নামতি আঞ্চলিক ছাত্ৰ সন্থা AASU Namti Regional

  • Home
  • নামতি আঞ্চলিক ছাত্ৰ সন্থা AASU Namti Regional

নামতি আঞ্চলিক ছাত্ৰ সন্থা   AASU Namti Regional AASU is the abbreviated name of the All Assam Students' Union (সদৌ অসম ছাত্র সন্থা )

18/08/2025
অসম আন্দোলনৰ লগত জড়িত তথা নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ এজন অভিভাৱক লগতে সমাজপ্ৰিয় পদ্ম দা আজি অজান দেশলৈ গলগৈ।  আজি তেনে...
17/08/2025

অসম আন্দোলনৰ লগত জড়িত তথা নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ এজন অভিভাৱক লগতে সমাজপ্ৰিয় পদ্ম দা আজি অজান দেশলৈ গলগৈ। আজি তেনে এজন ব্যক্তিৰ মৃত্যুত সমগ্ৰ নামতিবাসীৰ হৈ বিদেহ আত্মাৰ সদগতি আৰু চিৰশান্তি কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

22/04/2025
নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ শুভাকাংক্ষী শ্ৰদ্ধাৰ ক্ষীৰোদ হাজৰিকাৰ জীয়ৰী তথা একালৰ নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ "গামোচা হুঁ...
23/02/2025

নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ শুভাকাংক্ষী শ্ৰদ্ধাৰ ক্ষীৰোদ হাজৰিকাৰ জীয়ৰী তথা একালৰ নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ "গামোচা হুঁচৰি দল" ৰ নাচনী তথা ছাত্ৰ সন্থাৰ সদস্যা পূজা হাজৰিকাই কালি ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ Child Development Project Officer পদত নিযুক্তি লাভ কৰাৰ বাবে আজি ছাত্ৰ সন্থাৰ পৰিয়াল তেওঁলোকৰ গৃহত উপস্থিত হৈ পূজা হাজৰিকা লগতে পিতৃ - মাতৃক শুভেচ্ছা জনোৱাৰ মূহুৰ্তত.........🙏🙏।

সকলো পৰীক্ষাৰ্থী লৈ শুভেচ্ছাৰে.....সফল হোৱা তোমালোক।
14/02/2025

সকলো পৰীক্ষাৰ্থী লৈ শুভেচ্ছাৰে.....সফল হোৱা তোমালোক।

Address


785684

Website

Alerts

Be the first to know and let us send you an email when নামতি আঞ্চলিক ছাত্ৰ সন্থা AASU Namti Regional posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to নামতি আঞ্চলিক ছাত্ৰ সন্থা AASU Namti Regional:

  • Want your organization to be the top-listed Non Profit Organization?

Share