ABVP নলবাৰী নগৰ শাখা.

ABVP নলবাৰী নগৰ শাখা. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP নলবাৰী নগৰ শাখা., Community Organization, Brooklyn, NY.

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ দ্বাৰা আয়োজিত { Youth Can Lead Conclave} অনুষ্ঠানটিত নলবাৰী জিলাৰ বিভিন্...
02/26/2026

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ দ্বাৰা আয়োজিত { Youth Can Lead Conclave} অনুষ্ঠানটিত নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়,মহাবিদ্যালয় ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এই Youth Can Lead Conclave শীৰ্ষক অনুষ্ঠানটিৰ লগত সংগতি ৰাখি নলবাৰী জিলা ভিত্তিক এক প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল , উক্ত পৰীক্ষাটিত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ - ছাত্ৰী সকলক এই অনুষ্ঠানটিত বঁটা বিতৰণ কৰা হয়।

এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী লগতে নলবাৰী জিলাৰ বিধায়ক শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ,ABVP (CWC) ৰ সদস্য শ্ৰদ্ধাৰ হেৰল্ড মহন ডাঙৰীয়া, জিলা প্ৰমুখ শ্ৰী অনন্ত ৰাজবংশী ডাঙৰীয়া, যুৱ সাংবাদিক অবয়ব ভূঞা, অভিনেত্ৰী ধ্যানি মহন , কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ তথা নলবাৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান ৰ পৰা অহা শিক্ষাৰ্থী সকল লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

আজি নলবাৰী মহাবিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত হো...
02/03/2026

আজি নলবাৰী মহাবিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত হোৱা সাংস্কৃতিক শোভাযাত্ৰাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত চৰ্বত আৰু পানী বিতৰণ কৰা হয়।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ‌ তৰফৰ পৰা শিক্ষানুষ্ঠান সমূহত অনুষ্ঠিত হৈ থকা প্ৰতিভা সন্ধানী পৰীক্ষাৰ কিছু দ...
01/29/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ‌ তৰফৰ পৰা শিক্ষানুষ্ঠান সমূহত অনুষ্ঠিত হৈ থকা প্ৰতিভা সন্ধানী পৰীক্ষাৰ কিছু দৃশ্যাংশ।

Address

Brooklyn, NY

Website

Alerts

Be the first to know and let us send you an email when ABVP নলবাৰী নগৰ শাখা. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP নলবাৰী নগৰ শাখা.:

Shortcuts

Share