সাঁকো

সাঁকো NGO

05/06/2026

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে .....
আহক, গছ-লতা, জলসম্পদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি আমি সকলোৱে এক নিকা আৰু প্ৰদূষণমুক্ত সমাজ গঢ়াৰ দিশে অগ্ৰসৰ হওঁ।

09/05/2026
নমস্কাৰ, সাকোঁ পৰিয়ালৰ তৰফৰ পৰা সকলোকে নমস্কাৰ জনালোঁ । সাকোঁৰ সভাপতি শ্ৰী যুত নাৰায়ণ ভূঞা (ৰাম) ৰ নিৰ্দেশমৰ্মে  সাকোঁ...
06/05/2026

নমস্কাৰ, সাকোঁ পৰিয়ালৰ তৰফৰ পৰা সকলোকে নমস্কাৰ জনালোঁ । সাকোঁৰ সভাপতি শ্ৰী যুত নাৰায়ণ ভূঞা (ৰাম) ৰ নিৰ্দেশমৰ্মে সাকোঁৰ কম্পিউটাৰ শিক্ষাৰ এক পদক্ষেপ আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ।
বৰ্তমান আমাৰ দুয়োটা প্ৰশিক্ষণ কেন্দ্ৰত (নাৰায়নপুৰ, বিহপুৰীয়া) বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। গতিকে নতুনকৈ কেইবাটাও Batch অন্তভুক্ত কৰা হ'ব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা ল'ব বিচাৰে, তেওঁলোকে আমাৰ দুয়োটা প্ৰশিক্ষণ কেন্দ্ৰৰ যিকোনো এটা কেন্দ্ৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

29/04/2026

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীণ হৈ নিজৰ গাঁও খনৰ লগতে , অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ সাকোঁ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ ।

সাঁকো পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহু তথা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাঁচিলো।নতুন বছৰে আপোনালৈ তথা  আপোনালো...
14/04/2026

সাঁকো পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহু তথা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাঁচিলো।নতুন বছৰে আপোনালৈ তথা আপোনালোকৰ পৰিয়ালটোলৈ কঢ়িয়াই আনক সুখ,শান্তি আৰু সমৃদ্ধি ৰ বতৰা।

08/04/2026

এক স্বেচ্ছাসেৱী সংগঠন সাঁকোৰ শ্ৰদ্ধাৰ সভাপতি দেৱ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে, আজি নিৰ্বাচনৰ দিন, আজিৰ এই শুভ ক্ষণত তেখেতক বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ, লগতে সমষ্টিৰ সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ 🙏🙏

বেচৰকাৰী সংস্থা সাকোঁৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ পিছত প্ৰথমটো দল ডিব্ৰুগড়ত কেটেৰেক্ট অপাৰেচনলৈ পথোৱা হৈছে।...
27/02/2026

বেচৰকাৰী সংস্থা সাকোঁৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ পিছত প্ৰথমটো দল ডিব্ৰুগড়ত কেটেৰেক্ট অপাৰেচনলৈ পথোৱা হৈছে। সাকোঁ পৰিয়াল সমাজৰ বাবে সদা প্ৰস্তুত, কেৱল প্ৰয়োজন আপোনালোকৰ আৰ্শীবাদ .....

বেচৰকাৰী সংস্থা সাকোঁৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ কিছু স্থিৰচিত্ৰ।স্থান - দকুৱা কমাৰচুক গঠন সংঘ, ধলপুৰ তাৰিখ...
15/02/2026

বেচৰকাৰী সংস্থা সাকোঁৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ কিছু স্থিৰচিত্ৰ।
স্থান - দকুৱা কমাৰচুক গঠন সংঘ, ধলপুৰ
তাৰিখ - ১৪ ফেব্ৰুৱাৰী ২০২৬

Address

Borpathar
Narayanpur
784164

Telephone

+919395508273

Website

Alerts

Be the first to know and let us send you an email when সাঁকো posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share