22/06/2026
✈️🌏 ডুবাই আৰু আবু ধাবিৰ পৰা গুৱাহাটীলৈ এতিয়া আৰম্ভ হ'ব পোনপটীয়া বিমান সেৱা। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব। ইউ এ ই, ৰ এই আকাশী সংযোগে অসমক অধিক একাত্ম কৰিব বিশ্বৰ সৈতে আৰু মুকলি কৰিব উন্নয়ন আৰু সমৃদ্ধিৰ নতুন দুৱাৰ। নতুন গন্তব্য, নতুন সম্ভাৱনা, নতুন উৰণ— অসমৰ বিশ্বমুখী যাত্ৰাৰ এই গুৰুত্বপূৰ্ণ অধ্যায়ৰ বাবে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।
Opening new avenues to connect Assam to the global community !
Just days after EU member states lifted their travel advisory for Assam, we are happy to share that from 4th August, Air India will commence direct flights from Dubai and Abu Dhabi to Guwahati Airport.
With these non-stop services, Guwahati Airport is now connected to four countries- UAE, Thailand, Singapore and Bhutan.
This is a big fillip in our efforts to position Guwahati as a major travel and transit hub for Southeast Asia.
A huge Thanks to our honorable CM Himanta Biswa Sarma sir CMO Assam Narendra Modi