Ishan Research and Welfare society

Ishan Research and Welfare society Non-Profit Organization. This NGO works for the betterment of Rural areas. Our members are always ready to volunteer for fighting against these social evils.

Provided that the development of the rural areas can work as a concrete foundation for a healthy, prosperous society, this NGO focuses on rural issues concerning Education, Employment generation, Environment, Health, Child & Women among others ,which are consequently plaguing our society. Your cooperation is highly solicited in our efforts.

~ Ishan Research and Welfare Society

20/10/2025

Celebrating my 4th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ আধাখুন্দাৰ গাওঁৰ খাইৰুল ইছলামৰ লৰা Hujaifa Aktar নগাওঁ KALONG VALLEY HIGH SCHOOL, পৰা 75% নম্ব...
11/04/2025

নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ আধাখুন্দাৰ গাওঁৰ খাইৰুল ইছলামৰ লৰা Hujaifa Aktar নগাওঁ KALONG VALLEY HIGH SCHOOL, পৰা 75% নম্বৰ লৈ উত্তীৰ্ণ হৈ আমাৰ গাওঁ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

Ishan Research and Welfare society
Ranoj Pegu
Nagaon District Administration
Himanta Biswa Sarma

18/03/2025

"The Nagaon police, with the assistance of Labour Department ,District Child Protection Unit and Nagaon Child Welfare Committee (CWC), successfully rescued a child laborer from exploitation."

Nagaon Child Development Society
District Child Protection Unit
CMO Assam
Himanta Biswa Sarma
DGPAssamPolice
Assam Police
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

09/02/2025

বৰ্তমান প্ৰচলিত সমাজ ব্যৱস্থাক এক বিশ্লেষণৰ দৃষ্টি ভংগীৰে চালে দেখা যায় যে প্ৰকৃততে এই অস্থিৰ পৰিৰ্বতনে এক ভয়াবহ বিপদত সংকেত কঢ়িয়াই আনিছে । আমি সকলোৱেই বেছি বেছি টকা বিচাৰোঁ । কিন্তু কোনেও পৰিশ্ৰম কৰিব নিবিচাৰোঁ । এই কাৰণেই জুৱা সুদ মাদ ড্ৰাগছ ব্যৱসায় ইত্যাদি আজি কালি যুৱ-প্ৰজন্মক এক খুবেই আকর্ষণীয়, কাৰণ ১৮ বছৰৰ এক যুৱক জুৱা সুদ মাদ ড্ৰাগছ ব্যৱসায় আৰম্ভ কৰি দৈনিক ২০০০ পৰা ২৫০০ টকা পায় । তেঁও তাৰ দেউতাতকৈ বেছি উপাৰ্জন কৰে।১৮ বছৰ বয়সৰ হৈ চল্লিশ বছৰীয়া দেউতাকতকৈও বেছি উপাৰ্জন কৰি আছে গতিকে হাৰামৰ টকা হ'লেও তাৰ কোনো কথা নাই। আল্লাহ ক্রোধান্বিত হলেও তেওঁৰ কোনো সমস্যা নাই । কাৰণ তেওঁ কেৱল ধনক অগ্ৰাধিকাৰ দিয়ে আৰু ধন থকা সকলক সমাজে সন্মান কৰে ।
গতিকে প্ৰতিখন গাঁৱত বিশিষ্ট ব্যক্তি তথা শিক্ষিত যুৱক সকলে এক সুস্থিৰ গতি প্ৰদান কৰি নিৰাশা হতাশাক উদ্যোগী তথা যোগাত্মক কৰ্মলৈ ৰূপান্তৰিত কৰি আগুৱাই যাব পাৰিলেই এখন সুন্দৰ সমাজ আৰু এটা শক্তিশালী জাতি গঢ়ি তোলাতো সহজ হৈ পৰিব । সংস্কাৰমুখী মনোভাৱেৰে প্ৰত্যেকেই আগুৱাই আহি নিজৰ কৰ্মখিনি নিষ্ঠা, সততা, সৎসাহসেৰে কৰি গ’লেই আমাৰ সমাজৰ প্ৰগতিৰ এক নতুন দিগন্তৰ সূচনা হ’ব ।

Ishan Research and Welfare society
Sakil Ahmed

31/01/2025
ঈশান গৱেষণা আৰু কল্যাণ সমিতি উদ্যোগত ভোগালী বিহু উপলক্ষে অনলাইন চিত্রাঙ্কন প্রতিযোগিতা আয়োজন কৰা হৈছিল । প্ৰতিযোগিতাত অং...
31/01/2025

ঈশান গৱেষণা আৰু কল্যাণ সমিতি উদ্যোগত ভোগালী বিহু উপলক্ষে অনলাইন চিত্রাঙ্কন প্রতিযোগিতা আয়োজন কৰা হৈছিল । প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সকলো প্ৰতিযোগীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ । সকলোৱে সুন্দৰকৈ প্ৰদৰ্শন কৰিছে আগলৈও আপোনালোকৰ প্ৰদৰ্শন আৰু ভাল হ'ব বুলি আশা ৰাখিলোঁ। সকলোঁ প্ৰতিযোগীলৈ আজি মানপত্র বিতৰণ কৰোঁ ।

Ishan Research and Welfare society
Nagaon District Administration
State Child Protection Society, Assam
Nehru Yuva Kendra Sangathan - NYKS India Friends Droing art Sakil Ahmed

Name-Asif AktarClass -VIISchool - Dremland academy, JuriaIshan Research and Welfare society Nagaon District Administrati...
19/01/2025

Name-Asif Aktar
Class -VII
School - Dremland academy, Juria
Ishan Research and Welfare society Nagaon District Administration

Name-Arfin AktarClass -VSchool - Dremland academyIshan Research and Welfare society Nagaon District Administration
19/01/2025

Name-Arfin Aktar
Class -V
School - Dremland academy

Ishan Research and Welfare society
Nagaon District Administration

Name -Sakia wahidClass - VIIISchool-  Nagaon Govt girls HS SchoolIshan Research and Welfare society Nagaon District Admi...
19/01/2025

Name -Sakia wahid
Class - VIII
School- Nagaon Govt girls HS School

Ishan Research and Welfare society
Nagaon District Administration

মৰমৰ ছাত্ৰ ছাত্ৰী ঈশান গৱেষণা আৰু কল্যাণ সমিতি উদ্যোগত ভোগালীৰ বিহু উপলক্ষে অনলাইন চিত্রাঙ্কন প্রতিযোগিতা আয়োজন কৰা হৈছে...
14/01/2025

মৰমৰ ছাত্ৰ ছাত্ৰী ঈশান গৱেষণা আৰু কল্যাণ সমিতি উদ্যোগত ভোগালীৰ বিহু উপলক্ষে অনলাইন চিত্রাঙ্কন প্রতিযোগিতা আয়োজন কৰা হৈছে গতিকে নিজৰ পচন্দ অনুসৰি যিকোনো ছবি আঁকি অংকন কৰি PDF file কৰি যোগাযোগ Number প্ৰেৰণ কৰক ।
Ishan Research and Welfare society
Nagaon District Administration

হজৰত মহম্মদ সাল্লাল্লাহু ‘আলাইহি ওয়া সাল্লামে কৈছে, "হে মানুহ! দান কৰক।"যেনেকৈ আপোনাৰ ওপৰত এটা সময় আহিব যেতিয়া এজন ব্য...
30/11/2024

হজৰত মহম্মদ সাল্লাল্লাহু ‘আলাইহি ওয়া সাল্লামে কৈছে,
"হে মানুহ! দান কৰক।"যেনেকৈ আপোনাৰ ওপৰত এটা সময় আহিব যেতিয়া এজন ব্যক্তিয়ে নিজৰ দান-বৰঙণিৰ বস্তু লৈ ঘূৰি ফুৰিব আৰু সেইটো গ্ৰহণ কৰিবলৈ কাকো নাপাব, আৰু এজন যাক ল’বলৈ অনুৰোধ কৰা হ’ব ক'ব, আপুনি কালি আনিলেহেতেন, কিন্তু আজি মোৰ প্ৰয়োজন নাই। গতিকে যদি কোনোবাই আমাৰ জৰিয়তে দুখীয়াক সহায় কৰিব বিচাৰে তেন্তে আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে ধন্যবাদ Ishan Research and Welfare society

নগাওঁ জিলাৰ জুৰীয়া অঞ্চলৰ জুৰিয়া গাওঁ পঞ্চয়তৰ অন্তর্গত প্ৰতিটো ৱাৰ্ডৰ পৰা দুজনকৈ শিক্ষিত যুৱক সকলক লৈ অসম চৰকাৰে স্বীকৃ...
16/11/2024

নগাওঁ জিলাৰ জুৰীয়া অঞ্চলৰ জুৰিয়া গাওঁ পঞ্চয়তৰ অন্তর্গত প্ৰতিটো ৱাৰ্ডৰ পৰা দুজনকৈ শিক্ষিত যুৱক সকলক লৈ অসম চৰকাৰে স্বীকৃতি দিয়া Ishan Research And Welfare Society নামৰ সংস্থাটোৰ সমাজ কৰ্মী সদস্য হিচাপে অন্তর্ভুক্ত কৰা হয় । লগত এখন পুথিভঁৰাল (Library)নিৰ্মাণ কৰা আলাপ আলোচনা কৰা হয় l

উক্ত সভাত উপস্থিতি গাঁৱৰ আলেম উলামা স্থানিয় গন্য মান্য ব্যক্তিসকলে নিহা-পৰামর্শ তথা সহায় সহযোগীতা কৰে ।

Ishan Research and Welfare society
Nagaon District Administration
Nurul Huda Pradyut Bordoloi

Address

Nagaon South
782124

Alerts

Be the first to know and let us send you an email when Ishan Research and Welfare society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Ishan Research and Welfare society:

Share