19/03/2025
👉🏻 ভাল খৱৰ -
চম্পাৱতী নাট কৰ্মশালাত প্ৰশিক্ষন লোৱা তিনি গৰাকীয়ে বৰ্তমান বাটৰ নাটকত সুবিধা পাইছে ।
ই আমাৰ চম্পাৱতী পৰিয়াৰ বাবে সু-খৱৰ ।
👉 বানপানী অহাৰ সময়ত কি কি সাৱধান হব লাগে এই বাটৰ নাটক খন সম্পুৰ্ণকৈ চাওঁক।
👉 বহুতো নজনা কথা জানিব পাৰিব,
👉 জানি থওক সময়ত কামত আহিব
বানপানী আহিলে আমি কি কি সাৱধান হব লাগিব? কি কি সতৰ্ক হব লাগে চাওঁক?? Jyoti Gagon's Lifeসুৰক্ষিত অসমৰ বাবে বাটৰ নাটক ২.০বিষয়= অসম.....