07/08/2026
সন্মানীয় ওদালগুৰি দৰং ছাউণ্ড লাইট এণ্ড টেন্ট প্ৰভাইডাৰচ এচোছিয়েশ্যনৰ সদস্য বৃন্দ।
অতি দুখেৰে জনাইছোঁ যে আমাৰ এচোছিয়েশ্যনৰ সদস্য ৰুবুল হক ডাঙৰীয়া কলাইগাঁও গেনলেন বাগিচা (মৰমী ছাউণ্ডৰ স্বত্বাধিকাৰী) মা ৰুবিয়া বেগম ৰ আজি কিছু ঘন্টাৰ আগতে ৰাতিপুৱা ( ৮ বজাত)ইন্তেকাল হয় (পৰলোকপ্ৰাপ্তি ঘটে)।ইন্না লিল্লাহী ওৱা ইন্না ইলাইহি ৰাজিউন । তেখেতৰ মাগফিৰাতৰ কাৰণে সকলোৱে দোআ কৰিব।আল্লাই যেনে জান্নাত নচিব কৰে ।
তেখেতৰ নামাজে জানাজা আবেলি ৩ বজাত নিজৰ গাওঁৰ কবৰস্থানত সম্পন্ন কৰা হৱ ।
লগতে ওদালগুৰি দৰং ছাউণ্ড লাইট এণ্ড টেন্ট প্ৰভাইডাৰচ এচোছিয়েশ্যনৰ ফালৰপৰা গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে।