লাকুৱা আঞ্চলিক ছাত্ৰ সন্থা

  • Home
  • India
  • Lakwa
  • লাকুৱা আঞ্চলিক ছাত্ৰ সন্থা

লাকুৱা আঞ্চলিক ছাত্ৰ সন্থা Lakwa regional student's union under All Assam Student's Union

18/07/2026
সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ প্ৰকল্প “প্ৰত্যাক্ষা ২.০”  ৷লক্ষ্য ইউ.পি.এচ.চি
07/05/2026

সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ প্ৰকল্প “প্ৰত্যাক্ষা ২.০” ৷
লক্ষ্য ইউ.পি.এচ.চি

মুকলি বিহু ২০২৬
02/05/2026

মুকলি বিহু ২০২৬

08/04/2026
সমূহ লাকুৱাবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তই কামনা কৰিলো ৷
05/04/2026

সমূহ লাকুৱাবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তই কামনা কৰিলো ৷

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীলৈ লাকুৱা আঞ্চলিক ছাত্ৰ...
09/02/2026

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীলৈ লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালো

লাকুৱা-ৰাজগড় পথটো নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ দাবীত লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাই চৰাইদেউ জিলা আয়ুক্তক স্মাৰকপত...
29/01/2026

লাকুৱা-ৰাজগড় পথটো নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ দাবীত লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাই চৰাইদেউ জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰা সন্দৰ্ভত প্ৰেছ বিবৃতি

চৰাইদেউ জিলাৰ অন্তৰ্গত দিচাং নদীৰ ওপৰত থকা সদাব্যস্ত দুখন দলং মৰাণ আৰু সোণাৰি সংযোগী ভজো দলং,চেপন আৰু সোণাৰি সংযোগী দিচা...
30/12/2025

চৰাইদেউ জিলাৰ অন্তৰ্গত দিচাং নদীৰ ওপৰত থকা সদাব্যস্ত দুখন দলং মৰাণ আৰু সোণাৰি সংযোগী ভজো দলং,চেপন আৰু সোণাৰি সংযোগী দিচাংপানী দলঙৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়ালৈ আজি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা চৰাইদেউ জিলা আয়ুক্তক ম্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

Address

Lakwa
785688

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when লাকুৱা আঞ্চলিক ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share