23/09/2026
মাত্ৰ ১৯ বছৰ বয়সতে CA Final পৰীক্ষাত সৰ্বভাৰতীয় ৰেংক–১ (AIR-1) লাভ কৰি নন্দিনী আগৰৱালে সৃষ্টি কৰিলে এক অনন্য কৃতিত্ব। পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ ৮ মাহ ১৮ দিন। এই সাফল্যৰ জৰিয়তে তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা CA হিচাপে Guinness World Records-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰে।
মধ্যপ্ৰদেশৰ নন্দিনী আগৰৱালৰ এই সাফল্যই প্ৰমাণ কৰে সপোনৰ কোনো বয়স নাথাকে, লাগে কেৱল একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তি।