BTR NEMSU OFCL

BTR NEMSU OFCL Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BTR NEMSU OFCL, Non-Governmental Organization (NGO), Kokrajhar.

08/12/2025

GEN.SECRETARY OF NEMSU BTC REGION

Previous Dismissal letter 13 September and 15 September
15/09/2025

Previous Dismissal letter
13 September and 15 September

 #নেমছু বি,টি,আৰ সমিতিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ লাউদোং-শিৱপুৰ আঞ্চলিক সমিতিৰ কাৰ্য্যনিৰ্বাহক তথা সদস্য অন্তৰ্ভূক্তিকৰণ স...
07/09/2025

#নেমছু বি,টি,আৰ সমিতিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ লাউদোং-শিৱপুৰ আঞ্চলিক সমিতিৰ কাৰ্য্যনিৰ্বাহক তথা সদস্য অন্তৰ্ভূক্তিকৰণ সভাৰ কিছু আলোক চিত্ৰ।
BTR NEMSU OFCL
NEMSU

আজি আমি বি,টি,আৰ নেমছু ওদালগুৰি জিলাৰ এটা সজাতি দলে যোৱা কালি অৰ্থাৎ  ৫ চেপ্তেম্বৰত ওদালগুৰি জিলাৰ শিৱপুৰ ভালুকমাৰীত সংঘ...
06/09/2025

আজি আমি বি,টি,আৰ নেমছু ওদালগুৰি জিলাৰ এটা সজাতি দলে যোৱা কালি অৰ্থাৎ ৫ চেপ্তেম্বৰত ওদালগুৰি জিলাৰ শিৱপুৰ ভালুকমাৰীত সংঘটিত গাড়ী দুৰ্ঘটনাত নিহত পৰিয়ালৰ খবৰ লোৱাৰ লগতে শোকাসন্তপ্ত পৰিয়ালৰ বুজলৈ মানসিক বাবে শক্তিশালী হবলৈ আহ্বান জনাওঁ।
এনে পৰিস্থিতি যাতে ওদালগুৰি জিলাত পুনৰ সংঘটিত নহয় তাৰ বাবে জিলা প্ৰশাসনক অধিক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনালো।
BTR NEMSU OFCL
NEMSU

04/09/2025
বহিষ্কাৰ পত্ৰ। বি,টি,আৰ নেমছু ভেৰগাওঁ জিলা সমিতিৰ সভাপতি আমিনুল হক চৌধুৰীয়ে সাংগঠনিক সংবিধান উলংঘন কৰাৰ বাবে যোৱা ০২/০৯...
03/09/2025

বহিষ্কাৰ পত্ৰ।
বি,টি,আৰ নেমছু ভেৰগাওঁ জিলা সমিতিৰ সভাপতি আমিনুল হক চৌধুৰীয়ে সাংগঠনিক সংবিধান উলংঘন কৰাৰ বাবে যোৱা ০২/০৯/২০২৫ তাৰিখে বহিষ্কাৰ কৰা হয়।
BTR NEMSU OFCL
NEMSU
Asmat Arya Khan
Mofijul Hoque
Hafijul islam president BTR NEMSU
Saddam Hossain
Arshad Ali
Golap Rabbani
Baharul Islam

01/09/2025

শ্ৰদ্ধাৰ বি,টি,চি অঞ্চলৰ সংখ্যালঘু ৰাইজ ।
এই নিৰ্বাচন আপোনাৰ আমাৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰাৰ নিৰ্বাচন।
গতিকে আমি বি,টি,আৰ নেমছুৰ ফালৰ পৰা বিনম্ৰ আহ্বান যাতে আপোনালোকৰ ভোট যতে-ততে নিদিয়ে ।
বি,টি,চি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ নিৰাপত্তাৰ কথা মনত কৰি সঠিক চৰকাৰ গঠন কৰাত যাতে ভোট দান কৰে।

01/09/2025

Address

Kokrajhar
783370

Alerts

Be the first to know and let us send you an email when BTR NEMSU OFCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share