All Assam Bengali Youth-Student's Fedaration-Tinsukia District Committee

  • Home
  • India
  • Tinsukia
  • All Assam Bengali Youth-Student's Fedaration-Tinsukia District Committee

All Assam Bengali Youth-Student's Fedaration-Tinsukia District Committee It is a Youth-Student organization

সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ।
15/03/2024

সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ।

হে বিপ্লবী তুমায় প্রনাম🙏
03/12/2023

হে বিপ্লবী তুমায় প্রনাম🙏

14/10/2023

শুভ মহালয়া

21/09/2023
সকলোৰে জীৱন সুখ-সমৃদ্ধি-সুস্বাস্থ্যৰে সমৃদ্ধ কৰক তাৰ কামনা কৰি সকলোলৈ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা ...
19/09/2023

সকলোৰে জীৱন সুখ-সমৃদ্ধি-সুস্বাস্থ্যৰে সমৃদ্ধ কৰক তাৰ কামনা কৰি সকলোলৈ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা 'গণেশ চতুৰ্থী'ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।🙏

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি। তিথিৰ উপলক্ষে আজি নাম-কীর্তন, জগত গুৰু বন্দনাৰে মুখৰ আৰু ভক্তি ৰসেৰে...
16/09/2023

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি। তিথিৰ উপলক্ষে আজি নাম-কীর্তন, জগত গুৰু বন্দনাৰে মুখৰ আৰু ভক্তি ৰসেৰে জীপাল এক পৰিৱেশৰ গঢ় লৈ উঠক সমগ্ৰ ৰাজ্য ৷ ধৰ্মৰ নামত চলা ব্যভিচাৰ আঁতৰাই, জাতি-ভেদ, বর্ণ, উচ্চ-নীচ ভেদাভেদৰ প্ৰাচীৰ ভাঙি সু-শৃংখলিত ৰূপত সমাজখনক গঢ় দিয়া মহাপুৰুষ জনাৰ তিৰোভাৱ তিথিৰ পৱিত্ৰ দিনটোত আমি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা তেখেতৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ৷🙏

11/09/2023
আমাৰ হিয়াৰ আমঠু ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ ৯৭তম্ জন্মদিনত তেখেতক সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা ...
08/09/2023

আমাৰ হিয়াৰ আমঠু ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ ৯৭তম্ জন্মদিনত তেখেতক সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা শ্রদ্ধাঞ্জলি জনাওঁ।


শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই শুভক্ষণত, প্ৰভূ শ্ৰীকৃষ্ণৰ শ্ৰীচৰণ আপোনাৰ পদূলি সদায় মংগলময় কৰি ৰাখক তাৰেই আমি সদৌ অসম বাঙাল...
06/09/2023

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই শুভক্ষণত, প্ৰভূ শ্ৰীকৃষ্ণৰ শ্ৰীচৰণ আপোনাৰ পদূলি সদায় মংগলময় কৰি ৰাখক তাৰেই আমি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা প্রার্থনা জনালোঁ।

আজি ৬২তম্ শিক্ষক দিৱস উপলক্ষে তিনিচুকীয়াৰ কিছুমান ঐতিহ্যমন্ডিত শিক্ষাপ্রতিষ্ঠানৰ প্রধান শিক্ষক/শিক্ষয়ত্ৰীক আমি সদৌ অসম ব...
05/09/2023

আজি ৬২তম্ শিক্ষক দিৱস উপলক্ষে তিনিচুকীয়াৰ কিছুমান ঐতিহ্যমন্ডিত শিক্ষাপ্রতিষ্ঠানৰ প্রধান শিক্ষক/শিক্ষয়ত্ৰীক আমি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বর্ধনা জনাওঁ ।

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা গ...
04/09/2023

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনালোঁ ।🙏

ভাৰতীয় সভ্যতা-সংস্কৃতিৰ উজ্জ্বল পৰম্পৰা "ৰাখী বন্ধন" উপলক্ষে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰ তৰ...
30/08/2023

ভাৰতীয় সভ্যতা-সংস্কৃতিৰ উজ্জ্বল পৰম্পৰা "ৰাখী বন্ধন" উপলক্ষে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ। ভাতৃত্ব আৰু ভগ্নীসুলভ প্ৰীতিৰ ভাৱনা সকলোৰে মনত প্ৰৱাহিত হৈ থাকক । শুভ ৰাখী বন্ধন 🙏

যোৱা১৩ আগস্ট তাৰিখে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত চিত্রাংকন প্রতিযোগিতাত ...
25/08/2023

যোৱা১৩ আগস্ট তাৰিখে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত চিত্রাংকন প্রতিযোগিতাত স্থানপ্রাপ্ত ছাত্র-ছাত্রী সকলোক আজি তিনিচুকীয়াৰ তামুলবাৰি স্থিত Fantacy World স্কুলত সন্ধ্যিয়া ৫ বজাত বটাঁ বিতৰণ কৰা হয় ।

সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন কেন্দ্ৰীয় সমিতিয়ে  অসমৰ ৰাজ্যপালৰ লগত যোৱাকালি বাঙলাভাষী অসমীয়া লোক সকলৰ বিভিন্ন সমস্...
25/08/2023

সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন কেন্দ্ৰীয় সমিতিয়ে অসমৰ ৰাজ্যপালৰ লগত যোৱাকালি বাঙলাভাষী অসমীয়া লোক সকলৰ বিভিন্ন সমস্যাৰ আলোচনা কৰে আৰু লগতে স্মাৰক প্ৰদান কৰে।

টীম চন্দ্ৰযান ৩ৰ অন্যতম সদস্যা, ISROৰ বিজ্ঞানী তিনিচুকীয়াৰ নিৱাসী শ্ৰীমতি নিধি শৰ্মা ডাঙৰীয়ানিক সদৌ অসম বাঙালী যুৱ-ছাত্...
23/08/2023

টীম চন্দ্ৰযান ৩ৰ অন্যতম সদস্যা, ISROৰ বিজ্ঞানী তিনিচুকীয়াৰ নিৱাসী শ্ৰীমতি নিধি শৰ্মা ডাঙৰীয়ানিক সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সংগ্রামী অভিনন্দন জ্ঞাপন কৰিছো ।

19/08/2023
15/08/2023
আজি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত ভাৰতবর্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন।
15/08/2023

আজি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত ভাৰতবর্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৭৩ সংখ্যক পূণ্যতিথি উপলক্ষে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফে...
05/08/2023

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৭৩ সংখ্যক পূণ্যতিথি উপলক্ষে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলো 🙏🙏🙏

।।জয় আই অসম।।সংগ্রামী অভিনন্দন গ্রহন কৰিব। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আমি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন ত...
02/08/2023

।।জয় আই অসম।।
সংগ্রামী অভিনন্দন গ্রহন কৰিব। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আমি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত ৭৬তম স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ আগস্ট(দেওবাৰ) তাৰিখে এক চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হৈচে। উক্ত প্রতিযোগিতাত সকলো শ্রেণীৰ ছাত্র-ছাত্রীৰ অংশগ্রহণ আমি একান্তই কামনা কৰিছো...

আজি প্রজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, তিনিচুকীয়া সেৱা কেন্দ্রত তিনিচুকীয়া জিলাৰ যুৱ সমাজকলৈ এক অনুষ্ঠানত...
26/07/2023

আজি প্রজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, তিনিচুকীয়া সেৱা কেন্দ্রত তিনিচুকীয়া জিলাৰ যুৱ সমাজকলৈ এক অনুষ্ঠানত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিৰহৈ উপস্থিত থকাৰ কিছু মুহূর্ত.

২০২৩ চনৰ ২৬ জুলাই কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়, ভাৰত-পাকৰ বৃহৎ যুদ্ধৰ অন্ত পৰাৰ আজি চৌবিশ বছৰ হ’ল।  কাৰ্গিল যুদ...
26/07/2023

২০২৩ চনৰ ২৬ জুলাই কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়, ভাৰত-পাকৰ বৃহৎ যুদ্ধৰ অন্ত পৰাৰ আজি চৌবিশ বছৰ হ’ল। কাৰ্গিল যুদ্ধ আছিল ভাৰত আৰু পাকিস্তানৰ মাজত দুমাহ ধৰি চলি থকা এক বিশিষ্ট সামৰিক সংঘাত। ভাৰতৰ জম্মু-কাশ্মীৰৰ কাৰ্গিল জিলাত ৩ মে’ৰ পৰা আৰম্ভ হোৱা যুদ্ধৰ অন্ত পৰে ১৯৯৯ চনৰ ২৬ জুলাইত।

মনিপুৰৰ নৃশংস ঘটনাৰ আমি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ জনাওঁ ।
21/07/2023

মনিপুৰৰ নৃশংস ঘটনাৰ আমি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ জনাওঁ ।

Address

Tinsukia

Telephone

+917002894990

Website

Alerts

Be the first to know and let us send you an email when All Assam Bengali Youth-Student's Fedaration-Tinsukia District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share