Tai Ahom Janagusthi ,Titabar Sub Division

Tai Ahom Janagusthi  ,Titabar Sub Division This page is only for those people who belongs Tai Ahom community .

14/04/2024
আমি সমূহ জ্ঞাতিবৰ্গক দুখেৰে জনাওঁ যে যোৱা ২৭ নৱেম্বৰ, ২০২৩ সোমবাৰে সন্ধ্যা ৬:৫৮ মান বজা সময়ত গুৱাহাটী নেমকেয়াৰ হাস্পতা...
28/11/2023

আমি সমূহ জ্ঞাতিবৰ্গক দুখেৰে জনাওঁ যে যোৱা ২৭ নৱেম্বৰ, ২০২৩ সোমবাৰে সন্ধ্যা ৬:৫৮ মান বজা সময়ত গুৱাহাটী নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত তিতাবৰ দক্ষিণপাট গাঁৱৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ আসন অলংকৃত কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ললিত গগৈ ককাইদেও আমাক সকলোকে কন্দুৱাই ইহলীলা সম্বৰণ কৰে।সৎ-নিষ্ঠাবান, উচ্চ মেধা সম্পন্ন, তিতাবৰৰ আদৰ্শবান ব্যক্তি আৰু তাই আহোম জনগোষ্ঠীৰ অন্যতম শুভাকাংক্ষী গৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ বাবে ফুৰা-তাৰাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে শোক সন্তপ্ত সমূহ পৰিয়ালবৰ্গক সমবেদনা জনালোঁ ..🙏

দ্বীপ্ত সেউজ গগৈ
তিতাবৰ।
২৮/নৱেম্বৰ/২০২৩

সুবিধাজনক স্থিতি আৰু পৰিক্ৰমাৰ উফৰাই নিজক জুইত পুৰি অগ্নি পৰীক্ষাৰ মাজেৰে বিশুদ্ধতাৰে নিজকে অসমী আইৰ অলংকাৰ ৰূপে গঢ় দিৱ...
31/08/2023

সুবিধাজনক স্থিতি আৰু পৰিক্ৰমাৰ উফৰাই নিজক জুইত পুৰি অগ্নি পৰীক্ষাৰ মাজেৰে বিশুদ্ধতাৰে নিজকে অসমী আইৰ অলংকাৰ ৰূপে গঢ় দিৱলৈ চেষ্টা কৰা অসমীৰ সুযোগ্য সন্তান সকলৰ অন্যতম লুৰিণজ্যোতি গগৈ।এক সত্তা।ভিৰৰ মাজত সোমাই ঠেলা হেচাত হেৰাই নগৈ,সঠিক যাত্ৰাৰ পথ বাচি লোবাৰ বাবেই আজিৰ এই আলোচনা বা সমালোচনা।।ভিৰৰ মাজত নথকা বাবে বতাহে‌ অলপ ধৰিলেও গভীৰতা উপযুক্ত হলে স্থিতিস্থাপকতাত সকলোৰে বিশ্বাস থাকে।।

The real hero in Assam (আহোম বীৰ ) lachit borphukon( লাচিত বৰফুকন ) আহোমৰ বীৰগাঠা বীৰত্বতা আমি নৱ প্ৰজন্মই বৰ্তমান আৰু অদূৰ ভৱিষ্যতে ও জীয়াই ৰাখিব লাগিব। 🙏💞 যদি একমত হয় শ্বেয়াৰ এটা কৰি দিব।।

Address

Titabar
Titabar

Telephone

+919101840119

Website

Alerts

Be the first to know and let us send you an email when Tai Ahom Janagusthi ,Titabar Sub Division posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share