Alumni Association Bhawanipur Anchalik College

Alumni Association Bhawanipur Anchalik College This is a page for get touched with all Ex-Students of Bhawanipur Anchalik College.

04/11/2023
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক জয়ন্ত গোস্বামী ছাৰৰ স্বৰ্গগামী আত্মাৰ চিৰশান্তিৰ অৰ্থে তেখেত...
03/20/2022

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক জয়ন্ত গোস্বামী ছাৰৰ স্বৰ্গগামী আত্মাৰ চিৰশান্তিৰ অৰ্থে তেখেতৰ পাঠশালা গোবিন্দপুৰস্থিত নিজ বাসগৃহত অনুষ্ঠিত আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰোঁ আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ ফালৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি পৰিয়ালৰ হাতত শোকবাৰ্তা অৰ্পন কৰা হয়।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক জয়ন্ত গোস্বামী ছাৰৰ অকাল বিয়োগত অত্যন্ত মৰ্মাহত হৈছো । অতি নম্ৰ, ভদ্...
03/10/2022

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক জয়ন্ত গোস্বামী ছাৰৰ অকাল বিয়োগত অত্যন্ত মৰ্মাহত হৈছো । অতি নম্ৰ, ভদ্ৰ, বিনয়ী, ছাত্ৰ-ছাত্ৰীসকলৰ অতিকৈ প্ৰিয় গোস্বামী ছাৰৰ অকাল বিয়োগত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ ফালৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। 🙏

২৩ জানুৱাৰী ২০২২ তাৰিখে অনুষ্ঠিত হোৱা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ বিষয়ে অসমৰ কেইখনমান দ...
01/26/2022

২৩ জানুৱাৰী ২০২২ তাৰিখে অনুষ্ঠিত হোৱা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ বিষয়ে অসমৰ কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ একাংশ।

২৩ জানুৱাৰী ২০২২ তাৰিখে অনুষ্ঠিত হোৱা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ কেইটামান মূহুৰ্ত।
01/24/2022

২৩ জানুৱাৰী ২০২২ তাৰিখে অনুষ্ঠিত হোৱা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ কেইটামান মূহুৰ্ত।

এৰি অহা আপোন মহাবিদ্যালয়খনৰ ভাল লগা খবৰ
08/01/2021

এৰি অহা আপোন মহাবিদ্যালয়খনৰ ভাল লগা খবৰ

Address

31 No. NH
Assam, CO
781352

Telephone

+19706117516

Website

Alerts

Be the first to know and let us send you an email when Alumni Association Bhawanipur Anchalik College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Alumni Association Bhawanipur Anchalik College:

Share