ABVP Lakhipur unit

ABVP Lakhipur unit ।।ছাত্ৰ__শক্তি ৰাষ্ট্ৰীয়__ শক্তি।। 🚩
official page

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, গোৱালপাৰা জিলাৰ অন্তৰ্গত লক্ষীপুৰ নগৰ শাখাত সদস্যতা অভিযান অব্যাহত আছে ।🚩📍শঙ্কৰদেৱ শিশু ব...
11/08/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, গোৱালপাৰা জিলাৰ অন্তৰ্গত লক্ষীপুৰ নগৰ শাখাত সদস্যতা
অভিযান অব্যাহত আছে ।🚩

📍শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন লক্ষীপুৰ ।

ABVP Assam
Akhil Bharatiya Vidyarthi Parishad (ABVP)

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,গোৱালপাৰা জিলাৰ নৱ-নিযুক্ত দায়িত্ব লাভ কৰা কাৰ্যকৰ্তা সকলক লক্ষীপুৰ নগৰ শাখাৰ তৰফৰ পৰা অভ...
30/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,গোৱালপাৰা জিলাৰ নৱ-নিযুক্ত দায়িত্ব লাভ কৰা কাৰ্যকৰ্তা সকলক লক্ষীপুৰ নগৰ শাখাৰ তৰফৰ পৰা অভিনন্দন আৰু আগন্তুক দিনবোৰ যেন মঙ্গলময় হয় তাৰে কামনা কৰোঁ ।

ABVP Assam Akhil Bharatiya Vidyarthi Parishad (ABVP) Manash Pratim Kalita Bhaskar Sarkar

27/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,লক্ষীপুৰ নগৰ শাখা।
ABVP Assam Akhil Bharatiya Vidyarthi Parishad (ABVP)

দেশমাতৃৰ বীৰ শ্বহীদসকললৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি 🇮🇳আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লক্ষীপুৰ নগৰ শাখাৰ উদ্যোগত 'কাৰ্গিল বি...
26/07/2026

দেশমাতৃৰ বীৰ শ্বহীদসকললৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি 🇮🇳

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লক্ষীপুৰ নগৰ শাখাৰ উদ্যোগত 'কাৰ্গিল বিজয় দিৱস' পালন কৰা হয়। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত নিজৰ জীৱন আহুতি দি দেশৰ সীমা সুৰক্ষিত কৰা আমাৰ অদম্য সাহসী সেনাসকলৰ ত্যাগ আৰু সমৰ্পণক আজি আমি গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,লক্ষীপুৰ নগৰ শাখাৰ মাননীয় সভাপতি মহেশ বৰ্মন ডাঙৰীয়া,লক্ষীপুৰ নগৰ শাখাৰ শাখা সম্পাদক অনুপম বৰ্মন ডাঙৰীয়া আৰু অন্যান্য কাৰ্যকৰ্তা সকল।

📍লক্ষীপুৰ (মিছন পাৰা)

ABVP Assam Akhil Bharatiya Vidyarthi Parishad (ABVP) Bhaskar Sarkar

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,লক্ষীপুৰ নগৰ শাখাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি ।আজি সময়-৬:০০বজাত, স্থান-বামুণপাৰা ৰোড।ABVP...
26/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,লক্ষীপুৰ নগৰ শাখাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি ।আজি সময়-৬:০০বজাত, স্থান-বামুণপাৰা ৰোড।

ABVP Assam Akhil Bharatiya Vidyarthi Parishad (ABVP) ABVP Lakhipur unit

আজি ২৭ সংখ্যক কার্গিল বিজয় দিৱস। ১৯৯৯ চনৰ আজিৰ তাৰিখতে ভাৰতীয় সেনাই নিজৰ শৌর্য,বীর্য,পৰাক্ৰমেৰে পাকিস্তানী সেনাক পৰাস্ত...
26/07/2026

আজি ২৭ সংখ্যক কার্গিল বিজয় দিৱস। ১৯৯৯ চনৰ আজিৰ তাৰিখতে ভাৰতীয় সেনাই নিজৰ শৌর্য,বীর্য,পৰাক্ৰমেৰে পাকিস্তানী সেনাক পৰাস্ত কৰি কাৰ্গিল যুদ্ধত বিজয় সাব্যস্ত কৰিছিল।

কার্গিল যুদ্ধত দেশ মাতৃক ৰক্ষা কৰিবলৈ নিজৰ সৰ্বস্ব বলিদান দিয়া ভাৰতীয় বীৰ জোৱান সকলক অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ লক্ষীপুৰ নগৰ শাখাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সকলোকে কার্গিল বিজয় দিৱসৰ শুভেচ্ছা জনালো।

ভাৰত মাতা কি জয় 🚩
ABVP Assam
Akhil Bharatiya Vidyarthi Parishad (ABVP)
ABVP Lakhipur unit

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,গোৱালপাৰা জিলাৰ উদ্যোগত অনুষ্ঠিত হয় জিলা সদস্যতা কৰ্মশালা ।ABVP Assam Akhil Bharatiya...
24/07/2026

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,গোৱালপাৰা জিলাৰ উদ্যোগত অনুষ্ঠিত হয় জিলা সদস্যতা কৰ্মশালা ।

ABVP Assam Akhil Bharatiya Vidyarthi Parishad (ABVP)

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসৰ লগত সংগতি ৰাখি, আজি ABVP লক্ষীপুৰ নগৰ শাখা...
16/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসৰ লগত সংগতি ৰাখি, আজি ABVP লক্ষীপুৰ নগৰ শাখাৰ উদ্যোগত "শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন"ত এক বিশেষ অভিনন্দন অনুষ্ঠান সফলতাৰে সম্পন্ন কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে লক্ষীপুৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ সন্মানীয় প্ৰধান আচাৰ্য পৰিটোষ পাল মহোদয়, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জেছিকা ৰয় ডাঙৰীয়ানী, গোৱালপাৰা জিলাৰ সহঃসংযোজক উদিদ ৰাভা ডাঙৰীয়া আৰু লক্ষীপুৰ নগৰ শাখাৰ শাখা সম্পাদক অনুপম বৰ্মন ডাঙৰীয়া আৰু অন্যান্য কাৰ্যকৰ্তা সকল আৰু বিদ্যাৰ্থী সকল ।

ABVP Assam
Akhil Bharatiya Vidyarthi Parishad (ABVP)

আজি ১১ জুলাই, বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)-ৰ পবিত্ৰ প্ৰতিষ্ঠা দিৱস তথা 'ৰাষ্ট্ৰীয় শ...
11/07/2026

আজি ১১ জুলাই, বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)-ৰ পবিত্ৰ প্ৰতিষ্ঠা দিৱস তথা 'ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস'।

সমগ্ৰ অসমৰ লগতে ABVP লক্ষীপুৰ নগৰ শাখাৰ উদ্যোগতো এই উপলক্ষে হাতত লোৱা'এসপ্তাহ জোৰা ধাৰাবাহিক কাৰ্যসূচী'ৰ অংশ হিচাপে আজি এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। আজিৰ এই কাৰ্যসূচীত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS)পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক এক মৰ্যাদাপূৰ্ণ সম্বৰ্ধনা জনোৱা হয়।

আমাৰ ভৱিষ্যত প্ৰজন্মৰ মনত প্ৰকৃতি প্ৰেম জাগ্ৰত কৰা আৰু ধৰিত্ৰী আইক সেউজীয়া কৰি ৰখাৰ সংকল্পৰে সম্বৰ্ধিত প্ৰতিগৰাকী মেধাৱী শিক্ষাৰ্থীক একোটাকৈ মূল্যৱান গছপুলি উপহাৰ দিয়া হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্য অতিথি ৰূপে গোৱালপাৰা জিলাৰ সংঘ চালক সন্মানীয় বিপুল চন্দ্ৰ নাথ ডাঙৰীয়া,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোৱালপাৰা জিলাৰ জিলা সাংগঠনিক মন্ত্ৰী সন্মানীয় চিন্ময় কৰ্মকাৰ ডাঙৰীয়া আৰু গোৱালপাৰা জিলাৰ জিলা সংযোজক সন্মানীয় শ্ৰৱণ ঘোষ ডাঙৰীয়া ।

ABVP Assam
Akhil Bharatiya Vidyarthi Parishad (ABVP)
ABVP Lakhipur unit

🚩 ছাত্ৰ শক্তি, ৰাষ্ট্ৰ শক্তি 🚩আজি বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)-ৰ ৭৪ তম্ পবিত্ৰ প্ৰতি...
09/07/2026

🚩 ছাত্ৰ শক্তি, ৰাষ্ট্ৰ শক্তি 🚩

আজি বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)-ৰ ৭৪ তম্ পবিত্ৰ প্ৰতিষ্ঠা দিৱস তথা 'ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস'।

এই ঐতিহাসিক দিনটোৰ সতে সংগতি ৰাখি আজি ABVP লক্ষীপুৰ নগৰ শাখাৰ উদ্যোগত সমাজমুখী এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।পৰিৱেশ নিকা কৰাৰ সংকল্পৰে এক 'চাফাই অভিযান' চলোৱাৰ লগতে,অসমৰ কোটি কোটি জনতাৰ হৃদস্পন্দন,আদৰৰ জুবিন দাক(Zubeen Garg)সুঁৱৰি আৰু তেওঁৰ প্ৰকৃতিপ্ৰেমক সন্মান জনাই 'নাহৰ পুলি ৰোপন' কৰা হয়।জ্ঞান, চৰিত্ৰ আৰু একতাৰ মন্ত্ৰৰে দীক্ষিত হৈ বিদ্যাৰ্থী পৰিষদে সদায় দেশ আৰু সমাজৰ হকে কাম কৰি আহিছে।

আজিৰ এই শুভ দিনটোত আহক আমি সকলোৱে মিলি আমাৰ চৌপাশ সেউজীয়া আৰু সুন্দৰ কৰি গঢ়ি তোলাৰ সংকল্প লওঁ।

জয় আই অসম🚩
ভাৰত মাতা কী জয় 🚩🌱🧹

ABVP Assam
Akhil Bharatiya Vidyarthi Parishad (ABVP)
ABVP Lakhipur unit

Address

Lakhipur

Website

Alerts

Be the first to know and let us send you an email when ABVP Lakhipur unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share