দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar

  • Home
  • India
  • Kokrajhar
  • দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar

দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar Its a social organisation which represent the Deshi community.

Its a platform through it we r trying 2 bring the culture,traditions of deshi's towards the people.

আজি তুলসীবিল আঞ্চলিক সমিতিৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। সভাপতি:- মকবুল হকসম্পাদক:- মহিবুল হক।
13/09/2026

আজি তুলসীবিল আঞ্চলিক সমিতিৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।
সভাপতি:- মকবুল হক
সম্পাদক:- মহিবুল হক।

➡️নামনি অসমৰ প্ৰায় ১৫ লাখ দেশী মানুহে আগন্তুক ২০২৭ চনৰ লোকপিয়লত নিজৰ ভাষা ‘দেশী ভাষা’ বুলি লিপিৱদ্ধ কৰাৰ সিদ্ধান্ত লৈছ...
30/07/2026

➡️নামনি অসমৰ প্ৰায় ১৫ লাখ দেশী মানুহে আগন্তুক ২০২৭ চনৰ লোকপিয়লত নিজৰ ভাষা ‘দেশী ভাষা’ বুলি লিপিৱদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।

➡️এই লোকসকলে লোকপিয়লত নিজৰ জাতি হিচাপেও ‘দেশী’ বুলি উল্লেখ কৰিব।

📍এই দেশী জনগোষ্ঠীটোৱে ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে অৱহেলিত হৈ আহিছে।
📍দেশী ভাষা আচলতে অসমীয়া ভাষাৰে এটি উপভাষা, কিন্তু এই পৰিচয়ক সুকীয়াভাৱে লিপিৱদ্ধ কৰাৰ আহ্বান জনাইছে।

ড° আনোৱাৰুল ইছলাম ছাৰে CIT কোকৰাঝাৰৰ পৰা PhD ডিগ্ৰী লাভ কৰাৰ পাছত, দেশী জনগোষ্ঠীয় মঞ্চ অসম, কোকৰাঝাৰ জিলা সমিতিয়ে তেখেতক...
30/04/2026

ড° আনোৱাৰুল ইছলাম ছাৰে CIT কোকৰাঝাৰৰ পৰা PhD ডিগ্ৰী লাভ কৰাৰ পাছত, দেশী জনগোষ্ঠীয় মঞ্চ অসম, কোকৰাঝাৰ জিলা সমিতিয়ে তেখেতক পৰম্পৰাগত দেশী গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাৰ ফটো
15/02/2026

কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাৰ ফটো

আজি হৈ যোৱা CTET পৰীক্ষাৰ প্ৰথম ভাষা হিচাপে বাচনি কৰা সকলৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাককত দেশী জনগোষ্ঠীৰ ওপৰত নিবন্ধ লগতে C...
07/02/2026

আজি হৈ যোৱা CTET পৰীক্ষাৰ প্ৰথম ভাষা হিচাপে বাচনি কৰা সকলৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাককত দেশী জনগোষ্ঠীৰ ওপৰত নিবন্ধ লগতে Comprehension প্ৰশ্ন।

Address

Tulshibil Market, Gossaigaon Sapatgram PWD Road
Kokrajhar
783337

Alerts

Be the first to know and let us send you an email when দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar:

Shortcuts

Share