...
02/08/2022

বাৰ্মিংহামত ইতিহাস ৰচিলে এগৰাকী অসমীয়াই৷ লনবলৰ দলীয় শাখাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰি স্বৰ্ণজয় কৰিলে অসমকন্যা নয়নমণি শইকীয়াই৷

এই বিৰল প্ৰাপ্তিৰ শুভক্ষণত নয়নমণি শইকীয়ালৈ জনাইছোঁ আন্তৰিক অভিনন্দন৷ প্ৰাপ্তিৰ গৌৰৱেৰে আমাক গৰ্বিত হোৱাৰ সুযোগ দিয়া নয়নমণি শইকীয়াৰ এই যাত্ৰা হওক নিৰৱধি৷ শুভকামনা...

🏅

13/07/2022

गुरुर्ब्रह्मा ग्रुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥
“Happy Guru Purnima”

আজি প্ৰজ্ঞাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আৰাধনাৰ দিন। জ্ঞানৰ পোহৰেৰে জগত পোহৰাই তোলাৰ সংকল্পেৰে দেৱীৰ আশীষ লোৱাৰ দিন।অজ্ঞা...
05/02/2022

আজি প্ৰজ্ঞাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আৰাধনাৰ দিন। জ্ঞানৰ পোহৰেৰে জগত পোহৰাই তোলাৰ সংকল্পেৰে দেৱীৰ আশীষ লোৱাৰ দিন।

অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই জ্ঞান আৰু প্ৰজ্ঞাৰ জ্যোতিয়ে জগত জ্যোতিষ্মান কৰক, হেজাৰ তমসা আঁতৰাই আলোকৰ বৰষুণ জাকে আমাৰ পৃথিৱীখন, আমাৰ মনবোৰ সেউজীয়া কৰি তোলক - এই পবিত্ৰ ক্ষণত দেৱীৰ ওচৰত এয়াই আমাৰ অন্তৰৰ নিভৃত কোণৰ পৰা প্ৰাৰ্থনা।

|| জয় আই অসম ||

Adresse

Democratic Republic Of The

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Ati Dibya Bikash Ashram publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager