29/07/2026
বৰ্তমান অসমৰ অভাৱনীয় বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বৰ্ষৰ "খিছিৰি বিতৰণ" কাৰ্যসূচী অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছে।
এই বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা লোকসকলক কিছু সহায় কৰাৰ মানসিকতাৰে আমি "সাহাৰ্য্য সংগ্ৰহ" অভিযান আৰম্ভ কৰিছোঁ।
সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ 🙏